আহমেদাবাদৰ এয়াৰ ইণ্ডিয়াৰ অভিশপ্ত দিনটোত আৰু কি কি ঘটিছিল

আহমেদাবাদৰ এয়াৰ ইণ্ডিয়াৰ অভিশপ্ত দিনটোত আৰু কি কি ঘটিছিল আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ অভিশপ্ত সেই বিমানখন দুৰ্ঘটনাত পতিত হোৱাৰ পাছত ঘটনাস্থলীৰ দৃশ্য প্ৰতক্ষ্য কৰাৰ পাছত বহুলোকৰ হৃদয় কঁপি উঠিছে। বিমানখন দুৰ্ঘটনাৰ সময়ত যি বিস্ফেৰণ হৈছিল, মুহূৰ্ততে বহু যাত্ৰীৰ দেহ চিনিব নোৱাৰাকৈ নষ্ট হৈ গৈছিল। এই দুৰ্ঘটনাত মৃত্যু হৈছিল ২৪০ৰো অধিক যাত্ৰীসহ অন্যান্য লোকৰ। দুৰ্ঘটনাৰ পিছতে সংঘটিত […]

শিৱসাগৰ অসামৰিক চিকিৎসালয়ত অগ্নিকাণ্ড।

শিৱসাগৰ অসামৰিক চিকিৎসালয়ত অগ্নিকাণ্ড চিকিৎসালয়ৰ পৰিচালনাৰ দ্বায়িত্বত থকা বিষয়াৰ গাফিলতিৰ ফলত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ চিকিৎসালয়ৰ জেনেৰেটৰত সংঘটিত হয় অগ্নিকাণ্ড। ৰোগী আৰু স্থানীয় ব্যৱসায়ৰ মাজত আতংক । বৰ্তমানলকৈ জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ। চিকিৎসালয়খনত আপাতকালীন পানীৰ লাইনত পানী নোলোৱাত শংকিত ৰোগী , ৰোগীৰ অভিভাৱক।

১০ মে’ত বিয়া, ২২ মে’ত হনীমুন শেষত প্ৰেমিকৰে মিলি স্বামীক হত্যা

১০ মে’ত বিয়া, ২২ মে’ত হনীমুনশেষত প্ৰেমিকৰে মিলি স্বামীক হত্যা ১০ মে’ত বিয়া, ২২ মে’ত হনীমুনৰ বাবে শ্বিলংত, ২৩ মে’ৰ পৰা ফোন বন্ধ, ২ জুনত স্বামীৰ মৃতদেহ উদ্ধাৰ, ৮ জুনত তিনি হত্যাকাৰীসহ পৰিকল্পনাকাৰী পত্নী সোনাম আৰক্ষীৰ জালত। কিমান হিংস্ৰ-নিষ্ঠুৰ হ’লে গছ কটা কৰতেৰে নিজ স্বামীক কাটি কাটি হত্যা কৰিব পাৰে। তাকো নৱ বিবাহিতা এগৰাকী পত্নীয়ে […]

লাখপতি বাইদেউ আঁচনিৰ পৰা নাম কৰ্তনৰ বিৰুদ্ধে অৰ্ধশতাধিক মহিলাৰ প্ৰতিবাদ

ডিমৌ উন্নয়ন খণ্ডত লাখপতি বাইদেউ আঁচনিৰ পৰা নাম কৰ্তনৰ বিৰুদ্ধে অৰ্ধশতাধিক মহিলাৰ প্ৰতিবাদ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহিলা উদ্যোমিতা আঁচনিৰ অধীনত চলি থকা লাখপতি বাইদেউ আঁচনিৰ পৰা নাম কৰ্তন হোৱাত ডিমৌ অঞ্চলৰ বিভিন্ন গাঁওবাসী মহিলাই আজি ডিমৌ উন্নয়ন খণ্ড কাৰ্যালয়ত উপস্থিত হৈ তীব্ৰ প্ৰতিবাদ জনাই। নিতাইপুখুৰী, পানিদিহিং, ৰজাবাৰী, শুকানপুখুৰী আদিৰ পৰা অহা এই অৰ্ধশতাধিক মহিলাই খণ্ড […]

ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি কাউৰবাহাৰ বৰঘুলি চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত…

ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি কাউৰবাহাৰ বৰঘুলি চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত… পুনৰ ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি কাউৰবাহাৰ বৰঘুলি চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি । চিকিৎসকৰ অনুপস্থিতিত ৰোগীৰ মৃত্যুৰ অভিযোগ । তামুলপুৰ জিলাৰ কাউৰবাহাৰ বৰঘুলি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত পুনৰ এটা মৰ্মান্তিক ঘটনাই স্থানীয় ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে । নুৰুল আলী নামৰ ৩০ বছৰীয়া এজন […]

