শিক্ষাৰ্থীৰ কৰ্ম-কাণ্ডত লটিঘটি আৰক্ষীৰ

শিক্ষাৰ্থীৰ কৰ্ম-কাণ্ডত লটিঘটি আৰক্ষীৰ শিক্ষাৰ্থীৰ কৰ্ম-কাণ্ডত লটিঘটি আৰক্ষীৰ লগতে অঞ্চলবাসী জয়ন্তীপুৰ যোগেশ্বৰ বিদ্যাপীঠ হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্র তাৰিফুলৰ কৰ্ম কাণ্ডত লটিঘটি অঞ্চলবাসীৰ বিদ্যালয়লৈ যাম বুলি নিতৌ আহে ঘৰৰ পৰা। কিন্তু ঘৰৰ পৰাই ওলাই বপুৰাই সলনি কৰে মুড। বেগটো ক’ৰবাত লুকাই থৈ ঘুৰি থাকে পাঠদানৰ সময়খিনি পাঠদান শেষ কৰি অন্য শিক্ষাৰ্থী সকল ওভতাৰ সময়ত লুকাই থোবা […]

দুলীয়াজানলৈ গৈ থকাৰ অৱস্থাত ডিমৌ আৰক্ষীয়ে আটক কৰে শৃংখল চলিহাক

দুলীয়াজানলৈ গৈ থকাৰ অৱস্থাত ডিমৌ আৰক্ষীয়ে আটক কৰে শৃংখল চলিহাক দুলীয়াজানলৈ গৈ থকাৰ অৱস্থাত ডিমৌ আৰক্ষীয়ে আটক কৰে শৃংখল চলিহাক। কেইবাগৰাকীও আৰক্ষীৰ লোকে ধৰি-বান্ধি শৃংখলক আৰক্ষীৰ বাহনত তুলি লৈ যোৱাৰ পাছতে এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। আৰক্ষীয়ে ধৰি-বান্ধি আটক কৰাৰ সময়তে শৃংখল চলিহাৰ মন্তব্য – “অসমীয়াই কেতিয়াও ভয় নকৰে। মই আজি ঘৰৰ পৰা ওলাই […]

অসমীয়া জাতিক অপমান কৰা তনু শ্বাহীক গ্ৰেপ্তাৰৰ দাবীত কাইলৈ দুলীয়াজান বন্ধ ঘোষণা

অসমীয়া জাতিক অপমান কৰা তনু শ্বাহীক গ্ৰেপ্তাৰৰ দাবীত কাইলৈ দুলীয়াজান বন্ধ ঘোষণা 🔸এজাহাৰত নাম নথকাকৈ কেনেকৈ গ্ৰেপ্তাৰ হ’ল শংকৰ জ্যোতি বৰুৱা?🔸অসমীয়া জাতিক অপমান কৰা তনু শ্বাহীক গ্ৰেপ্তাৰৰ দাবীত কাইলৈ দুলীয়াজান বন্ধ ঘোষণা জাতীয় দল-সংগঠনৰ।🔸তনুক গ্ৰেপ্তাৰ কৰিবলৈ বান্ধি দিলে ৪৮ ঘণ্টাৰ সময়সীমা।🔸যুৱতীগৰাকীক গ্ৰেপ্তাৰ নকৰিলে সৃষ্টি হ’ব পাৰে আইন-শৃংখলা জনিত পৰিস্থিতিৰ।🔸২৪ ঘণ্টাত তনু শ্বাহীৰ তিনিটা মন্তব্য🔸এজাহাৰত নাম […]

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলী মুকলি কৰিব নগাঁৱৰ হয়বৰগাঁও ৰে’ল ষ্টেচন

কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলী মুকলি কৰিব নগাঁৱৰ হয়বৰগাঁও ৰে’ল ষ্টেচন 🔸কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলী মুকলি কৰিব নগাঁৱৰ হয়বৰগাঁও ৰে’ল ষ্টেচন৷ 🔸পুনৰ অত্যাধুনীক ৰূপত ষ্টেচনটো মুকলি কৰাৰ পূৰ্বে কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ বিশেষ বাৰ্তা সামাজিক মাধ্যমত…

শিৱসাগৰৰ জয়সাগৰত ভয়ংকৰ ঘটনা! ঘটনাটো সংঘটিত হ’ল কিদৰে?

শিৱসাগৰৰ জয়সাগৰত ভয়ংকৰ ঘটনা! ঘটনাটো সংঘটিত হ’ল কিদৰে? শিৱসাগৰৰ জয়সাগৰত ভয়ংকৰ ঘটনা! ঘটনাটো সংঘটিত হ’ল কিদৰে? ভয়াবহ অগ্নিকাণ্ডৰ ফলত লক্ষাধিক টকাৰ ক্ষতিসাধন। শিৱসাগৰৰ জয়সাগৰত ভয়ংকৰ অগ্নিকাণ্ড, লক্ষাধিক টকাৰ ক্ষয়ক্ষতি শিৱসাগৰৰ জয়সাগৰত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডই সমগ্ৰ অঞ্চলত আতংক সৃষ্টি কৰিছে। নেকিবুদ্দিন আহমেদ নামৰ এজন ব্যক্তিৰ “এন অম অটোম’” নামৰ ইলেকট্ৰিক বাহন বিক্ৰী কৰা প্ৰতিষ্ঠানত এই […]

