ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ সভাপতি হিচাপে গৌৰৱ গগৈৰ নামত মাৰিলে ছীল-মোহৰ

✍️ APCCৰ সভাপতি পদত নিযুক্তি দিয়া হ’ল গৌৰৱ গগৈক।
✍️মুখ্যমন্ত্ৰীয়ে অনা পাকিস্তান লিংকৰ অভিযোগক একাষৰীয়া কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে গৌৰৱ গগৈৰ নামত ছীল-মোহৰ মাৰিলে ৰাহুল গান্ধীয়ে।
✍️আনপিনে গৌৰৱ গগৈক APCCৰ সভাপতি পতাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এনেদৰে-
✍️ “সৰু ঘৰৰ পৰা অহা মানুহে কংগ্ৰেছত ৰাজনীতি কৰিব নোৱাৰে।
✍️কংগ্ৰেছে সদায় পদবীৰ ক্ষেত্ৰত নীলা তেজক গুৰুত্ব দিয়ে।
✍️১০ ছেপ্টেম্বৰৰ পাছত কংগ্ৰেছক লগত লৈ গৌৰৱ গগৈ ডুবিব”
✍️”গৌৰৱ গগৈৰ নিযুক্তিয়ে কংগ্ৰেছৰ পাকিস্তান প্ৰেম প্ৰতিফলিত কৰিছে”
✍️গৌৰৱ গগৈক APCCৰ সভাপতি পতাক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