অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ প্ৰশংসনীয় পদক্ষেপ

অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ প্ৰশংসনীয় পদক্ষেপ৷ নগাঁও কেন্দ্ৰীয় কাৰাগাৰত ইফতাৰ বিতৰণ সংগ্ৰাম পৰিষদৰ৷ পৱিত্ৰ ৰমজান মাহৰ ইফতাৰ বিতৰণ অনুষ্ঠানৰ আয়োজন সংগ্ৰাম পৰিষদৰ৷ ইফতাৰ বিতৰণ অনুষ্ঠানত পূৰ্ণ সহযোগ কৰে বিশিষ্ট চিকিৎসক ডাঃ ফৰিদুল হুছেইনে৷ উল্লেখযোগ্য যে, ইফতাৰৰ অসুবিধাৰ বাবে ডাঃ ফৰিদুল হুছেইনৰ সৈতে যোগাযোগ কৰিছিল সংগ্ৰাম পৰিষদে৷ইয়াৰ পিছতেই সংগ্ৰাম পৰিষদৰ আবেদন গ্ৰহণ কৰে মানৱ দৰদী দান […]

শিৱসাগৰত বনফুলৰ কবি যতীন্দ্ৰ নাথ দুৱৰাৰ ১৩৪ সংখ্যক ওপজা দিন উদযাপন

শিৱসাগৰত বনফুলৰ কবি যতীন্দ্ৰ নাথ দুৱৰাৰ ১৩৪ সংখ্যক ওপজা দিন উদযাপন শিৱসাগৰৰ নিউ লুক একাডেমীত আজি বনফুলৰ কবি যতীন্দ্ৰ নাথ দুৱৰাৰ ১৩৪ সংখ্যক ওপজা দিন এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে উদযাপন কৰা হয়। অনুষ্ঠানত বিশিষ্ট কবি পুঞ্জন বৰুৱা আৰু বিজয় ৰবি দাস উপস্থিত থাকি দুৱৰাৰ সাহিত্যিক অৱদানৰ বিষয়ে আলোকপাত কৰে আৰু স্ব-ৰচিত কবিতা পাঠ কৰে। বিদ্যালয়ৰ […]

কংগ্ৰেছ নেত্ৰী হিমানীক হত্যা কৰিছিল প্ৰেমিকে!

বিশেষ তদন্তকাৰী দলে কংগ্ৰেছ কৰ্মী হিমানী নৰৱাল হত্যাকাণ্ডৰ এজন অভিযুক্তক আটক কৰিছে। জেৰাৰ সময়ত অভিযুক্তই নিজকে হিমানীৰ প্ৰেমিক বুলি পৰিচয় দিছে। লগতে অভিযুক্তই হিমানীক তেওঁৰ ঘৰতে হত্যা কৰা বুলিও স্বীকাৰ কৰিছে । জানিব পৰা তথ্য অনুসৰি, হিমানীক হত্যা কৰাৰ পিছত তেওঁৰ মৃতদেহটো এটা ছুটকেছত ভৰাইছিল অভিযুক্তই। ছুটকেছটো আছিল হিমানীৰ। ২৮ ফেব্ৰুৱাৰীৰ পুৱা তেওঁ এই ছুটকেছটো […]

বহিঃৰাজ্যত অসমীয়া যুৱকৰ ৰহস্যজনক মৃত্যু

বহিঃৰাজ্যত পুনৰ মৃত্যুক সাৱটিলে অসমীয়া যুৱকে। ঘটনাৰ স্থান তামিলনাডু।তামিলনাডুলৈ কৰ্মসংস্থাপন বিচাৰি গৈছিল ৰঙাপৰাৰ এজন যুৱকে। তামিলনাডুলৈ যোৱাৰ পিছতেই নতুন চেঁচা গাঁৱৰ জন ইন্দুৱাৰ নামৰ যুৱকজনে হঠাৎ মৃত্যুক সাৱটি লয়। এই ঘটনাকসহজে ল’ব পৰা নাই পৰিয়ালবৰ্গ আৰু স্থানীয় ৰাইজে। পৰিয়ালটোৰ একমাত্ৰ পুত্ৰ সন্তান জন ইন্দুৱাৰে একেখন গাঁৱৰে এণ্টনি ধানোৱাৰৰ সৈতে যোৱা ২৫ ফেব্ৰুৱাৰীত ঘৰৰ পৰা ওলাই […]

