অসমীয়া সন্তানৰ ব্যৱসায়িক প্ৰতিষ্ঠানত অভিনেতা যতীন বৰা আৰু সহধৰ্মিনীয়ে কি কৰিছে?

এগৰাকী অসমীয়া সন্তানে প্ৰতিষ্ঠা কৰা ৰঙিয়াৰ ব্যৱসায়িক প্ৰতিষ্ঠান H&K PRODUCT PRIVATE LIMITED
H&K কম্পেনীৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈছে অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰা আৰু তেওঁৰ সহধৰ্মিনী
অভিনেতা গৰাকীয়ে প্ৰতিষ্ঠান খনত কৰ্মৰত লোক সকলৰ লগত মত বিনিময় কৰে। লগতে অনাগত দিনত কাম কৰি যোৱাৰ অনুপ্ৰেৰণা যোগায়

অসমীয়া লোকে ব্যৱসায় কৰিব নোৱাৰা বুলি বদনামৰ বিপৰীতে এগৰাকী ৰঙিয়াৰ সন্তানৰ প্ৰচেষ্টাত ৭ বছৰে উজ্বলিছে এইখন প্ৰতিষ্ঠান।
থলুৱা যুৱক যুৱতী সকলক লগত লৈ আগবঢ়াই নিয়াৰ লগতে কৰ্মসংস্থাপন ৰ বাট মুকলি কৰিছে H&K প্ৰতিষ্ঠানে
ৰঙিয়াৰ উদ্যামি যুৱক হেমন্ত কলিতাৰ প্ৰচেষ্টাত জন্মলাভ কৰিছিল এই প্ৰতিষ্ঠানটোৱে
নাৰী সবলীকৰনৰ ওপৰতো যঠেষ্ট গুৰুত্ব আৰোপ কৰি আহিছে প্ৰতিষ্ঠান খনে

কেৱল ব্যৱসায়িক দিশৰ উপৰত গুৰুত্ব নিদি সামাজিক দায়বদ্ধতাৰো পৰিছয় দাঙি ধৰি আহিছে এই প্ৰতিষ্ঠানে৷