সমাগত পঞ্চায়ত নিৰ্বাচন, উৎকণ্ঠা বৃদ্ধি পাইছে প্ৰাৰ্থী সকলৰ মাজত…. সমাগত পঞ্চায়ত নিৰ্বাচন, উৎকণ্ঠা বৃদ্ধি পাইছে প্ৰাৰ্থী সকলৰ মাজত। মাজত মাথো কেইটিমান দিন বাকী । সমাগত পঞ্চায়ত নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে সিমানেই উৎকণ্ঠা বৃদ্ধি পাইছে প্ৰাৰ্থী সকলৰ মাজত। ইপিনে ২ নং বগৰীগুৰী জিলা পৰিষদৰ এ আই ইউ ডি এফ দলৰ সদস্যা পদৰ প্ৰাৰ্থী জাহিদা […]
পুনৰ আৰক্ষীৰ জিম্মালৈ বীৰ লাচিত সেনাৰ শয়ম্ভু নেতা নিতু অসমক
পুনৰ আৰক্ষীৰ জিম্মালৈ বীৰ লাচিত সেনাৰ শয়ম্ভু নেতা নিতু অসমক বীৰ লাচিত সেনাৰ শয়ম্ভু নেতা চামচুল হক ওৰফে নিতু অসমক পুনৰ আৰক্ষীৰ জিম্মালৈ । কিছুদিন পূৰ্বে ৰঙিয়াৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ কৰ্মচাৰীক আঁঠু কঢ়াই ক্ষমা খুজিব দি ভিডিঅ’ কৰি ছচিয়েল মিডিয়াত এৰি দিছিল । পিছত চামচুল হক ওৰফে নিতু অসমৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ, ৰাষ্ট্ৰীয় বজৰংগ […]
শিৱসাগৰৰ দিচাংমুখত ভোট বৰ্জনৰ সিদ্ধান্ত !
শিৱসাগৰৰ দিচাংমুখত ভোট বৰ্জনৰ সিদ্ধান্ত ! শিৱসাগৰৰ দিচাংমুখত ভোট বৰ্জনৰ সিদ্ধান্ত ! ৩৭২ টা অনুসূচিত জাতিৰ ভোট অন্য এলেকাত জাপি দিয়া অভিযোগ শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দিচাংমুখ গাঁও পঞ্চায়তৰ ৫ নং ৱাৰ্ডত ভোট অধিকাৰৰ ওপৰত এক গভীৰ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন হৈছে। ফলস্বৰূপে, স্থানীয় ৰাইজে একগোট হৈ ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই ঘটনাই অঞ্চলটোৰ ৰাজনৈতিক […]
মন্ত্ৰী পিয়ুষ হাজৰিকাৰ ৰঙিয়াত নিৰ্বাচনী প্ৰচাৰ….
মন্ত্ৰী পিয়ুষ হাজৰিকাৰ ৰঙিয়াত নিৰ্বাচনী প্ৰচাৰ…. ৰঙিয়াত পঞ্চায়ত নিৰ্বাচনৰ বাবে ব্যপক প্ৰচাৰ বিজেপিৰ মন্ত্ৰী পিয়ুষ হাজৰিকাই জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য সকলৰ হৈ ৰঙিয়াত নিৰ্বাচনী প্ৰচাৰ চলায় । ৰঙিয়াৰ তৰণি মিনি ষ্টেডিয়ামত অনুষ্ঠিত নিৰ্বাচনী সভাত অংশগ্ৰহন কৰি মন্ত্ৰী পিয়ুষ হাজৰিকাই কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰে আনহাতে মুখ্যমন্ত্ৰীৰ পাছত আজি মন্ত্ৰী পিয়ুষ হাজৰিকাই সাংসদ গৌৰৱ […]
বীৰ লাচিত সেনাৰ শয়ম্ভু নেতা নিতু অসম আৰক্ষীৰ জালত
বীৰ লাচিত সেনাৰ শয়ম্ভু নেতা নিতু অসম আৰক্ষীৰ জালত আলফাত যোগদান কৰিবলৈ যোৱা বীৰ লাচিত সেনাৰ শয়ম্ভু নেতা নিতু অসম আৰক্ষীৰ জালত। কিছুদিন পূৰ্বে ৰঙিয়াত এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ কৰ্মচাৰীক এক ঘটনাৰ বাবে আঁঠু কঢ়াই ক্ষমা খুজিব দি ভিডিঅ’ কৰি ছচিয়েল মিডিয়াত এৰি দিছিল । তাৰ পাছতে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ, ৰাষ্ট্ৰীয় বজৰংগ দলে এই নিতু আহমেদ […]
পঞ্চায়ত নিৰ্বাচন ২০২৫, আজি প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ
