শিৱসাগৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি দেৱাশিষ দত্ত বৰুৱাক দলবদ্ধ আক্ৰমণ

শিৱসাগৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি দেৱাশিষ দত্ত বৰুৱাক দলবদ্ধ আক্ৰমণ, নিশা উত্তপ্ত পৰিস্থিতি শিৱসাগৰৰ জয়সাগৰত নিশা এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়, য’ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নগৰ সমিতিৰ সভাপতি দেৱাশিষ দত্ত বৰুৱাক প্ৰায় ২০ জনীয়া যুৱকৰ এটা দলে আক্ৰমণ কৰে। ফাকুৱাৰ নিশা সংঘটিত এই ঘটনাই জয়সাগৰ অঞ্চল উত্তপ্ত কৰি তোলে, ফলস্বৰূপে নিশাই […]

ৰঙিয়া বঙালীকুছিত তিনিদিনীয়াকৈ অনুষ্ঠিত শ্ৰীকৃষ্ণৰ হলী উৎসৱ….

ৰঙিয়া বঙালীকুছিত তিনিদিনীয়াকৈ অনুষ্ঠিত শ্ৰীকৃষ্ণৰ হলী উৎসৱ…. ৰাজ্যৰ চৌদিশে ৰঙৰ উৎসৱ হোলীৰ ব্যপক উচাহ উদ্দীপনা। ৰাজ্যৰ সমান্তৰালকৈ ৰঙিয়াৰ বঙালীকুছিতে তিনিদিনীয়াকৈ আয়োজন কৰিছে ৰঙৰ উৎসৱ হোলী। আনন্দ উল্লাস বিৰাজ কৰিছে ৰঙিয়াৰ বঙালীকুছি অঞ্চলত। আনন্দ উল্লাসৰ মাজেৰে তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে শ্ৰীকৃষ্ণৰ হলী উৎসৱ। কেইবাখনো গাঁৱৰ ৰাইজে মিলি উৎযাপন কৰে এই হলী উৎসৱ । বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ পিচতে […]

নগাঁৱত উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা…

নগাঁৱত উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা… দ্বাদশ হেজাৰী ভাওনা মহোৎসৱ অনুষ্ঠানত উপস্থিত মুখ্যমন্ত্ৰী গৰাকী। দ্বাদশ হেজাৰী ভাওনা মহোৎসৱ অনুষ্ঠানত উপস্থিত হৈ কলংপৰীয়া বাৰ গঞা সমাজৰ সাৰ্বজনীন হেজাৰী ভাওনা মন্দিৰৰ আন্তঃ গাঠনি উন্নয়নৰ কামৰ শুভ উদ্বোধন কৰে। মুখ্যমন্ত্ৰী গৰাকীক সংগ দিয়ে বিধায়ক ৰূপক শৰ্মাই। মন্দিৰ ভাগলৈ এক কোটি টকাৰ সাহাৰ্য প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰী […]

ইউক্ৰেইনৰ সন্মতি ৩০ দিনৰ যুদ্ধ বিৰতিত

ইউক্ৰেইনৰ সন্মতি ৩০ দিনৰ যুদ্ধ বিৰতিত আমেৰিকাৰ মধ্যস্থতাত ছৌদি আৰবত ১১ মাৰ্চ, মঙ্গলবাৰে অনুষ্ঠিত হোৱা ৰাছিয়া-ইউক্ৰেইনৰ মাজৰ শান্তি আলোচনাৰ শেষত আহিছে কিছু আশাৰ খবৰ। ৩০ দিনৰ যুদ্ধ বিৰতিত সন্মতি ইউক্ৰেইনৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই সন্দৰ্ভত আমেৰিকান সংবাদ মাধ্যমক সম্বোধন কৰি কয়, “ইউক্ৰেইনে যুদ্ধবিৰতিৰ বাবে মাত্ৰ অলপ আগতে সন্মতি দিছে। এতিয়া আমি ৰাছিয়ালৈ অপেক্ষা কৰিব […]

মৰিচাছলৈ কিয় ৰাওনা হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ?

আজি পুৱাই মৰিচাছলৈ ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী…. গুৱাহাটীঃ দুদিনীয়া ভ্ৰমণসূচীৰে আজি পুৱাই মৰিচাছলৈ ৰাওনা হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। মৰিচাছৰ প্ৰধানমন্ত্ৰী নবীনচন্দ্ৰ ৰামগুলমৰ আমন্ত্ৰণ ৰক্ষা কৰি বুধবাৰে দেশখনৰ ৰাষ্ট্ৰীয় দিৱস উদযাপনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে। ২০১৫ চনৰ পিছত প্ৰধানমন্ত্ৰী মোডীৰ এয়া প্ৰথমটো মৰিচাছ ভ্ৰমণ। তেওঁৰ এই ভ্ৰমণে দুয়োখন দেশৰ বন্ধুত্বৰ ভেটি আৰু অধিক […]

বিয়া নামেৰে উদুলি মুদুলি শিৱসাগৰ জিলাৰ গৌৰীসাগৰ

বিয়া নামেৰে উদুলি মুদুলি শিৱসাগৰ জিলাৰ গৌৰীসাগৰত এক ঐতিহাসিক প্ৰয়াস হাতত লৈছে একাংশ মহিলাই…. বিহু আৰু ঝুমুৰৰ পাছত এতিয়া অসম ৰেকৰ্ডছ অফ বুকছত নাম খোদিত কৰাৰ বাবে প্ৰস্তুতি চলাইছে এই মহিলাসকলে। চৰকাৰী পৃষ্ঠপোষকতা নোহোৱাকৈয়ে বিয়া নামৰ জৰিয়তে অসম বুকছ অফ ৰেকৰ্ডছত নাম তুলিবলৈ পূৰ্ণ প্ৰস্তুতি চলাইছে শিৱসাগৰ জিলাৰ একাংশ মহিলাই। ৰঙালী বিহুৰ আগতে ১২ হাজাৰৰো […]

ৰঙিয়াত ভয়ংকৰ অগ্নিকাণ্ডৰ

ৰঙিয়াত ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰিল এটি পৰিয়াল ৰঙিয়াৰ সমিপৰ সুন্ধিয়া গাওঁৰ কৈলাশ বৈস্যৰ ঘৰৰ পিছপিনে থকা খেৰৰ পুজিত সংঘটিত হয় অগ্নিকাণ্ড । সম্পূৰ্ণৰূপে ভষ্মিভুত এটি বৃহত খেৰৰ পুজি। প্ৰায় ৪০হাজাৰ টকাৰ খেৰ জুইত জাহ যায়। সুন্দিয়া গাঁৱৰ গো পালাক কৈলাস বৈশ্যৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। কথমপি ৰক্ষা পৰে কেইবাটাও পশুধনৰ লগতে পৰিয়ালটোৰ […]

আজি চেম্পিয়নছ ট্ৰফীৰ ফাইনেল। মহাৰণত নামিব ভাৰত-নিউজিলেণ্ড…

আজি চেম্পিয়নছ ট্ৰফীৰ ফাইনেল। মহাৰণত নামিব দুই শক্তিশালী প্ৰতিদ্বন্দী ভাৰত-নিউজিলেণ্ড। গুৱাহাটীঃ শক্তিশালী টীম ইণ্ডিয়া বনাম নিউজিলেণ্ড, আজি চেম্পিয়নছ ট্ৰফীৰ ফাইনেলৰ দুৱাৰডলিত টীম ইণ্ডিয়া।জয়ৰ ধাৰাবাহিকতা অক্ষুন্ন ৰখা ৰোহিত বাহনীৰ সন্মুখত আৰু এটা ট্ৰফী জয়ৰ সুবৰ্ণ সুযোগ। টি-২০ বিশ্বকাপ জয়ৰ এবছৰ নৌহঁতেই আহিছে এই সুযোগ। এই সুযোগৰ পৰা বঞ্চিত হ’ব নোৱাৰা টীম ইণ্ডিয়াই ৰচিছে বিশেষ ৰণকৌশল। মৰুৰ […]

আন্তৰ্জাতিক মহিলা দিৱসৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ‘নাৰী শক্তি’ক অভিবাদন জনাইছে

আন্তৰ্জাতিক মহিলা দিৱসৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ‘নাৰী শক্তি’ক অভিবাদন জনাইছে গুৱাহাটীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসত ‘নাৰী শক্তি’লৈ অভিবাদন জ্ঞাপন কৰে আৰু বিভিন্ন আঁচনি আৰু কাৰ্যসূচীৰ জৰিয়তে মহিলাসৱলীকৰণৰ প্ৰতি তেওঁৰ চৰকাৰৰ প্ৰতিশ্ৰুতি সমূহ পুনৰ ব্যক্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে “বিভিন্ন ক্ষেত্ৰৰ পৰা প্ৰাপ্ত মহিলাসকলে দিনটোৰ বাবে তেওঁৰ সামাজিক মাধ্যমৰ একাউণ্টসমূহ […]

অসমৰ মুঠ কৃষিভূমি সামান্য হ্ৰাস, জলসিঞ্চিত অঞ্চল বৃদ্ধিঃ মন্ত্ৰী অশোক সিংঘাল

গুৱাহাটীঃ শুকুৰবাৰে বিধানসভাত জলসিঞ্চন মন্ত্ৰী অশোক সিংঘালে কয় যে ২০১৫-১৬ চনৰ পৰা যোৱা ৯ বছৰত অসমৰ মুঠ কৃষিভূমি সামান্য হ্ৰাস পোৱাৰ বিপৰীতে জলসিঞ্চিত ভূমি বৃদ্ধি পাইছে। নিৰ্দলীয় বিধায়ক অখিল গগৈৰ এক প্ৰশ্নৰ উত্তৰত সিংঘালে কয় যে, ২০১৫-১৬ চনত ৰাজ্যৰ মুঠ কৃষিভূমি আছিল ৩৫.০৯ লাখ হেক্টৰ, যিটো ২০২৪-২৫ চনত ৩৪.৯৪ লাখ হেক্টৰলৈ হ্ৰাস পাইছে। তেওঁ লগতে […]

Back To Top