আপোনালোকৰ সহায়ৰ হাতে এটি পৰিয়ালক ৰক্ষা পৰিব পাৰে

আপোনালোকৰ সহায়ৰ হাতে এটি পৰিয়ালক ৰক্ষা পৰিব পাৰে। তাইৰ মুখত সদায় থকা হাঁহিটো যাতে পুণৰ অক্ষুন্ন থাকে। তাইৰ হাঁহিটো যাতে সকলোৰে মুখত প্ৰতিফলিত হয়, তাৰ বাবে প্ৰয়োজন আপোনালোকৰ সহায়ৰ হাত। এই কৰুণ আবেদন ৰঙিয়া কুমাৰপাটাৰ এহাল পিতৃ মাতৃৰ। দুৰাৰোগ্য থেলাছেমিয়া ৰোগত আক্ৰান্ত এটি কণমানি মৰম লগা ফুলকুমলীয়া শিশুক জীৱনদানৰ বাবে পিতৃ মাতৃৰ এই কৰুণ বিননি। […]

ৰঙিয়াত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা

ৰঙিয়াত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা, স্কুটিৰ খুন্দাত নিহত এজন । ৰঙিয়াৰ তিনিআলী ৰেল গেটৰ সমিপত সংঘটিত হয় দুৰ্ঘটনাটো । আফতাব খান নামৰ ৪৬ বছৰীয়া মাংসৰ ব্যৱসায়ী এগৰাকী নিহত, নিহত আফতাৱ খানৰ ঘৰ বিহাৰৰ চৰণ জিলাৰ ৩৫ ৰচিদপুৰত । নিশা নিজৰ মাংসৰ দোকান বন্ধ কৰি ঘৰঅভিমুখে গৈ থকা অৱস্থাত তামুলপুৰৰ পৰা ৰঙিয়া অভমুখী AS 25 U […]

পুনৰ বোকাজানৰ এজন যুৱক বহিঃৰাজ্যত সন্ধানহীন

বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত ঘৰীয়ালডুবিৰ নিবাসী ৩৭বছৰীয়া ৰমন গড় কৰ্ম থলীলৈ যোৱাৰ পথতে নিৰুদ্দেশ হোৱাৰ ঘটনাই তোলপাৰ লগাইছে সমগ্র অঞ্চল। পৰিয়ালৰ লোকৰ পৰা জানিবলৈ দিয়া অনুসৰি ৰমন গড় আৰু পৰিয়ালৰে এজনৰ লগত গুজৰাটলৈ বুলি ২৪ফেব্ৰুৱাৰী নিশা ট্ৰেইনেৰে যাত্ৰা কৰিছিল। কিন্তু গুজৰাট পোৱাৰ আগতেই ৰাজকুটত যুৱক জন সন্ধানহীন হৈ পৰে বুলি লগত যোৱা জনে পৰিয়ালৰ লোকক […]

এডভান্টেজ অসম ২.০

অসম সৰকাৰ “এডভান্টেজ অসম ২.০ – বিনিয়োগ আৰু আন্তঃগাঁথনি শীৰ্ষ সন্মিলন ২০২৫” – বিনিয়োগকাৰীৰ শীৰ্ষ সন্মিলন, যিটো গুৱাহাটিৰ পশু চিকিৎসা ক্ষেত্ৰত ২৫-২৬ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখে অনুষ্ঠিত হয়। এই অনুষ্ঠানটোক অসম চৰকাৰৰ সৰ্ববৃহৎ বিনিয়োগ আৰু সুবিধাৰ পদক্ষেপ হিচাপে চিনাক্ত কৰা হৈছে, যিয়ে ৰাজ্যখনৰ ভূতাত্ত্বিক সুবিধা আৰু এটা ডাঙৰ বিনিয়োগৰ গন্তব্যস্থানৰ বাবে ইয়াৰ সম্ভাৱনাক উজ্জ্বল কৰি তুলিছিল। […]

Back To Top