পাকিস্তান চৰকাৰৰ পৰা দৰমহা লৈছিল গৌৰৱ গগৈৰ পত্নীয়ে

✍️পাকিস্তান চৰকাৰৰ পৰা দৰমহা লৈছিল গৌৰৱ গগৈৰ পত্নীয়ে
✍️গৌৰব গগৈৰ পত্নীয়ে পাকিস্তান চৰকাৰৰ পৰা দৰমহা লৈছিল বুলি ৰাজীৱ ভৱনত হোৱা সংবাদমেলত বিস্ফোৰক স্বীকাৰোক্তি দিছিল ৰিপুন বৰাই।
✍️যদিহে ৰিপুন বৰাৰ কথা সঁচা হয় তেনেহলে এয়া ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি বুলি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাৰ।
✍️তদন্তৰ বাবে ৰিপুন বৰাৰ ভাষ্য ৰেকৰ্ড কৰা হ’ব
✍️ আৰু এই সন্দৰ্ভত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি X যোগে ঘোযণা মুখ্যমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাৰ
