অনুজ্ঞাপত্ৰ বিহীন ফাৰ্মাচীৰ বিৰুদ্ধে স্মাৰকপত্ৰ প্ৰদান অনুজ্ঞাপত্ৰ বিহীন ফাৰ্মাচীৰ বিৰুদ্ধে স্মাৰকপত্ৰ প্ৰদান দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম কাৰ্বি আংলং জিলা সমিতিৰ দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে নথি পত্ৰ বিহীন ফাৰ্মাচীৰ বিৰুদ্ধে স্মাৰকপত্ৰ প্ৰদান কৰে বোকাজানৰ মহকুমাধিপতিক । বোকাজান মহকুমাত কাঠফুলাৰ দৰে গঢ় লৈ উঠা অবৈধ ফাৰ্মাচী সমূহৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে দুৰ্নীতি বিৰোধী যুৱ শক্তি […]
বিহাৰ দিৱসক লৈ উত্তাল শিৱসাগৰ…
”অসমত কোনোবাই বিহাৰ দিৱস পাতিলেই শৰাইঘাটৰ দ্বিতীয়খন ৰণ হ’ব অসমত”। বিহাৰ দিৱসক লৈ উত্তাল শিৱসাগৰ… শিৱসাগৰত মুখ্যমন্ত্রীৰ পুত্তলিকা দাহ কৰি ছাত্ৰ মুক্তি আৰু যুৱ বাহিনীৰ উত্তাল প্ৰতিবাদ বিহাৰ দিৱস উদযাপনক কেন্দ্ৰ কৰি ৰাজ্যত সৃষ্টি হোৱা উত্তেজনাৰ মাজতে শিৱসাগৰত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু জাতীয় যুৱ বাহিনীয়ে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ […]
নলবাৰীৰ হৰিমন্দিৰত ২১ মাৰ্চৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে মহাবিষ্ণু যজ্ঞ…
নলবাৰীৰ হৰিমন্দিৰত ২১ মাৰ্চৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে মহাবিষ্ণু যজ্ঞৰ আয়োজন। কাইলৈ ২১ মাৰ্চৰ পৰা ২৪ মাৰ্চলৈ নলবাৰীৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী হৰিমন্দিৰ প্ৰাঙ্গনত ৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হ’ব ২৪ সংখ্যক শ্ৰীশ্ৰী মহাবিষ্ণু যজ্ঞ গুৱাহাটীঃ ২১ মাৰ্চৰ পৰা ২৪ মাৰ্চলৈ নলবাৰীৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী হৰিমন্দিৰ প্ৰাঙ্গনত ৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হ’ব ২৪ সংখ্যক শ্ৰীশ্ৰী […]
অসমত ‘বিহাৰ দিৱস’ উদযাপন সহ্য কৰা নহ’ব : আলফা(আই)
অসমত ‘বিহাৰ দিৱস’ উদযাপন সহ্য কৰা নহ’ব : আলফা(আই) পৰেশ বৰুৱাৰ নেতৃত্বত অবৈধ ইউনাইটেড লিবাৰেচন ফ্ৰণ্ট অৱ অসম (নিৰ্দলীয়)য়ে ভাৰতীয় জনতা পাৰ্টি শাসিত চৰকাৰ আৰু হিন্দী ভাষীসকলক পূব অসমৰ তিনিচুকীয়া চহৰত ‘বিহাৰ দিৱস’ আয়োজন নকৰিবলৈ সতৰ্ক কৰি দিছে। গুৱাহাটীৰ পৰা প্ৰায় 470 কিলোমিটাৰ পূবত, তিনিচুকীয়াত হিন্দী ভাষীৰ বৃহৎ জনসংখ্যা আছে, বেছিভাগ বিহাৰ আৰু ঝাৰখণ্ডৰ পৰা। […]
পৰিয়াল আৰু আত্মীয়ৰ ঘৰত চুৰি কাৰ্য ড্ৰাগছ আসক্ত যুৱকৰ….
এইবাৰ পৰিয়াল আৰু আত্মীয়ৰ ঘৰত চুৰি কাৰ্য ড্ৰাগছ আসক্ত যুৱকৰ…. ৰঙিয়াৰ মলোখাটত ড্ৰাগছ আসক্ত যুৱকক ৰাইজে উত্তম মাধ্যম শোধাই ৰঙিয়া আৰক্ষীক গতালে । ঘটনাৰ বিৱৰণী অনুসৰি, ড্ৰাগছ আসক্ত যুৱক মইনুল হকে মলোখাত গাঁৱত দীৰ্ঘদিনে চুৰি কাৰ্য সংঘটিত কৰি একপ্ৰকাৰ সন্ত্ৰাস চলাই আহিছে । ড্ৰাগছ আসক্ত মইনুৰ পৰা বাচি যোৱা নাই নিজৰ পৰিয়াল তথা আত্মীয় । […]
বটদ্ৰৱা আৰক্ষীৰ জালত ভুৱা বিত্তীয় প্রতিষ্ঠানৰ এটা প্ৰবঞ্চক…
বটদ্ৰৱা আৰক্ষীৰ জালত ভুৱা বিত্তীয় প্রতিষ্ঠানৰ এটা প্ৰবঞ্চক ধৃত প্ৰবঞ্চকটোৰ নাম ইলিয়াছ ৰহমান, ঘৰ বটদ্ৰৱাৰ ভেৰভেৰীত। গ্ৰাম্যাঞ্চলৰ একাংশ দৰিদ্ৰ মহিলাৰ পৰা ধন জমা লৈ লুন্ঠন চলাই আহিছিল প্ৰবঞ্চকটোৱে। আমিনা হাজৰিকা নামৰ এগৰাকী দ্বিবাংগ মহিলাৰ পৰা ধন জমা লৈ লুন্ঠন চলোৱাৰ চেষ্টা কৰাৰ অভিযোগত বটদ্ৰৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে মহিলা গৰাকীয়ে। মহিলা গৰাকীৰ এজাহাৰৰ ভিত্তিত […]
অৱশেষত পৃথিৱীপৃষ্ঠত সুনীতা উইলিয়ামছ-বুচ উইলম’…
অৱশেষত পৃথিৱীপৃষ্ঠত সুনীতা উইলিয়ামছ-বুচ উইলম’…. অৱশেষত পৃথিৱীপৃষ্ঠত সুনীতা উইলিয়ামছ-বুচ উইলম’। অপেক্ষাৰ অন্ত পেলাই পৃথিৱীত ভৰি দিলে দুই মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু উইলমে। মহাকাশত প্ৰায় ৯ মাহ কাল কটোৱাৰ পিছত স্পেচএক্স ড্ৰেগন মহাকাশযানেৰে পৃথিবীত উপস্থিত হয় মহাকাশচাৰীদ্বয়ে। ভাৰতীয় সময় অনুসৰি ৩.২৭ বজাত ফ্ল’ৰিডাৰ উপসাগৰীয় উপকূলৰ পৰা নিৰাপদে অৱতৰণ কৰে ইলন মাস্কৰ স্পেচএক্স ড্ৰেগন। মঙলবাৰে পুৱা ৮:১৫ […]
ৰঙিয়াত কৰুণ ঘটনা, বিদ্যুৎপৃষ্ট হৈ মৃত্যু এজনৰ…
ৰঙিয়াত কৰুণ ঘটনা, বিদ্যুৎপৃষ্ট হৈ মৃত্যু এজনৰ…. ৰঙিয়া ৰেল ষ্টেচনত সংঘটিত হৈছে এই কৰুণ ঘটনা ।ৰাজীৱ আলী নামৰ ৩০ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু।বিদ্যুৎস্পৃষ্ট হৈ ৰাজীৱে সাৱটিলে কৰুণ মৃত্যুক। ৰঙিয়া ৰেল ষ্টেচনত ঠিকাদাৰৰ নিৰ্দেশত বিদ্যুতৰ কামত কৰ্মৰত অৱস্থাত আছিল ৰাজীৱ। তাত উচ্চ ক্ষমতাসম্পন্ন তাঁৰত লাগি থকা বাঁহত লাগি প্ৰথমাৱস্থাত গুৰুতৰ ভাৱে আহত হয় ৰাজীৱ আলী। তাৰপিছত […]
পুনৰ বহি:ৰাজ্যত নিৰুদ্দিষ্ট অসমৰ যুৱক
পুনৰ বহি:ৰাজ্যত নিৰুদ্দিষ্ট অসমৰ যুৱক। তামিলনাডুৰ পৰাই নিৰুদ্দেশ ৰঙিয়াৰ যুৱক । তামিলনাডুৰ শিৱকাছিৰ এটি কোম্পানীত কৰ্মৰত ৰঙিয়াৰ ২৭,বছৰীয়া মজিবুৰ ৰহমান নামৰ যুৱকজন। যোৱা জানুৱাৰী মাহৰ ১০তাৰিখে মাতৃলৈ ফোন কৰিছিল মজিবুৰ ৰহমানে ঘৰলৈ আহিব বুলি কিন্তু আজিলৈ ৰহস্যজনক ভাবে নিৰূদ্দেশ হৈ আছে ৰঙিয়াৰ যুৱকজন। এই ঘটনাক লৈ নিৰুদ্দিষ্ট মজিবুৰ ৰহমানৰ ঘৰত শোকাকুল পৰিবেশে বিৰাজ কৰিছে। মাতৃলৈ […]
ৰহাত কংগ্ৰেছৰ হাত শক্তিশালী কৰি ৰহাৰ বিশিষ্ট ব্যৱসায়ী তথা যুৱনেতা উৎপল বনিয়াৰ কংগ্ৰেছত যোগদান…
ৰহাত কংগ্ৰেছৰ হাত শক্তিশালী কৰি ৰহাৰ বিশিষ্ট ব্যৱসায়ী তথা জনপ্ৰিয় যুৱনেতা উৎপল বনিয়াৰ সদলবলে কংগ্ৰেছত যোগদান… দেওবাৰে ৰহাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু সাংসদ প্ৰদ্যুত বৰদলৈৰ উপস্থিতিত উৎপল বনিয়াই পাঁচ শতাধিক সমৰ্থকক লগত লৈ আনুষ্ঠানিকভাৱে যোগদান কৰিলে কংগ্ৰেছত৷ কেঁচাসোণৰ ব্যৱসায়ী তথা ‘ডুগডুগী ফাউণ্ডেশ্বন’ৰ স্বত্বাধিকাৰী উৎপল বনিয়াই ইয়াৰ আগতে অসম জাতীয় পৰিষদত যোগদান কৰি ২০২১ […]