তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা

www.site.sebaonline.org ৱেবছাইটত উপলব্ধ ফলাফল।ৰোল নম্বৰ আৰু Password টাইপ কৰি ফলাফল লাভ কৰিব পাৰিব। লগতে www.assam.gov.in ৱেবছাইটতো লাভ কৰিব পৰীক্ষাৰ ফলাফল
ঘোষণা হ’ল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ ফলাফল। নিশাই অনলাইনযোগে উপলব্ধ ফলাফল। ১৩ লাখ ৩৬ হাজাৰ ১০৬ গৰাকী প্রাৰ্থীয়ে তৃতীয় বৰ্গৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল।
তৃতীয় বৰ্গৰ পৰীক্ষাৰ্থীৰ স্কীল টেষ্ট অনুষ্ঠিত হ’ব
লিখিত আৰু স্কীল টেষ্টৰ নম্বৰ যোগ কৰি পৰৱৰ্তী সময়ত পুনৰ ফলাফল ঘোষণা কৰা হ’ব।
ৰোল নম্বৰ আৰু Password টাইপ কৰি ফলাফল লাভ কৰিব পাৰিব। যিহেতু www.site.sebaonline.org ৱেবছাইটত উপলব্ধ ফলাফল
www.assam.gov.in ৱেবছাইটতো পৰীক্ষাৰ ফলাফল
লাভ কৰিব