অসমীয়া জাতিক অপমান কৰা তনু শ্বাহীক গ্ৰেপ্তাৰৰ দাবীত কাইলৈ দুলীয়াজান বন্ধ ঘোষণা

🔸এজাহাৰত নাম নথকাকৈ কেনেকৈ গ্ৰেপ্তাৰ হ’ল শংকৰ জ্যোতি বৰুৱা?
🔸অসমীয়া জাতিক অপমান কৰা তনু শ্বাহীক গ্ৰেপ্তাৰৰ দাবীত কাইলৈ দুলীয়াজান বন্ধ ঘোষণা জাতীয় দল-সংগঠনৰ।
🔸তনুক গ্ৰেপ্তাৰ কৰিবলৈ বান্ধি দিলে ৪৮ ঘণ্টাৰ সময়সীমা।
🔸যুৱতীগৰাকীক গ্ৰেপ্তাৰ নকৰিলে সৃষ্টি হ’ব পাৰে আইন-শৃংখলা জনিত পৰিস্থিতিৰ।
🔸২৪ ঘণ্টাত তনু শ্বাহীৰ তিনিটা মন্তব্য
🔸এজাহাৰত নাম নথকাকৈ কেনেকৈ গ্ৰেপ্তাৰ হল শংকৰ জ্যোতি বৰুৱা?
🔸দুলীয়াজানৰ ঘটনাটোত কাৰ কথাৰে পৰিচালিত হৈছে ডিব্ৰুগড় আৰক্ষী?
🔸ইতিমধ্যে আটক কৰা হৈছে তনু শ্বাহী
🔸যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে তনু শ্বাহী!
🔸দুলীয়াজান আৰক্ষীয়ে জেৰা কৰিছে তনু শ্বাহীক
🔸অসমীয়াক তাচ্ছিল্য কৰিছিল তনুয়ে
🔸তনু শ্বাহীৰ বিৰুদ্ধে দুলীয়াজান থানাত গোচৰ
পেট্ৰ’ল–পাম্প কাণ্ডৰ বাবে গ্ৰেপ্তাৰ হ’ব তনু

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top