নগাবন্ধা গাঁও পঞ্চায়তৰ নিৰ্দলীয় প্ৰাৰ্থী আজহাৰ উদ্দিনৰ বৃহৎ ৰেলীৰে নিৰ্বাচনী প্ৰচাৰ

মৰিগাঁও জিলাৰ লাহৰিঘাট সমষ্টিৰ নগাবন্ধা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ নিৰ্দলীয় প্ৰাৰ্থী আজহাৰ উদ্দিনৰ নিৰ্বাচনী প্ৰচাৰ ৰেলী আজি পুৱাৰ ভাগত সহস্রাধিক সমৰ্থকক লৈ বাইকেৰ ৰেলীৰ লগতে মটৰ গাড়ীৰে গোটেই গাঁও পঞ্চায়তৰ চাৰিওফালে শ্লোগান দি নিৰ্বাচনী প্ৰচাৰ উত্তাল কৰি তোলে।

আঞ্চলিক সদস্য পদৰ নিৰ্দলীয় প্ৰাৰ্থী আজহাৰ উদ্দিনে গাঁও পঞ্চায়তৰ ভোটাৰ ৰাইজৰ সঁহাৰি দেখি আশাবাদী যে নিসন্দেহে অহা ৭ মে’ত ৰাইজে তেওঁক মটৰ গাড়ীৰ ছবিত জয়যুক্ত কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top