ৰঙিয়াত পঞ্চায়তৰ নিৰ্বাচনী প্ৰচাৰ তুংগত

ৰঙিয়াত পঞ্চায়তৰ নিৰ্বাচনী প্ৰচাৰ তুংগত
বিধায়ক ভৱেশ কলিতাই ৰঙিয়াৰ বিভিন্ন পঞ্চায়তত অনুষ্ঠিত কৰিছে নিৰ্বাচনী সভা
পাণ্ডুৰী জিলা পৰিষদৰ বিজেপি অগপ প্ৰাৰ্থী নিপন ভূঞাৰ হৈ মাৰাথন নিৰ্বাচনী প্ৰচাৰ বিধায়ক ভৱেশ কলিতাৰ

কংগ্ৰেছে কিছু কিছু ঠাইত প্ৰাৰ্থী দিব নোৱাৰিলে, তেওঁলোকৰ সংগঠন নাই ,কোনো কাৰ্য্যকৰ্তা নাই
কংগ্ৰেছৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ কথা ৰাইজে গম পাইছে, সেয়ে বিজেপিৰ প্ৰতি আকৃষ্ট হৈ ৰাইজ ওলাই আহিছে
সংখ্যালঘু ৰাইজে উন্নয়নৰ লগত আছে সেয়ে সকলোৱে বিজেপিক ভোট দিব

ৰঙিয়া সমষ্টিৰ ২৫ টা পঞ্চায়ততেই বিজেপি অগপ মিত্ৰজোঁটে দখল কৰিব বুলি নিশ্চিত বিধায়ক ভৱেশ কলিতা ৷