ৰঙিয়াত পঞ্চায়তৰ নিৰ্বাচনী প্ৰচাৰ তুংগত

ৰঙিয়াত পঞ্চায়তৰ নিৰ্বাচনী প্ৰচাৰ তুংগত

কংগ্ৰেছ দলে ৰঙিয়াৰ বিভিন্ন পঞ্চায়তত অনুষ্ঠিত কৰিছে নিৰ্বাচনী সভা

৯৮ নং কেকেনীকুছি মৰাণজানা আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী ৰুমা বেগমৰ হৈ এটি কাৰ্যলয় উদ্বোধন কৰাৰ লগতে নিৰ্বাচনী সভা অনুষ্ঠিত কৰে

বিজেপি চৰকাৰৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ কথা ৰাইজে গম পাইছে, সেয়ে ৰাইজে কংগ্ৰেছ দলৰ প্ৰতি আকৃষ্ট হৈ ৰাইজ ওলাই আহিছে

ৰঙিয়া সমষ্টিৰ ২৫ টা পঞ্চায়ততেই কংগ্ৰেছে দখল কৰিব বুলি কয় কামৰূপ জিলা যুৱ কংগ্ৰেছ সভাপতি কামাল আহমেদে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top