পাণ্ডুৰী জিলা পৰিষদৰ বিজেপি সমৰ্থিত প্ৰাৰ্থী নিপন ভূঞা বিজয় সাব্যস্ত।

ৰঙিয়া সমষ্টিৰ অন্তৰ্গত পাণ্ডুৰী জিলা পৰিষদৰ বিজেপি সমৰ্থিত প্ৰাৰ্থী নিপন ভূঞা বিজয় সাব্যস্ত।

বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত পৰাস্ত হৈছে বিৰোধী কংগ্ৰেছ।

প্ৰায় দহ হাজাৰ ভোটৰ ব্যৱধানত বিজয় হৈছে পাণ্ডুৰী জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী নিপন ভূঞা।