শিৱসাগৰ অসামৰিক চিকিৎসালয়ত অগ্নিকাণ্ড

চিকিৎসালয়ৰ পৰিচালনাৰ দ্বায়িত্বত থকা বিষয়াৰ গাফিলতিৰ ফলত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ
চিকিৎসালয়ৰ জেনেৰেটৰত সংঘটিত হয় অগ্নিকাণ্ড।

ৰোগী আৰু স্থানীয় ব্যৱসায়ৰ মাজত আতংক ।
বৰ্তমানলকৈ জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ।

চিকিৎসালয়খনত আপাতকালীন পানীৰ লাইনত পানী নোলোৱাত শংকিত ৰোগী , ৰোগীৰ অভিভাৱক।
