নগাঁৱত উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা…
দ্বাদশ হেজাৰী ভাওনা মহোৎসৱ অনুষ্ঠানত উপস্থিত মুখ্যমন্ত্ৰী গৰাকী।

দ্বাদশ হেজাৰী ভাওনা মহোৎসৱ অনুষ্ঠানত উপস্থিত হৈ কলংপৰীয়া বাৰ গঞা সমাজৰ সাৰ্বজনীন হেজাৰী ভাওনা মন্দিৰৰ আন্তঃ গাঠনি উন্নয়নৰ কামৰ শুভ উদ্বোধন কৰে।

মুখ্যমন্ত্ৰী গৰাকীক সংগ দিয়ে বিধায়ক ৰূপক শৰ্মাই।
মন্দিৰ ভাগলৈ এক কোটি টকাৰ সাহাৰ্য প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে।