পঞ্চায়ত নিৰ্বাচন ২০২৫, আজি প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ আজি প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ। প্ৰথম পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া জিলা কেইখন ক্ৰমে – তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকানন্দি আৰু শ্ৰীভূমি। অহা ২ মে’ আৰু ৭ মে’ত অসমৰ ২৭খন জিলাত দুটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব […]
লাখুটি লৈ আহিল ৮০ বছৰীয়া আইতা…
লাখুটি লৈ আহিল ৮০ বছৰীয়া আইতা, ডিমৌত ভোটদান কৰি ক’লে – “বেলটত ভোট দি ভালেই লাগিল” আজিৰ পঞ্চায়ত নিৰ্বাচনত ডিমৌত দেখা গৈছে এক উৎসৱমুখৰ পৰিৱেশ। পুৱাৰ পৰাই বিভিন্ন ভোটকেন্দ্ৰত দীঘলীয়া শাৰী পাতি ৰৈছে বহু সংখ্যক ভোটাৰ। ভোটদানেৰে নিজৰ গণতান্ত্ৰিক অধিকাৰ প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়ি আহিছে সকলো বয়সৰ নাগৰিকে। তেনে এটা অনুকৰণীয় দৃশ্য দেখা গৈছে ডিমৌৰ ৰাইছাই […]
পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা অমিত শ্বাহৰ
পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা অমিত শ্বাহৰ 🔸যুদ্ধ ঘোষণা কৰিলে অমিত শ্বাহে।🔸পেহেলগামৰ নৰসংহাৰৰ জড়িত এটাও সন্ত্ৰাসবাদীক ৰেহাই দিয়া নহ’ব। হুংকাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ।🔸কাপুৰুষ পাকিস্তানক মাটিৰ তলৰ পৰা পেলোৱা হ’ব উভালি।🔸পাকিস্তানৰ বিৰুদ্ধে দণ্ড ঘোষণা গৃহমন্ত্ৰী অমিতশ্বাহৰ।🔸শূন্যসহনশীল ভাৰতক জোকাই লৈ মাৰাত্মক ভুল কৰিছে পাকিস্তানে।🔸পহলগামৰ ঘটনাৰ পাছত প্ৰথমবাৰৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিক্ৰিয়া
শিৱসাগৰত অন্ত পৰিল প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ মাৰাথান প্ৰচাৰ অভিযান
শিৱসাগৰত অন্ত পৰিল প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ মাৰাথান প্ৰচাৰ অভিযান, কালিৰে পৰা বেলট যুদ্ধ ৰাজ্যজুৰি পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰাকমুহূৰ্তত শিৱসাগৰ জিলা সহ ৰাজ্যৰ বিভিন্ন জিলাত মাৰাথান প্ৰচাৰ অভিযানৰ অন্ত পৰিল। প্ৰতিজন প্ৰাৰ্থীৰ ভাগ্য এতিয়া বন্দী হ’ব বেলট বাকচত। শিৱসাগৰ জিলাৰ তিনিটা বিধানসভা সমষ্টি — শিৱসাগৰ, নাজিৰা আৰু ডিমৌৰ ৮৪৬ টা ভোটকেন্দ্ৰত ২ মে’ […]
শাসকীয়-বিৰোধী সকলো ব্যস্ত নিৰ্বাচনী প্ৰচাৰত
ৰঙিয়া সমষ্টিৰ পাৰ্থীসকল ব্যস্ত মৰাথন প্ৰচাৰত শাসকীয়-বিৰোধী সকলো ব্যস্ত নিৰ্বাচনী প্ৰচাৰত পঞ্চায়ত নিৰ্বাচন সমাগত । অহা ৭ মে তাৰিখে অনুস্থিত হ’ব দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ । মৰাথন প্ৰচাৰ অনুষ্ঠানত ব্যস্ত হৈ পৰিছে ৰঙিয়া সমষ্টিৰ শাসকীয়-বিৰোধী প্ৰাৰ্থীসকল । ৰঙিয়া সমষ্টিৰ অন্তৰ্গত পঞ্চায়ত সমূহত ঠায়ে ঠায়ে সভা অনুষ্ঠিত কৰি চলাইছে প্ৰচাৰ অভিযান। ৰাইজৰ মাজলৈ গৈ সমস্যা সমূহৰ […]