শিৱসাগৰত শিক্ষক নিযুক্তিৰ কেলেংকাৰীত জড়িত আছিল আলফা

উগ্ৰপন্থী তথা সন্ত্ৰাসবাদী-ৰ হেঁচাত নিযুক্তি পোৱা ১৭০০ নাবালক শিক্ষকঃ গৃহ বিভাগৰ নীৰৱতা সন্দেহজনক, NIA/CBI তদন্তৰ দাবীত দিগন্ত শইকীয়াৰ আবেদন — নব্বৈ দশকৰ অবিভক্ত শিৱসাগৰ আৰু বৰ্তমানৰ চৰাইদেউ জিলাত সংঘটিত এক ভয়ংকৰ শিক্ষক নিযুক্তি কেলেংকাৰিয়ে ৰাজ্যৰ শিক্ষা খণ্ডৰ লগতে ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰতো গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে। ১৫-১৭ বছৰ বয়সৰ প্ৰায় ১৭০০ নাবালকক শিক্ষক হিচাপে নিযুক্তি দিয়াৰ […]

টিঙিৰীপামত পিঞ্জৰাৱদ্ধ হ’ল এটা নাহৰফুটুকী বাঘ

টিঙিৰীপামত পিঞ্জৰাৱদ্ধ হ’ল এটা নাহৰফুটুকী বাঘ শিৱসাগৰ জিলাৰ টিঙিৰীপাম অভয়াপুৰীয়া গাঁ‌ৱৰ নামদাং নদীৰ কাষত আজি পুৱা পিঞ্জৰাৱদ্ধ হ’ল এটা বৃহৎ আকাৰৰ নাহৰফুটুকী বাঘ। অঞ্চলটোত দীৰ্ঘদিন ধৰি চলি অহা বাঘৰ উপদ্ৰৱে আতংক সৃষ্টি কৰিছিল। গৰু, ছাগলী ধৰা, ৰাতি-ৰাতি গাঁৱৰ চাৰিওফালে বিচৰণ কৰি ফুৰা বাঘৰ আতংকত নিদ্ৰা‌ত কটাইছিল বহু ৰাতি। অৱশেষত বুধবাৰে বন বিভাগ আৰু ৰাইজৰ সহযোগত […]

শিৱসাগৰত ৰাইজৰ ৰোষত পৰিল ড্ৰাগছ আসক্ত লোক

শিৱসাগৰত ৰাইজৰ ৰোষত পৰিল ড্ৰাগছ আসক্ত লোক ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত সন্দেহত শিৱসাগৰৰ পলাশনি গাঁৱত ৰাইজৰ ৰোষত পৰিল ড্ৰাগছ আসক্ত ব্যক্তি ড্ৰাগছ সমস্যা জটিল ৰূপ ধাৰণ কৰি অহা সময়ছোৱাত ৰাজ্যৰ বিভিন্ন অঞ্চলৰ লগতে শিৱসাগৰতো ইয়াৰ কু-প্ৰভাৱ প্ৰত্যক্ষভাৱে দেখা গৈছে। ইয়াৰ সৈতে জড়িত ব্যক্তি তথা চক্রসমূহৰ বিৰুদ্ধে ৰাইজ সচেতন হৈ পৰাৰ এক দৃষ্টান্তীয় ঘটনা পলাশনি গাঁৱত […]

বিশিষ্ট শিক্ষাবিদ শ্ৰীমন্ত বৰঠাকুৰৰ কেইবাটাও বিস্ফোৰক প্ৰতিক্ৰিয়া

বিশিষ্ট শিক্ষাবিদ শ্ৰীমন্ত বৰঠাকুৰৰ কেইবাটাও বিস্ফোৰক প্ৰতিক্ৰিয়া 📌বিশিষ্ট শিক্ষাবিদ শ্ৰীমন্ত বৰঠাকুৰৰ কেইবাটাও বিস্ফোৰক প্ৰতিক্ৰিয়া📌চান্দা আক্ৰমণ হ’লে প্ৰত্যাক্ৰমণ হ’বই !📌 দুলীয়াজানত সংঘটিত হোৱা ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া !📌 অনুষ্ঠানত দান-বৰঙনীৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া !📌 অসম আন্দোলনৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে আন্দোলনসমূহৰ সফল সমাপ্তি হোৱা সন্দৰ্ভত বিস্ফোৰক প্ৰতিক্ৰিয়া !📌স্বাৰ্থ সিদ্ধিৰ বাবে ব্যৱহৃত আন্দোলনকাৰী সন্দৰ্ভত বিস্ফোৰক মন্তব্য !

