ৰঙিয়াত ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰিল এটি পৰিয়াল

ৰঙিয়াৰ সমিপৰ সুন্ধিয়া গাওঁৰ কৈলাশ বৈস্যৰ ঘৰৰ পিছপিনে থকা খেৰৰ পুজিত সংঘটিত হয় অগ্নিকাণ্ড ।

সম্পূৰ্ণৰূপে ভষ্মিভুত এটি বৃহত খেৰৰ পুজি।

প্ৰায় ৪০হাজাৰ টকাৰ খেৰ জুইত জাহ যায়।

সুন্দিয়া গাঁৱৰ গো পালাক কৈলাস বৈশ্যৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা।

কথমপি ৰক্ষা পৰে কেইবাটাও পশুধনৰ লগতে পৰিয়ালটোৰ বাসগৃহ।

অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই।

স্থানীয় ৰাইজ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top