প্ৰেমিকৰ মানসিক নিৰ্যাতনৰ বলি ১৮ বছৰীয়া যুৱতী

প্ৰেমিকৰ মানসিক নিৰ্যাতনৰ বলি ১৮ বছৰীয়া যুৱতী প্ৰেমিকৰ মানসিক নিৰ্যাতনৰ বলি ১৮ বছৰীয়া যুৱতী। আত্মহত্যাৰ অভিযোগ, জিতু আলীৰ বিৰুদ্ধে পৰিয়ালৰ এজাহাৰ । ৰঙিয়াৰ কাছাৰী শৌলমাৰী অঞ্চলত এই হৃদয়বিদাৰক ঘটনা । ৰঙিয়াত প্ৰেমিকৰ মানসিক নিৰ্যাতনৰ বলি ১৮ বছৰীয়া যুৱতী । আত্মাহত্যাৰ অভিযোগ, জিতু আলীৰ বিৰুদ্ধে পৰিয়ালৰ এজাহাৰ । ৰঙিয়াৰ কাছাৰী শৌলমাৰী অঞ্চলত এটা হৃদয়বিদাৰক ঘটনা । […]

২০২৫ৰ পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ বাবে শিৱসাগৰত বিশেষ সম্বৰ্ধনা অনুষ্ঠান

২০২৫ৰ পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ বাবে শিৱসাগৰত বিশেষ সম্বৰ্ধনা অনুষ্ঠান ২০২৫ বৰ্ষৰ সদ্যঘোষিত উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে দৰবাৰ ৰোড যুৱ সমাজ আৰু দৰবাৰ ৰোড মছজিদ পৰিচালনা সমিতিয়ে। আজিৰ দিনটো শিৱসাগৰ জিলাৰ বাবে গৌৰৱৰ দিন হৈ পৰে, কিয়নো এই জিলা অন্তৰ্গত বহু কেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ হৈ […]

গৌৰৱ গগৈক মোক্ষম উত্তৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

গৌৰৱ গগৈক মোক্ষম উত্তৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ 🔸গৌৰৱক মোক্ষম উত্তৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ🔸’গৌৰৱ গগৈ সন্দৰ্ভত মই কোৱা এটাও কথা মিছা নহয়’🔸’মই যদি মিছা কৈছো ৰাজনীতি ত্যাগ কৰিম’।🔸পাকিস্তানৰ গৃহ মন্ত্ৰালয়ৰ আমন্ত্ৰণত গৈছিল গৌৰৱ গগৈ🔸যি কৈছোঁ, কমকৈহে কৈছোঁ, ১০ ছেপ্টেম্বৰত ওলাব ভয়ানক তথ্য🔸পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি নহয় এয়া কি?🔸সংসদত পাকিস্তানৰ হৈ প্ৰশ্ন, ইছলামাবাদত লৈ […]

গৌৰৱ গগৈৰ নাম কৰ্তন, কংগ্ৰেছৰ অস্থিৰতা আৰু পাকিস্তানক লৈ তীব্ৰ মন্তব্য

গৌৰৱ গগৈৰ নাম কৰ্তন, কংগ্ৰেছৰ অস্থিৰতা আৰু পাকিস্তানক লৈ তীব্ৰ মন্তব্য। শিৱসাগৰত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰতিক্ৰিয়া। শিৱসাগৰত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰতিক্ৰিয়া।গৌৰৱ গগৈৰ নাম কৰ্তন, কংগ্ৰেছৰ অস্থিৰতা আৰু পাকিস্তানক লৈ তীব্ৰ মন্তব্য। BJPৰ Agent কংগ্ৰেছত আছে — আব্দুল খালেকৰ মন্তব্যক উপহাস টিয়কৰ পৰা প্ৰতিদ্বন্দ্বিতা – শুভকামনা, কিন্তু সভাপতি হোৱাৰ সম্ভাৱনা ক্ষীণ শিৱসাগৰত কেন্দ্ৰীয় ৰাজ্যিক […]

ৰঙিয়া আৰক্ষীৰ অভিযানত গাঞ্জা সহ আটক ওদালগুৰিৰ মনোজ সিং

ৰঙিয়া আৰক্ষীৰ অভিযানত গাঞ্জা সহ আটক ওদালগুৰিৰ মনোজ সিং ৰঙিয়া আৰক্ষীয়ে আজি আবেলি গাঞ্জ সহ আটক কৰে ওদালগুৰি থানাৰ অধিনৰ ফোহাবাৰী গাঁৱৰ মনোজ সিং নামৰ এজন ব্যক্তিক । ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিৎ নাথে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে এক গোপন সূত্ৰৰ আধাৰত এজন ব্যক্তিয়ে এখন স্কুটিত গাঞ্জা কঢ়িয়াই অনা বুলি অবগত হয় […]

Back To Top