নৃত্যাচাৰ্য যতীন গোস্বামীলৈ পদ্মভূষণ সন্মান

নৃত্যাচাৰ্য যতীন গোস্বামীলৈ পদ্মভূষণ সন্মান ✍️নৃত্যাচাৰ্য যতীন গোস্বামীলৈ পদ্মভূষণ সন্মান✍️ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে✍️সাহিত্য, সংস্কৃতিলৈ অনবদ্য অৱদান আগবঢ়োৱা সত্ৰীয়া নৃত্যৰ পুৰোধা ব্যক্তি যতীন গোস্বামী✍️যতীন গোস্বামীয়ে ইয়াৰ পূৰ্বে লাভ কৰিছিল পদ্মশ্ৰী আৰু সংগীত নাটক অকাডেমী সন্মান

ওদালগুৰিত বিজেপিৰ যোগদান কাৰ্যসূচী

ওদালগুৰিত বিজেপিৰ যোগদান কাৰ্যসূচী বিষ্ণুৰাভা প্ৰেক্ষাগৃহত বিজেপিৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত সক্ৰিয় কাৰ্যকৰ্তা সন্মিলন আৰু বিশাল যোগদান সভা। এই সভাৰ পৰাই BTR নিৰ্বাচনৰ ৰণশিঙা বজালে বিজেপিয়ে, উপস্থিত ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে বিজেপিৰ কেইবাজনো বিধায়ক ভাৰতীয় জনতা পাৰ্টি, ওদালগুৰি জিলা সমিতিৰ উদ্যোগত আয়োজিত সক্ৰিয় কাৰ্যকৰ্তা সন্মিলন আৰু বিশাল যোগদান কাৰ্যসূচীত অংশ […]

ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ সভাপতি হিচাপে গৌৰৱ গগৈৰ নামত মাৰিলে ছীল-মোহৰ

ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ সভাপতি হিচাপে গৌৰৱ গগৈৰ নামত মাৰিলে ছীল-মোহৰ ✍️ APCCৰ সভাপতি পদত নিযুক্তি দিয়া হ’ল গৌৰৱ গগৈক। ✍️মুখ্যমন্ত্ৰীয়ে অনা পাকিস্তান লিংকৰ অভিযোগক একাষৰীয়া কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে গৌৰৱ গগৈৰ নামত ছীল-মোহৰ মাৰিলে ৰাহুল গান্ধীয়ে। ✍️আনপিনে গৌৰৱ গগৈক APCCৰ সভাপতি পতাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এনেদৰে- ✍️ “সৰু ঘৰৰ […]

শিক্ষকৰ গাফিলতিত ছাত্ৰ দুৰ্ঘটনাত আহত

শিক্ষকৰ গাফিলতিত ছাত্ৰ দুৰ্ঘটনাত আহত — দায়িত্বহীনতা আৰু বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ পৰিচালনাৰ ব্যর্থতাৰ জঘন্য নমুনা কলিয়াপানী মজদুৰ প্ৰাথমিক বিদ্যালয়ত ভয়ংকৰ দুৰ্ঘটনা, ৰাইজৰ তীব্ৰ প্ৰতিক্ৰিয়া শিক্ষাৰ মন্দিৰ বুলি কোৱা বিদ্যালয় এতিয়া দায়িত্বহীন শিক্ষকৰ কাৰ্যকলাপত শিশুৰ বাবে দুৰ্ঘটনাৰ মঞ্চ হৈ পৰিছে। ডিমৌ শিক্ষা খণ্ডৰ অন্তৰ্গত কলিয়াপানী মজদুৰ প্ৰাথমিক বিদ্যালয়ত আজি সংঘটিত ঘটনাই এই সত্যক পুনৰ প্রতিষ্ঠা কৰিছে। […]

পাকিস্তান চৰকাৰৰ পৰা দৰমহা লৈছিল গৌৰৱ গগৈৰ পত্নীয়ে

পাকিস্তান চৰকাৰৰ পৰা দৰমহা লৈছিল গৌৰৱ গগৈৰ পত্নীয়ে ✍️পাকিস্তান চৰকাৰৰ পৰা দৰমহা লৈছিল গৌৰৱ গগৈৰ পত্নীয়ে✍️গৌৰব গগৈৰ পত্নীয়ে পাকিস্তান চৰকাৰৰ পৰা দৰমহা লৈছিল বুলি ৰাজীৱ ভৱনত হোৱা সংবাদমেলত বিস্ফোৰক স্বীকাৰোক্তি দিছিল ৰিপুন বৰাই।✍️যদিহে ৰিপুন বৰাৰ কথা সঁচা হয় তেনেহলে এয়া ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি বুলি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাৰ।✍️তদন্তৰ বাবে ৰিপুন বৰাৰ ভাষ্য […]

ৰঙিয়াত পুৱতি নিশা হোৱা এখন বজাৰ

ৰঙিয়াত পুৱতি নিশা হোৱা এখন বজাৰ । আপুনি-মই শোৱাপাতিত থাকোতেই বেচা-কিনা সামৰণি পৰে এইখন বজাৰখনত । ৰঙিয়া নগৰৰ গাতে লাগি থকা বালাগাঁৱৰ এই মাছৰ বজাৰখনত বিভিন্ন প্ৰজাতিৰ মাছৰ পোনাই মনোমোহা সৃষ্টি কৰে পুৱতিনিশা। উত্তৰ পুৰ্বাঞ্চলৰ বিভিন্ন ঠাইৰ পৰা অহা ক্ৰেতা-বিক্ৰেতাই ভিৰ কৰেহি এই বজাৰখনত। ৰঙিয়াৰ বালাগাঁওত থকা এই মাছ পোনা বজাৰখনেই উত্তৰ পুৰ্বাঞ্চলৰ বহু নিবনুৱাক […]

Back To Top