বিজেপিৰ অপশাসনৰ অন্ত ঘটাবলৈ সাজু কংগ্ৰেছ

বিজেপিৰ অপশাসনৰ অন্ত ঘটাবলৈ সাজু কংগ্ৰেছ —শিৱসাগৰত নৱ নিৰ্বাচিত সভাপতি গৌৰৱ গগৈক সম্বৰ্দ্ধনা, শিৱসাগৰত দেৱব্ৰত শইকীয়াৰ জোৰদাৰ প্ৰত্যুত্তৰ —“বিজেপিৰ অপশাসন উফৰাবলৈ কংগ্ৰেছ সাজু।২০২৬ৰ বাবে নিজৰ ৰণনীতি প্ৰস্তুত ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ দিশত লক্ষ্য ৰাখি অসম কংগ্ৰেছে সাজি তুলিছে ৰণনীতি। বিজেপিৰ “ঝুমলাৰ ৰাজনীতি”ৰ বিপৰীতে কংগ্ৰেছে বাস্তৱিক প্ৰতিশ্ৰুতিৰে আগবাঢ়াৰ হেঁপাহ প্ৰকাশ কৰিছে। শিৱসাগৰত গৌৰৱ গগৈৰ ভ্ৰমণ উপলক্ষে […]

ব্ৰক্ষ্মপুত্ৰৰ চুইচ গেট ভাগি পানীৰ ঢল

ব্ৰক্ষ্মপুত্ৰৰ চুইচ গেট ভাগি পানীৰ ঢল.. শিৱসাগৰৰ কোঁৱৰপুৰ মৌজাত বানৰ আশংকা পানীৰ প্ৰৱাহ বৰ্তমানেও অব্যাহত। আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ। ব্ৰক্ষ্মপুত্ৰ নদীৰ জলস্তৰ কালি বিয়লি পৰাই ক্ৰমান্বয়ে বৃদ্ধি হৈ থকাৰ মাজতে আজি কাহিলী পুৱা শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ মৌজাৰ মামল গড়ভগা অঞ্চলত ভাগি পৰে ব্ৰক্ষ্মপুত্ৰৰ এটি গুৰুত্বপূৰ্ণ চুইচ গেট। এই চুইচ গেটখন ভাগি যোৱাৰ ফলত নদীৰ […]

কৃষি বিভাগৰ আচঁনি অবিহনে কৃষি কাৰ্যত আপ্ৰাণ চেষ্টা এগৰাকী কৃষকৰ

কৃষি বিভাগৰ আচঁনি অবিহনে কৃষি কাৰ্যত আপ্ৰাণ চেষ্টা এগৰাকী কৃষকৰ কৃষি বিভাগৰ বিৰুদ্ধে উজাৰিলে ক্ষোভ কৃষি বিভাগৰ আচঁনি অবিহনে কৃষি কাৰ্যত আপ্ৰাণ চেষ্টা মমত কুমাৰৰ । হালিকুছিৰ মমত কুমাৰে কৃষি বিভাগৰ বহু অভিলাষী আচঁনিৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে । মমত কুমাৰে খেতি পথাৰত ট্ৰবেৰীৰ পৰা আৰম্ভ কৰি চান ফ্লাৱাৰ, পালেং, আলু, জলকীয়া, তিয়ঁহ, […]

Back To Top