বিধানসভাৰ মজিয়াত অভব্য আচৰণ বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ….

বিৰোধী বিধায়কলৈ ৰূপজ্যোতি কুৰ্মীয়ে চোঁচা লোৱাত শিৱসাগৰত প্ৰতিবাদ ।

দৌলমুখ চাৰিআলিত ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিকৃতি দাহেৰে প্ৰতিবাদ।

ৰূপজ্যোতি কুৰ্মীৰ এনে আচৰণৰ বিৰুদ্ধে শিৱসাগৰত ৰাইজৰ দলৰ প্ৰতিবাদ ।

বিধায়ক অখিল গগৈলৈ চোঁচা লোৱা আচৰণ সহ্য কৰা নহ’ব বুলি হুংকাৰ ৰাইজৰ দলৰ ।

শিৱসাগৰ দৌলমুখ চাৰিআলিত ৰূপজ্যোতি কুৰ্মী মুৰ্দাবাদ শ্লোগান ।

শীঘ্ৰেই ৰূপজ্যোতি কুৰ্মীক ক্ষমা খোজা আৰু গ্ৰেপ্তাৰৰো দাবী ৰাইজৰ দলৰ ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top