বিজেপি প্ৰাৰ্থী বৃহৎ জয় লাভ

বিজেপি প্ৰাৰ্থীৰ বৃহৎ জয় লাভ। আনফালে ৫ খনকৈ আঞ্চলিক পঞ্চায়তত বিজেপি মিত্ৰ জোঁটত পৰাজয় বৰণ কৰাৰ বাবে আক্ষেপ ভৱেশ কলিতাৰ।

ৰঙিয়া সমষ্টিৰ ৪ টাকৈ জিলা পৰিষদ বিজেপি প্ৰাৰ্থী বৃহৎ জয় লাভ। ইতিমধ্যে বিজেপিৰ প্ৰতি থকা মৰম আৰু আস্থা ৰাইজে দেখুৱাইছে।

‘ৰঙিয়া বাসী লোকসভাৰ নিৰ্বাচনৰ তুলনাত এইবাৰ পঞ্চায়ত সমূহত বেছি ভাল হৈছে। বিশেষকৈ এইবেলি সংখ্যালঘু ৰাইজে বিজেপিক আঁকোৱালি লৈছে। চৰকাৰে পঞ্চায়ত পৰ্যায়ত কৰা বিৰামহিন উন্নয়নৰ বাবে হে আজি এই ফলাফল সম্ভৱ হৈছে। আনফালে ৫ খনকৈ আঞ্চলিক পঞ্চায়তত বিজেপি মিত্ৰ জোঁটত পৰাজয় বৰণ কৰাৰ বাবে আক্ষেপ ভৱেশ কলিতাৰ, প্ৰাৰ্থী সকল দুৰ্বল আছিল এই কথা স্বীকাৰ কৰিছে ভৱেশ কলিতাই, বহুত চেষ্টা কৰা হৈছিল কিন্তু ৰাইজে আমাক গ্ৰহণ নকৰিলে।’

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top