‘অসম-নাগালেণ্ড সাংস্কৃতিক বিনিময়’ শীৰ্ষক বিশেষ কাৰ্যসূচী। অসম-নাগালেণ্ডৰ মাজত সাংস্কৃতিক বিনিময় কাৰ্যসূচী নাগালেণ্ডৰ ফৰ্ম পিপলছ কাউন্সিল আৰু লংলেং জিলা প্ৰশাসনৰ উদ্যোগত ইয়ংলক ৰাজহুৱা খেলপথাৰত আয়োজন কৰা হৈছে ‘অসম-নাগালেণ্ড সাংস্কৃতিক বিনিময়’ শীৰ্ষক বিশেষ কাৰ্যসূচী। দুই ৰাজ্যৰ জনসাধাৰণৰ মাজত সম্প্ৰীতি, সৌহাৰ্দ্য আৰু সু-সম্পর্ক অটুট ৰাখি ভাতৃত্ববোধৰ বন্ধন অধিক দৃঢ় কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অনুষ্ঠানত লংলেং […]
চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ শতাধিক পুৰুষ মহিলাৰ
চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ শতাধিক পুৰুষ মহিলাৰ জৰাজীৰ্ণ পথ মেৰামতিৰ দাবীত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ শতাধিক পুৰুষ মহিলাৰ । তামুলপুৰ জিলাৰ খন্দিকৰত উত্তাল প্ৰতিবাদ । বছৰ বছৰ ধৰি ৰঙিয়াৰ পৰা কাউৰবাহা লতিবাৰী সংযোগী পথটো জহি খহি দ দ খাৱৈত পৰিণত হৈছে । তাৰ পিছতো চকু মুদা কুলিৰ ভাওত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো । অৱশেষত শুকুৰবাৰে […]
অসমলৈ আজি আহিব কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া..
অসমলৈ আজি আহিব কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া.. আজি অসমলৈ আহিব কেন্দ্রীয় যোগাযোগ, ড’নাৰ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়া। অসম ভ্ৰমণৰ সময়ছোৱাত মন্ত্ৰীগৰাকীয়ে কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশগ্রহণ কৰিব। ড’নাৰৰ অধীনত অসমত চলি থকা প্রকল্পসমূহৰ অগ্ৰগতিৰ বুজ ল’ব সিদ্ধিয়াই। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এক পৰ্যালোচনা বৈঠকতো অংশ ল’ব কেন্দ্ৰীয় মন্ত্ৰী সিদ্ধিয়াই।
কামৰূপ জিলাৰ ভিতৰতে CBSE ফলাফলত শীৰ্ষত উজলিল চাৰ্চ পাব্লিক স্কুল
কামৰূপ জিলাৰ ভিতৰতে CBSE ফলাফলত শীৰ্ষত উজলিল চাৰ্চ পাব্লিক স্কুল কামৰূপ জিলাৰ ভিতৰতে CBSE ফলাফলত শীৰ্ষত উজলিছে ৰঙিয়াৰ চাৰ্চ পাব্লিক স্কুল( SERS PUBLIC SCHOOL) কালি ঘোষণা কৰা হয় CBSE বৰ্ডৰ দশম শ্ৰেণীৰ ফলাফল । এই ফলাফলত কামৰূপ জিলাৰ বহু কেইখন আগশাৰীৰ বিদ্যালয়ৰ ভিতৰত ৰঙিয়াৰ SERS পাব্লিক স্কুলৰ ছাত্ৰই আটাইতকৈ বেছি নম্বৰ কঢ়িয়াই আনি বিদ্যালয় খনলৈ […]
পঞ্চায়ত প্ৰাৰ্থীৰ বিজয় উল্লাস….
পঞ্চায়ত প্ৰাৰ্থীৰ বিজয় উল্লাস…. ৰাজ্যৰ অন্য প্ৰান্তৰ দৰে ৰঙিয়াৰো পঞ্চায়ত সমূহত বিজয় উল্লাস দেখিবলৈ পোৱা গৈছে। ভোটাৰ ৰাইজে প্ৰাৰ্থী সকলক দিয়া মৰম আশীৰ্বাদৰ সলাগ লৈছে প্ৰতিগৰাকী প্ৰাৰ্থীয়ে। ৰঙিয়া সমষ্টিৰ প্ৰতিটো প্ৰাৰ্থীয়ে প্ৰথমে ৰাইজৰ মূল সমস্যা সমূহ পূৰণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। প্ৰতিগৰাকী প্ৰাৰ্থীয়ে ৰাইজৰ সৈতে মিলি আগুৱাই যাব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। ইফালে ১০৮নং মৰাণজানা হাহৰা গাওঁ […]
প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক নিৰাপত্তা বিষয়ক
প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক নিৰাপত্তা বিষয়ক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত বুধবাৰে প্ৰথমবাৰৰ বাবে কেবিনেট আৰু কেবিনেট কমিটি অন ছিকিউৰিটিৰ বৈঠক অনুষ্ঠিত হৈছে। দিনৰ ১১ বজাৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাসগৃহত আৰম্ভ হৈছে এই বৈঠক। ‘অপাৰেচন সিন্দুৰ’ৰ পিছত লব লগা কৌশল, পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্ত আৰু যুদ্ধবিৰতিৰ পিছৰ পৰিস্থিতিৰ বিষয়ে আজি অনুষ্ঠিত হ’বলগীয়া বৈঠকসমূহত আলোচনা […]
জিলা প্ৰশাসন কুম্ভ কৰ্ণ নিদ্ৰাত মগ্ন !
