মুখ্যমন্ত্ৰী সৈতে যুঁজ এখন হ’ব ৰান্ধনী সন্থা

মুখ্যমন্ত্ৰী সৈতে যুঁজ এখন হ’ব ৰান্ধনী সন্থা
আমি কণা হাঁহ মুখ্যমন্ত্ৰীয়ে আমাক পতান দিছে।
জুলাই মাহত এক লাখ ৰান্ধনীয়ে উত্তাল কৰিব গুৱাহাটীৰ ৰাজপথ
মুখ্যমন্ত্ৰীৰ ৰঙা চকুলৈ ভয় নকৰে ৰান্ধনী সন্থাই।
সদৌ অসম ৰান্ধনী সন্থাৰ পুনৰ আন্দোলনৰ হুংকাৰ।
ৰান্ধনি আইমাতৃ সকলক দৰমহা বৃদ্ধিৰ নামত মুখ্যমন্ত্রী গৰাকীয়ে অপমানহে কৰিছে।
কেৱলমাত্ৰ 2000 টকাৰ মাহেকীয়া বেতনত এটা পৰিয়াল কেনেকৈ চলিব ?
দৰমহা বৃদ্ধিৰ নামত কেৱল ৫০০ টকা বৃদ্ধি কৰি মুখ্যমন্ত্রীগৰাকীয়ে আই সকলক ৰামঠগন দিছে।
এনে সিদ্ধান্ত ৰান্ধনি আইমাতৃ সকলে কেনেকৈ মানি ল’ব ?
প্ৰয়োজনত আই সকল পুনৰ ৰাজপথত নামিব।
তৃষ্ণা নাথ,উপদেষ্টা,ৰান্ধনি সহায়িকা সন্থা, অসম।