পশ্চিম কাৰ্বি আংলঙত সমস্যা সমাধানৰ উদ্দেশ্যে ৰাইজৰ কাষত ড° তুলিৰাম ৰংহাং

আলাপ আলোচনা মাজেৰে ৰাইজৰ সমস্যা সমাধানৰ আশ্বাস ড° তুলিৰাম ৰংহাঙৰ

পশ্চিম কাৰ্বি আংলঙৰ ৯নং আমৰেং পৰিষদীয় সমষ্টি আৰনাম টেপ্লঙত ৰাইজৰ সমস্যা সমাধানৰ উদ্দেশ্য কাৰ্বি আংলং স্বাযত্ব শাসিত পৰিষদৰ চিইএম ড° তুলিৰাম ৰংহাং সঁহ সঁজাতী দলে ৰাইজৰ কাষত উপস্থিত হৈ মুকলি মতবিনিয় কৰি ৷

আলাপ আলোচনা মাজেৰে ৰাইজৰ সমস্যা সমাধানৰ আশ্বাস ড° তুলিৰাম ৰংহাঙৰ

আৰনাম টেপ্লংঙত ৰাস্তা ঘাট নিৰ্মাণ, বিহুদ্দ খোৱা পানীস্কুল গ্‌হ নিৰ্মাণ, প্ৰতিটো গাওঁ জলজীৱন আঁচনি মুকলি মঞ্চৰ, দুখীয়া ৰাইজক বিনামূলীয়া মাটি পট্টা বিতৰণ, সকলো গাওঁ সমূহীয়া ভৱন, ৰংকেৰ পুজাস্থলি, গীৰ্জা গ্‌হ, আৰনকিমি গ্‌হ নিৰ্মাণৰ আদি সকলো প্ৰযোজনীয় সমস্যা সমাধান আশ্বাস দিয়ে চিইএম গৰাকীয়ে ৷

উপস্থিত সাংসদ অমৰ চিং টিচ্চ ; ইএম সূৰ্য্য ৰংফাৰ ; বিধায়ক ৰোপ চিং টেৰণ পৰিষদৰ উপাদক্ষ্য অভিজিৎ ক্ৰ’; এমএচি হেট চিং ৰংফাৰ; প্ৰাক্তন সাংসদ হৰেন চিং বে ; আদি কৰি কাৰ্বি পৰিষদৰ ৩০টা বিভাগৰ উচ্চ পদস্থ বিষয়া সকল উপস্থিত থাকি ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top