পশ্চিম কাৰ্বি আংলঙত কংগ্ৰেছ দলৰ তৎপৰতা….
২০২৬চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰতিলক্ষ্য ৰাখি পশ্চিম কাৰ্বি আংলঙত কংগ্ৰেছ দলৰ তৎপৰতা

ডংকামোকামস্থিত কংগ্ৰেছ দলৰ কাৰ্য্যালয়ৰ জিলাৰ খনৰ ৯টা মণ্ডল সমিটি নেতা_পালি সকলৰ উপস্থিতিত মণ্ডল সম্নিলন কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰে সৰ্বভাৰতীয় কংগ্ৰেছ সমিটিৰ সম্পাদক মনোজ্য চৈহান সঁহ অসম প্ৰদেশ কংগ্ৰেছ সমিটি সম্পাদক ৰাণা কান্দ চুতীয়া ;পশ্চিম কাৰ্বি আংলংঙৰ যুৱ কংগ্ৰেছৰ সভাপতি আগোষ্টিন ইংহি ;মহিলা কংগ্ৰেছৰ সভানেত্ৰী চানাম তিমুংপী আদি কংগ্ৰেছৰ দলৰ কৰঁমী সকল উপস্থিত থাকে ৷

কংগ্ৰেছ নেতা গৰাকীক কাৰ্বি পৰম্পৰাৰে উম্ন আদৰনি জনাই দলীয় সমৰ্থক সকলে ৷ তদুপৰি দংকামোকাম চাৰিআলিৰস্থিতি থংনকবে প্ৰতিমূৰ্ত্তিও মালা অৰঁপন কৰে কংগ্ৰেছ নেতা সকলে ৷
সংবাদ মেল সম্বোধন কৰি মনোজ চৈহান কয় ভাৰতীয় সংবিধানত উলেখ থকা ২৪৪ক ধাৰা ৰুপায়নৰ আশ্বাস কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ হলে ৷ লগতে ৰাহুল গান্ধীয়ে যি প্ৰতিশ্ৰুতি দিছিল পাহাৰৰ ৰাইজক পালন কৰিব বুলি উল্লেখ কৰে ৷