শিৱসাগৰত মহিলা হত্যাৰ অভিযোগ! ৰংঘৰ চাৰিআলি-ঢুলীয়াপাৰত উত্তেজনাময় পৰিৱেশ শিৱসাগৰৰ ৰংঘৰ চাৰিআলি আৰু ঢুলীয়াপাৰ অঞ্চলত এই মুহূর্তত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে। মৌচুমী চুলতানা নামৰ এগৰাকী নৱবিবাহিতা মহিলাৰ মৃত্যুক লৈ তীব্ৰ প্ৰতিবাদ আৰু সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকসকলে, লগতে পৰিয়ালৰ সদস্যসকলে। মৌচুমীৰ পৰিয়ালৰ অভিযোগ অনুসৰি, তেওঁক তেওঁৰ স্বামী চাহিল হাজৰিকা আৰু চাহিলৰ মাতৃ এলিজা বেগমে মিলি হত্যা […]
ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে মৰিগাঁও জিলা নেমছুৰ তীব্ৰ প্ৰতিবাদ
ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে মৰিগাঁও জিলা নেমছুৰ তীব্ৰ প্ৰতিবাদ ৱাকফ্ সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত নীতিশ কুমাৰ, চন্দ্রবাবু নাইডুৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে মৰিগাঁও জিলা নেমছুৱে। মৰিগাঁও জিলাৰ লাহৰিঘাটৰ নগাবন্ধাতো নীতিশ কুমাৰ আৰু চন্দ্রবাবু নাইডুৰ প্ৰতিমূৰ্তি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে নেমছুৱে। আজি বিয়লিৰ ভাগত নগাবন্ধা বজাৰত নেমছুৰ উদ্যোগত আৰু স্থানীয় […]
কেতিয়ালৈ নিৰ্মাণ হব ৰঙিয়াৰ তিনিআলি (RM-2) ৰেলগেটৰ উৰণীয়া সেতু?
কেতিয়ালৈ নিৰ্মাণ হব ৰঙিয়াৰ তিনিআলি (RM-2) ৰেলগেটৰ উৰণীয়া সেতু? দীৰ্ঘদিনে ৰঙিয়াবাসী লগতে চুবুৰীয়া ৰাষ্ট্ৰ ভূটান আৰু BTR অঞ্চলৰ ৰাইজে জিয়াতু ভুগি আহিছে তিনিআলিত থকা ৰেলগেট খনক লৈ । ৰেলগেট খনৰ বাবে ঘন্টাৰ পিছত ঘন্টা ধৰি আবদ্ধ হয় জৰুৰীকালীন সেৱাৰ লগত জড়িত বাহন সমুহকে ধৰি স্কুলীয়া ছাত্ৰ ছাত্ৰী। ৰেলগেট বন্ধ থকাৰ বাবে গৰ্ভৱতী মহিলাও ৰেলগেটতে প্ৰসৱ […]
শিৱসাগৰৰ দৰিকাপাৰত ভয়ংকৰ অগ্নিকাণ্ড!
