বোকাজানত কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে স্মাৰকপত্ৰ প্ৰদান বিজেপি

বোকাজানত কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে স্মাৰকপত্ৰ প্ৰদান বিজেপি কৰ্মকৰ্তাৰ

আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বোকাজানতো বিজেপি কৰ্মকৰ্তা সকলে কংগ্ৰেছ বিধায়ক গৰাকীৰ বিৰুদ্ধে প্ৰদান কৰে স্মাৰক পত্ৰ।

বিধানসভাৰ পবিত্ৰ মজিয়াত অসম বিধানসভাৰ উপাধক্ষ্য ডঃ নোমল মমিনক আক্ৰমণ কৰাৰ পাছত ক্ষুদ্ধ হৈ পৰে বিজেপি কৰ্মী সকল।

আজি শতাধিক বিজেপি কৰ্মী ওলাই আহি বিভিন্ন ধৰণৰ শ্ল গানেৰে আকাশ বতাহ কঁপাই তোলাৰ লগতে মহকুমাধিপতি কাৰ্য্যালয় উত্তাল কৰি তোলে।।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top