ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু শাসক বিৰোধী পক্ষ।
মংগলবাৰে ৰঙিয়াত কংগ্ৰেছ দলে আনুষ্ঠানিক ভাবে ঘোষণা কৰিলে জিলা পৰিষদৰ প্ৰাৰ্থীৰ তালিকা।

ৰঙিয়াৰ ৰাজীৱ ভৱনত সংবাদ মেল যোগে ঘোষণা কৰিলে জিলা পৰিষদৰ প্ৰাৰ্থীৰ তালিকা।
সংবাদ মেলত উপস্থিত থাকি কংগ্ৰেছ দলৰ জিলা পৰিষদৰ প্ৰাৰ্থী ডলী মহন্তই বিস্ফোৰক মন্তব্য কৰে ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাৰ বিৰুদ্ধে ।

কিয় হৰদত্ত বীৰদত্ত জিলা পৰিষদৰ সদস্যৰ নাম ঘোষণা কৰিব পৰা নাই বিজেপিয়ে।
ইফালে বিচেন্নালা গাঁও পঞ্চায়তৰ বিজেপি কৰ্মী জীতেন কলিতাই কংগ্ৰেছ দলত যোগদান কৰে।

ৰঙিয়া ৰাজীৱ ভৱনত আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে জীতেন কলিতাই।