গৌৰৱ গগৈক মোক্ষম উত্তৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

🔸গৌৰৱক মোক্ষম উত্তৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ
🔸’গৌৰৱ গগৈ সন্দৰ্ভত মই কোৱা এটাও কথা মিছা নহয়’
🔸’মই যদি মিছা কৈছো ৰাজনীতি ত্যাগ কৰিম’।
🔸পাকিস্তানৰ গৃহ মন্ত্ৰালয়ৰ আমন্ত্ৰণত গৈছিল গৌৰৱ গগৈ
🔸যি কৈছোঁ, কমকৈহে কৈছোঁ, ১০ ছেপ্টেম্বৰত ওলাব ভয়ানক তথ্য
🔸পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি নহয় এয়া কি?
🔸সংসদত পাকিস্তানৰ হৈ প্ৰশ্ন, ইছলামাবাদত লৈ অহা ট্ৰেইনিঙৰ অংশ
🔸গৌৰৱে কিয় পাকিস্তানলৈ যোৱা নাই বুলি ক’ব পৰা নাই?

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top