শিৱসাগৰত ঐতিহাসিক প্ৰতিবাদী সমাবেশ অনুষ্ঠিত শিৱসাগৰত আজি এক ঐতিহাসিক প্ৰতিবাদী সমাবেশ অনুষ্ঠিত হয়, য’ত বহু সংখ্যক স্থানীয় বাসিন্দাই একত্ৰিত হৈ পাকিস্তান আৰু সন্ত্ৰাসবাদৰ বিৰোধী ধ্বনিৰে শান্তিৰ সমৰ্থনত এক শক্তিশালী প্ৰতিবাদ প্ৰকাশ কৰে। ৰংঘৰৰ বাকৰিৰ পৰা নগৰৰ মাজমজিয়ালৈকে পাকিস্তান মুৰ্দাবাদ, সন্ত্ৰাসবাদ মুৰ্দাবাদ আদি শ্লোগানেৰে প্ৰতিবাদী সমদল বাহিৰ কৰে। বিশেষভাৱে, “উজনি অসম থলুৱা মুছলিম পৰিষদ”ৰ আয়োজিত এই […]
ৰঙিয়াত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ
ৰঙিয়াত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰঙিয়াত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ । চাৰিখনকৈ জিলা পৰিষদৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ। কংগ্ৰেছ দলক তীব্ৰ সমালোচনা। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি হেলিকপ্টাৰ যোগে অসমৰ কেইবাখনো জিলাৰ নিৰ্বাচনী সভাত উপস্থিত হৈ বিজেপি দলৰ প্ৰাৰ্থী সকলৰ হৈ প্ৰচাৰ চলোৱাৰ লগতে […]
বীৰ লাচিত সেনাৰ কামৰূপ জিলাৰ মুখ্য সম্পাদক নিতু আহমেদ ওৰফে নিতু অসমকক গ্ৰেপ্তাৰৰ দাবী আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰংগ দলৰ..
বীৰ লাচিত সেনাৰ কামৰূপ জিলাৰ মুখ্য সম্পাদক নিতু আহমেদ ওৰফে নিতু অসমকক গ্ৰেপ্তাৰৰ দাবী আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰংগ দলৰ.. বীৰ লাচিত সেনাৰ কামৰূপ জিলাৰ মুখ্য সম্পাদক নিতু আহমেদ ওৰফে নিতু অসম আৰু আনসকল সহযোগীক গ্ৰেপ্তাৰৰ দাবী আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰংগ দলৰ । অভিযুক্তসকলক শীঘ্ৰে গ্ৰেপ্তাৰ নকৰিলে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ […]
ৰাজ্যত পূৰ্ণগতিত চলিছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ
ৰাজ্যত পূৰ্ণগতিত চলিছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ৰঙিয়াৰ সংখ্যালঘু অঞ্চলসমুহত বিজেপিৰ নিৰ্বাচনী ৰণডংকা । ৰঙিয়াত বিজেপিৰ জিলা পৰিষদৰ লগতে আঞ্চলিক পঞ্চায়তৰ সদস্য সকলৰ হৈ প্ৰচাৰ চলাইছে ৰঙিয়াৰ বিধায়ক তথা বিজেপিৰ প্ৰাক্তন সভাপতি ভবেশ কলিতাই। ভবেশ কলিতাই অংশগ্ৰহণ কৰা কেইবাখনো সভাত কংগ্ৰেছ , এ আই ইউ ডি এফৰ অৰ্ধ শতাধিক লোকৰ বিজেপি দলত যোগদান […]
ডিমৌত চাহ বাগিচাৰ বিদ্যালয়সমূহত শিক্ষাৰ নিম্ন মান, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তীব্ৰ ক্ষোভ
ডিমৌত চাহ বাগিচাৰ বিদ্যালয়সমূহত শিক্ষাৰ নিম্ন মান, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তীব্ৰ ক্ষোভ ছাত্ৰ-ছাত্ৰীয়ে লিখিব নোৱাৰে নিজৰ নাম, দায়ী শিক্ষাগুৰু-বিষয়াৰ বিৰুদ্ধে তদন্ত আৰু শাস্তিৰ দাবী; অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ খৰাহাট উপ শাখাৰ উদ্যোগত কেইদিনমান পূৰ্বে “চলো যাঁও স্কুল” কাৰ্যসূচীৰ অধীনত এক সচেতনতা ৰেলীৰ আয়োজন কৰা হৈছিল। চাহ বাগিচা অধ্যুষিত অঞ্চলসমূহত শিক্ষাৰ মান উন্নত […]
ত্ৰিপুৰাত ২৫ এপ্ৰিলত বিশাল আয়োজনেৰে অনুষ্ঠিত হয় বৃহৎ মেগা সজাগতা কাৰ্যসূচী….
