🔸আজি পহিলা ব’হাগ। অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন।
🔸হেঁপাহৰ বিহুটিত পৰম্পৰা অনুসৰি মানুহ বিহুৰ দিনটোত জ্যেষ্ঠজনৰ ভৰি চুই আশীৰ্বাদ ল’লে প্ৰতিগৰাকী অসমীয়াই।
🔸নৱবৰ্ষৰ প্ৰথম দিনটোত সমাজৰ মংগল কামনাৰে মন্দিৰ-নামঘৰত সেৱা প্ৰতিগৰাকী অসমীয়াৰ
🔸ঠায়ে ঠায়ে বোকা বিহুৰ আনন্দ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top