পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা অমিত শ্বাহৰ

🔸যুদ্ধ ঘোষণা কৰিলে অমিত শ্বাহে।
🔸পেহেলগামৰ নৰসংহাৰৰ জড়িত এটাও সন্ত্ৰাসবাদীক ৰেহাই দিয়া নহ’ব। হুংকাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ।
🔸কাপুৰুষ পাকিস্তানক মাটিৰ তলৰ পৰা পেলোৱা হ’ব উভালি।
🔸পাকিস্তানৰ বিৰুদ্ধে দণ্ড ঘোষণা গৃহমন্ত্ৰী অমিতশ্বাহৰ।
🔸শূন্যসহনশীল ভাৰতক জোকাই লৈ মাৰাত্মক ভুল কৰিছে পাকিস্তানে।
🔸পহলগামৰ ঘটনাৰ পাছত প্ৰথমবাৰৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিক্ৰিয়া

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top