যুদ্ধবিৰতি সন্দৰ্ভত আজি ভাৰত-পাকিস্তানৰ বৈঠক

🔸যুদ্ধবিৰতি সন্দৰ্ভত আজি ভাৰত-পাকিস্তানৰ বৈঠক
🔸দুয়োখন দেশৰ DGMOৰ মাজত হ’ব বৈঠক
🔸পাকিস্তানৰে মন্ত্ৰী-বিষয়া পৰ্যায়ৰ আলোচনা নকৰে ভাৰতে
🔸দেওবাৰে এই কথা স্পষ্ট কৰিছে কেন্দ্ৰীয় চৰকাৰে
🔸শনিবাৰে বিয়লি ৫ বজাৰ পৰা হৈছিল যুদ্ধবিৰতি
🔸নিশালৈ যুদ্ধবিৰতি উলংঘা কৰিছিল পাক সেনাই

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top