গেলেকী প্ৰেছ ক্লাৱৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

গেলেকী প্ৰেছ ক্লাৱৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন — বঁটা প্ৰদান, আলোচনা আৰু সাহিত্য উন্মোচনৰে মুখৰিত গেলেকী প্ৰেছ ক্লাবে দিনজোৰা বর্ণাঢ্য কাৰ্যসূচীৰে নিজৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। গেলেকী বদ্ৰীদাস মুদি বালিকা বিদ্যালয়ৰ প্রাঙ্গণত অনুষ্ঠিত এই অনুষ্ঠানত বিশ্ব পৰিৱেশ দিৱসো একেলগে পালন কৰা হয়। অনুষ্ঠানৰ বিশেষ আকৰ্ষণ হিচাপে গেলেকী অঞ্চলৰ দুজন পুৰোধা শিক্ষাবিদ — […]

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আগবেলা এটা কয় আৰু পিছবেলা এটা কথা কয়

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আগবেলা এটা কয় আৰু পিছবেলা এটা কথা কয়-ক্ষোভিত ৰাইজ একবিংশ শতিকাৰ কলংকজনক দৃশ্য ! পথৰ অভাৱত কোলাত তুলি ৰোগীক চিকিৎসালয়লৈ নিবলৈ বাধ্য পৰিয়াল এইয়া একবিংশ শতিকাৰ দৃশ্য। উন্নয়ন আৰু সমবিকাশৰ নামত অসমৰ বহু ঠাই যেন এতিয়াও মধ্যযুগৰ চিত্ৰ বহন কৰি আছে। এনে এটি ঘটনা ঘটিছে শিৱসাগৰৰ ডিমৌ সমষ্টিৰ অন্তৰ্গত […]

খন্দিকৰত এক ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈ ৰ’ল তামুলপুৰ জিলা

খন্দিকৰত এক ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈ ৰ’ল তামুলপুৰ জিলা ৰঙিয়াৰ খন্দিকৰত বুধবাৰে এক ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈ ৰ’ল তামুলপুৰ জিলা, যেতিয়া বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ দ্বাৰা তামুলপুৰ জিলা হজ্ব ভৱনৰ আধাৰশিলা স্থাপন কৰা হ’ল । এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত ইউপিপিএলৰ কেইবাগৰাকীও এম চি এল এ, বিটিআৰৰ ইএম, আৰু বিভিন্ন সংগঠনৰ বিশিষ্ট নেতাসকলৰ উপস্থিতিয়ে অনুষ্ঠানটোক এক বিশেষ […]

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছপুলি বিতৰণ কাৰ্যসূচী

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে শিৱসাগৰ প্ৰেছ ক্লাৱৰ উদ্যোগত গছপুলি বিতৰণ কাৰ্যসূচী আজি বিশ্ব পৰিৱেশ দিৱসৰ বিশেষ উপলক্ষে শিৱসাগৰ প্ৰেছ ক্লাৱৰ উদ্যোগত এক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। পৰিৱেশ সংৰক্ষণৰ প্ৰতি সচেতনতা বৃদ্ধি আৰু সমাজক পৰিৱেশ সহানুভূতিশীল পথলৈ আগবঢ়োৱাৰ উদ্দেশ্যে এই অনুষ্ঠানত গছপুলি বিতৰণ কৰা হয়। অনুষ্ঠানটো শিৱসাগৰ প্ৰেছ ক্লাৱৰ ভাৰপ্ৰাপ্ত সম্পাদক হিমাংশু নেওগে আঁত ধৰে। […]

IPL-2025ৰ চেম্পিয়ন হ’ল RCB

IPL-2025ৰ চেম্পিয়ন হ’ল RCB ✍️IPL ৰ ইতিহাসত প্ৰথমবাৰলৈ ট্ৰফী জয় কৰিলে RCB য়ে✍️১৮ বছৰীয়া অপেক্ষাৰ ফল এই জয়।✍️IPL-2025ৰ চেম্পিয়ন হ’ল RCB✍️পঞ্জাব কিংছক ৬ ৰাণত হৰুৱাই চেম্পিয়ন হ’ল RCB ✍️IPL ২০২৫ৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু।✍️পঞ্জাব কিংছক ৬ ৰানত পৰাস্ত কৰি IPLৰ খিতাপ দখল RCBৰ।✍️ দ্বিতীয়বাৰলৈ ফাইনেল খেলিও ট্ৰফী জয়ৰ আশা অপূৰ্ণ হৈ ৰ’ল পঞ্জাব কিংছৰ।

Back To Top