শিৱসাগৰৰ দৰিকাপাৰত ভয়ংকৰ অগ্নিকাণ্ড! ৰং নিৰ্মাণ কৰা উদ্যোগত লাগিল দাউদাউকৈ জুই শিৱসাগৰ জিলাৰ দৰিকাপাৰৰ ইণ্ডাষ্ট্ৰিয়েল ষ্টেটত আজি পুৱা সংঘটিত হ’ল এক ভয়ংকৰ অগ্নিকাণ্ড। ৰং নিৰ্মাণ কৰা এখন উদ্যোগৰ টেংকীত অজ্ঞাত কাৰণত এই জুই লাগিছে বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে, উদ্যোগটোত হাজাৰ হাজাৰ লিটাৰ জ্বলনশীল থ্ৰীনাৰ সংগ্ৰহ থকা অৱস্থাত টেংকীত জুই ধৰাৰ ফলত মুহূৰ্ততে জুইয়ে […]
সুৰা নোপোৱাৰ খঙত মাতৃৰ মূৰ ফালিলে পুত্ৰই
সুৰা নোপোৱাৰ খঙত মাতৃৰ মূৰ ফালিলে পুত্ৰই — শিৱসাগৰত নৰকীয় ঘটনা…‘গাৰৰ নোমে শত্ৰু’ ক’থাটো পুনৰ প্ৰমাণিত অসমীয়া সমাজত বহুল ব্যৱহৃত ক’থা “গাৰৰ নোমে শত্ৰু” পুনৰ সত্য প্ৰমাণ কৰিলে শিৱসাগৰৰ এটা কুলাংগাৰ পুত্ৰই। শিৱসাগৰ জিলাৰ ফুকননগৰ ন-পাম গাঁৱত সংঘটিত হৈছে এটি হৃদয়বিদাৰক ঘটনা, য’ত পুত্ৰই মাতৃৰ স্নেহক নিলজ্জভাৱে পদধূলিত কৰি অমানৱীয় কাণ্ড সংঘটিত কৰে। ৭০ বছৰীয়া […]
শিৱসাগৰত প্ৰাক্-নিৰ্বাচনী হিংসাৰ উত্তপ্ত পৰিস্থিতি
শিৱসাগৰত প্ৰাক্-নিৰ্বাচনী হিংসাৰ উত্তপ্ত পৰিস্থিতি অসম দৰ্শন আঁচনিৰ চেক বিতৰণৰ সময়তে সংঘৰ্ষ হোৱাৰ অভিযোগ নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগেই শিৱসাগৰৰ গৌৰিসাগৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। গৌৰিসাগৰ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয় চৌহদত বিজেপি আৰু ৰাইজৰ দলৰ কৰ্মীসকলৰ মাজত সংঘটিত হয় খণ্ডযুদ্ধ। অসম চৰকাৰৰ “অসম দৰ্শন” আঁচনিৰ অধীনত বিতৰণ হ’বলগীয়া চেকৰ বিতৰণ কাৰ্যসূচী […]
দেশত হ্ৰাস পাইছে মাওবাদী কাৰ্যকলাপ, ২০২৬ ত নিৰ্মূলৰ হুংকাৰ…
দেশত হ্ৰাস পাইছে মাওবাদী কাৰ্যকলাপ, ২০২৬ ত নিৰ্মূলৰ হুংকাৰ… কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বাওঁপন্থী উগ্ৰবাদ সম্পূৰ্ণ ৰূপে নিৰ্মূলৰ বাবে ২০২৬ চনৰ ৩১ মাৰ্চত নিৰ্ধাৰণ কৰাৰ এবছৰ পাছতে এক উল্লেখযোগ্য মাইলৰ খুঁটিত উপনীত হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বাওঁপন্থী উগ্ৰবাদ (এল ডব্লিউ ই) সম্পূৰ্ণ ৰূপে নিৰ্মূলৰ বাবে ২০২৬ চনৰ ৩১ মাৰ্চত নিৰ্ধাৰণ কৰাৰ এবছৰ পাছতে এক […]
উৰিষ্যাৰ ৰথ যাত্ৰা, বালি যাত্ৰাকেন্দ্ৰৰ অমূৰ্ত সাংস্কৃতিক ঐতিহ্য তালিকাত স্থান
উৰিষ্যাৰ ৰথ যাত্ৰা, বালি যাত্ৰাকেন্দ্ৰৰ অমূৰ্ত সাংস্কৃতিক ঐতিহ্য তালিকাত স্থান পাইছে ৰথ যাত্ৰা আৰু বালি যাত্ৰা – বিশ্বজুৰি বিখ্যাত উৰিষ্যাৰ দুটা মুখ্য উৎসৱ – কেন্দ্ৰৰ সংস্কৃতি মন্ত্ৰালয়ৰ অধীনত সংগীত নাটক একাডেমীৰ অমূৰ্ত সাংস্কৃতিক ঐতিহ্য তালিকাৰ ৰাষ্ট্ৰীয় তালিকাত তালিকাভুক্ত কৰা হৈছে, এই কথা জনায় মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে। সংগীত নাটক একাডেমী হৈছে ভাৰতৰ শীৰ্ষ সাংস্কৃতিক সংস্থা। […]