নৃত্যাচাৰ্য যতীন গোস্বামীলৈ পদ্মভূষণ সন্মান

✍️নৃত্যাচাৰ্য যতীন গোস্বামীলৈ পদ্মভূষণ সন্মান
✍️ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে
✍️সাহিত্য, সংস্কৃতিলৈ অনবদ্য অৱদান আগবঢ়োৱা সত্ৰীয়া নৃত্যৰ পুৰোধা ব্যক্তি যতীন গোস্বামী
✍️যতীন গোস্বামীয়ে ইয়াৰ পূৰ্বে লাভ কৰিছিল পদ্মশ্ৰী আৰু সংগীত নাটক অকাডেমী সন্মান

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top