জিলা প্ৰশাসন কুম্ভ কৰ্ণ নিদ্ৰাত মগ্ন ! নাজিৰা বিহুবৰত অব্যাহত অবৈধ শিল খনন বন বিভাগ চকু মুদা কুলিৰ ভাওত নাজিৰা উপ-জিলাৰ বিহুবৰ শিলনীত মাজগাঁও অঞ্চলত দিনে নিশাই অবাধে শিল খনন অব্যাহত থকাৰ ফলত অঞ্চলটোৰ পাৰিপাৰ্শ্বিকতা আৰু জৈৱ বৈচিত্ৰ্য ভয়াৱহ সংকটত পৰিছে। শিল মাফিয়াই বন বিভাগ আৰু প্ৰশাসনৰ একাংশ অসাধু কৰ্মচাৰীৰ ছাত্ৰছাঁয়াত এই অপৰাধমূলক কাৰ্য্য সংঘটিত […]
ডিমৌ পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাত সমৰ্থকৰ হতাশা, মাইক যোগে ফলাফল ঘোষণা নোহোৱাত ক্ষোভ
ডিমৌ পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাত সমৰ্থকৰ হতাশা, মাইক যোগে ফলাফল ঘোষণা নোহোৱাত ক্ষোভ ডিমৌ সমজিলাৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাৰ সময়ত ভোট গণনা কেন্দ্ৰৰ বাহিৰত বহু সংখ্যক দৰ্শক আৰু সমৰ্থকে উলহ-মালহে ৰৈ থকা পৰিলক্ষিত হৈছে যদিও, গণনাৰ ফলাফল মাইক যোগে ঘোষণা নকৰাত সমৰ্থকসকলে গভীৰ নিৰাশা প্ৰকাশ কৰিছে। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, ফলাফল ঘোষণা সময়ত বাহিৰত ৰৈ থকা […]
বিজেপি প্ৰাৰ্থী বৃহৎ জয় লাভ
বিজেপি প্ৰাৰ্থী বৃহৎ জয় লাভ বিজেপি প্ৰাৰ্থীৰ বৃহৎ জয় লাভ। আনফালে ৫ খনকৈ আঞ্চলিক পঞ্চায়তত বিজেপি মিত্ৰ জোঁটত পৰাজয় বৰণ কৰাৰ বাবে আক্ষেপ ভৱেশ কলিতাৰ। ৰঙিয়া সমষ্টিৰ ৪ টাকৈ জিলা পৰিষদ বিজেপি প্ৰাৰ্থী বৃহৎ জয় লাভ। ইতিমধ্যে বিজেপিৰ প্ৰতি থকা মৰম আৰু আস্থা ৰাইজে দেখুৱাইছে। ‘ৰঙিয়া বাসী লোকসভাৰ নিৰ্বাচনৰ তুলনাত এইবাৰ পঞ্চায়ত সমূহত বেছি ভাল […]
পঞ্চায়তত বিজেপিৰ উত্থান
পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ উল্লাস।সংখ্যালঘু এলেকাতো বিজেপিৰ ভোট লাভ।পঞ্চায়তত বিজেপিৰ উত্থান শিৱসাগৰত পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ উল্লাস।সংখ্যালঘু এলেকাতো বিজেপিৰ ভোট লাভ।পঞ্চায়তত বিজেপিৰ উত্থান ১২ খনৰ ভিতৰত ১১ খন জিলা পৰিষদ বিজেপিৰ দখলত, এখন অগপৰ দখলত শিৱসাগৰ জিলাত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল বিজেপিৰ বাবে আনন্দ আৰু সন্তুষ্টি কঢ়িয়াই আনিছে। জিলা খনৰ ১২ খন জিলা পৰিষদৰ ভিতৰত ১১ খনতে বিজেপিয়ে […]