দুদিনীয়া ভ্ৰমণ সূচীৰে আজি ডিফুত উপস্থিত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

দুদিনীয়া ভ্ৰমণ সূচীৰে কাৰ্বি আংলং জিলাৰ ডিফুত উপস্থিত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। উস্ম আদঁৰণি কাৰ্বি আংলং স্বাযত্ব শাসিত পৰিষদৰ চিইএম ড° তুলিৰাম ৰংহাং সঁহ সাংসদ ;বিধায়ক পৰিষদৰ ইএম এমএচি লগতে স্থানীয় গণ্যমান ব্যক্তি সকলৰ

ডিফুত দুদিনীয়া ভ্ৰমণসূচীৰে অসমৰ মূখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা হিলিকপ্তাৰে আজি পোনে পোনে ডিফু তাৰালাংচস্থিত অস্থায়ি হেলিপেডত পুৱা ভাগত উপস্থিত হয় ৷

মূখ্যমন্ত্ৰী গৰাকীয়ে অৱতৰণ কৰাৰ লগে লগে কাৰ্বি পৰিষদৰ চিইএম ড° তুলিৰাম ৰংহাং সঁহ সাংসদ অমৰ চিং টিচ্চ ;বিধায়ক বিদা চিং ইংলেণ্ড ; পৰিষদৰ ইএম লূণ চিং টেৰণ ;প্ৰভাত চন্দ্ৰ তাৰৌ ;আদি কৰি জিলাখন উচ্চ প্ৰশাসনীয় বিষয়া উপস্থিত থাকে ৷ জিলাখনৰ বিভিন্ন দল সংগঠনৰ ; লগতে প্লেন ট্ৰাব কাৰ্বি নেতা-নেত্ৰী আদি কৰি কাৰ্বি লামেট আমেই ; কাৰ্বি সাংস্কৃতিক সমাজ কেন্দ্ৰীয় সমিটি সদস্য ওপৰিও সামাজিক কাৰ্য্যকৰ্তা সকল সৈতে বিশেষভাবে আলোচনাত মিলিত হব ৷

তাৰোপৰি ডিফু মনিচিপাল বৰ্ডৰ অধীনত বিভিন্ন নৱনিৰ্মীত পথ শোভাৰাম্ভ কৰিব ৷ লগতে ডিফু বালিকা উচ্চতৰ মতধ্যমিক বিদ্যালয় আয়োজিত সভাত অংশ গ্ৰহণ কৰিব ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top