ত্ৰিপুৰাত ২৫ এপ্ৰিলত বিশাল আয়োজনেৰে অনুষ্ঠিত হয় বৃহৎ মেগা সজাগতা কাৰ্যসূচী…. ত্ৰিপুৰাত ২৫ এপ্ৰিলত বিশাল আয়োজনেৰে অনুষ্ঠিত হয় বৃহৎ মেগা সজাগতা কাৰ্যসূচী। গুৱাহাটীঃ ত্ৰিপুৰাত ২৫ এপ্ৰিলত বিশাল আয়োজনেৰে অনুষ্ঠিত হয় বৃহৎ মেগা সজাগতা কাৰ্যসূচী। আগৰতলা ৰবীন্দ্ৰ ভৱনত ২৫ তাৰিখ শুকুৰবাৰে হৈ যোৱা মেগা সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয় নৰ্থ ইষ্ট ইণ্ডাষ্ট্ৰিয়েলডেভেলপমেন্ট কাউন্সিলৰ উদ্যোগত তথা ত্ৰিপুৰা ইউনাইটেড […]
পেহেলগামৰ সন্ত্ৰাসবাদী বৰ্বৰ আক্ৰমণ….
পেহেলগামৰ সন্ত্ৰাসবাদী বৰ্বৰ আক্ৰমণ…. পেহেলগামৰ সন্ত্ৰাসবাদী বৰ্বৰ আক্ৰমণ। ছৌদি আৰৱ ভ্ৰমণ আধাতে সামৰি দেশলৈ ঘূৰি আহিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী জম্মু কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত দুদিনীয়া ছৌদি আৰৱ ভ্ৰমণ আধাতে সামৰি বুধবাৰে পুৱাই স্বদেশত আহি উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। জম্মু কাশ্মীৰৰ পেহেলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত দুদিনীয়া ছৌদি আৰৱ ভ্ৰমণ আধাতে সামৰি […]
ৰঙিয়াত ড্ৰাগছৰ বিৰুদ্ধে ওলাই আহিল সহস্ৰাধিক পুৰুষ মহিলা
ৰঙিয়াত ড্ৰাগছৰ বিৰুদ্ধে ওলাই আহিল সহস্ৰাধিক পুৰুষ মহিলা। ৰঙিয়াত ড্ৰাগছৰ বিৰুদ্ধে ওলাই আহিল সহস্ৰাধিক পুৰুষ মহিলা। ৰঙিয়াৰ ততাৰকুছি অঞ্চলত দীৰ্ঘদিনৰ পৰাই ভিনি ওৰফে মৰ্তোজাই চলাই আছে অবৈধ ড্ৰাগছৰ ৰমৰমীয়া বেহা। যাৰ ফলত অঞ্চলটোৰ নৱপ্ৰজন্ম ধংসৰ গৰাহত। ৰাইজে বাৰম্বাৰ ড্ৰাগছ মাফিয়া ভিনি ওৰফে মৰ্তোজাক বাধা প্ৰদান কৰাৰ ওপৰিও কেইবাবাৰো আৰক্ষীৰ জালত পৰিছিল যদিও মোহ এৰিব পৰা […]
ত্ৰিপুৰাত ২৫ এপ্ৰিলত বিশাল আয়োজনেৰে অনুষ্ঠিত হ’ব বৃহৎ মেগা সজাগতা কাৰ্যসূচী
ত্ৰিপুৰাত ২৫ এপ্ৰিলত বিশাল আয়োজনেৰে অনুষ্ঠিত হ’ব বৃহৎ মেগা সজাগতা কাৰ্যসূচী গুৱাহাটীঃ ত্ৰিপুৰাত ২৫ এপ্ৰিলত বিশাল আয়োজনেৰে অনুষ্ঠিত হ’ব বৃহৎ মেগা সজাগতা কাৰ্যসূচী। মূখ্য অতিথি হিচাপে উপস্থিত থাকিব NEIDC ৰ অধ্যক্ষ শৈলেন্দ্ৰ প্ৰতাপ সিঙ। টিইউআইআৰপিচিয়ে উত্তৰ-পূব ঔদ্যোগিক উন্নয়ন পৰিষদৰ (NEIDC) ৰ সহযোগত আগৰতলাৰ ৰবীন্দ্ৰ শত বাৰ্ষিকী ভৱনৰ হল নং ১ ত এক বৃহৎ সজাগতা কাৰ্যসূচীৰ […]
ৰঙিয়াৰ সংখ্যালঘু অঞ্চলসমূহত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ….
ৰঙিয়াৰ সংখ্যালঘু অঞ্চলসমূহত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ…. পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ৰঙিয়াৰ সংখ্যালঘু অঞ্চলসমূহত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভা । ৰঙিয়াত বিজেপিৰ জিলা পৰিষদৰ লগতে আঞ্চলিক পঞ্চায়তৰ সদস্য সকলৰ হৈ প্ৰচাৰ চলাইছে ৰঙিয়াৰ বিধায়ক তথা বিজেপিৰ প্ৰাক্তন সভাপতি ভবেশ কলিতাই ভবেশ কলিতাই অংশগ্ৰহণ কৰা কেইবাখনো সভাত কংগ্ৰেছ , এ আই ইউ ডি এফৰ অৰ্ধ শতাধিক লোকৰ বিজেপি দলত […]