অসমলৈ আজি আহিব কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া..

আজি অসমলৈ আহিব কেন্দ্রীয় যোগাযোগ, ড’নাৰ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়া। অসম ভ্ৰমণৰ সময়ছোৱাত মন্ত্ৰীগৰাকীয়ে কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশগ্রহণ কৰিব।

ড’নাৰৰ অধীনত অসমত চলি থকা প্রকল্পসমূহৰ অগ্ৰগতিৰ বুজ ল’ব সিদ্ধিয়াই। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এক পৰ্যালোচনা বৈঠকতো অংশ ল’ব কেন্দ্ৰীয় মন্ত্ৰী সিদ্ধিয়াই।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top