উৰিষ্যাৰ ৰথ যাত্ৰা, বালি যাত্ৰাকেন্দ্ৰৰ অমূৰ্ত সাংস্কৃতিক ঐতিহ্য তালিকাত স্থান পাইছে ৰথ যাত্ৰা আৰু বালি যাত্ৰা – বিশ্বজুৰি বিখ্যাত উৰিষ্যাৰ দুটা মুখ্য উৎসৱ – কেন্দ্ৰৰ সংস্কৃতি মন্ত্ৰালয়ৰ অধীনত সংগীত নাটক একাডেমীৰ অমূৰ্ত সাংস্কৃতিক ঐতিহ্য তালিকাৰ ৰাষ্ট্ৰীয় তালিকাত তালিকাভুক্ত কৰা হৈছে, এই কথা জনায় মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে। সংগীত নাটক একাডেমী হৈছে ভাৰতৰ শীৰ্ষ সাংস্কৃতিক সংস্থা। […]
আঠাবাৰী চাহ বাগিছাত শ্রমিকৰ অধিকাৰৰ দাবীত আটছাৰ ধৰ্ণা
আঠাবাৰী চাহ বাগিছাত শ্রমিকৰ অধিকাৰৰ দাবীত আটছাৰ ধৰ্ণা চাহ শ্রমিকসকলৰ ন্যায্য অধিকাৰৰ দাবীত অসম চাহ জনজাতি ছাত্র সন্থা (আটছা) আঠাবাৰী উপশাখাৰ উদ্যোগত আজি আঠাবাৰী চাহ বাগিছাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত দুই ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী আয়োজন কৰা হয়। কলিয়াপানী, আঠাবাৰী ১২ নং গাঁও, দিৰৈ, আঠাবাৰী প্রাথমিক গোটৰ লগতে বহু চাহ শ্রমিকে এই প্ৰতিবাদত অংশ গ্ৰহণ কৰে। আটছাৰ […]
চৰকাৰী নীতি-নিদৰ্শনাক ধূলিস্যাৎ কৰি অঘোষিত ‘গুৰু-গোসাই নমনা প্ৰতিযোগিতা’
প্ৰতিযোগিতা চলিছে, প্ৰতিযোগিতা! চৰকাৰী নীতি-নিদৰ্শনাক ধূলিস্যাৎ কৰি অঘোষিত ‘গুৰু-গোসাই নমনা প্ৰতিযোগিতা’ শিৱসাগৰৰ গৌৰীসাগৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ অধীনত চৰকাৰী নীতি-নিদৰ্শনাক ধূলিস্যাৎ কৰি এখন অঘোষিত ‘গুৰু-গোসাই নমনা প্ৰতিযোগিতা’ চলি আছে। চৰকাৰী আঁচনিৰ নামত, বাচনি কমিটিৰ নামত স্বাক্ষৰ জালিয়াতি আৰু ভুৱা চহীৰে গাঁও-পঞ্চায়তৰ নেতা পালিনেতাই- এখন অতি লাভজনক ব্যৱসায় খুলিছে। এই নীতি- নিদেৰ্শনাৰ ধূলিস্যাৎ প্ৰতিযোগিতাত নাম পৰিছে […]
ৰঙিয়া আৰক্ষীৰ বৃহৎ সফল্য, সন্দেহজনক ড্ৰাগছ সহ এজন সৰবৰাহকাৰী আটক
ৰঙিয়া আৰক্ষীৰ বৃহৎ সফল্য, সন্দেহজনক ড্ৰাগছ সহ এজন সৰবৰাহকাৰী আটক আৰক্ষীয়ে ৰঙিয়াৰ বনগাওঁত অভিযান চলাই ড্ৰাগছ সহ এজনক সৰবৰাহকাৰীক আটক কৰে । আটকাধীন সৰবৰাহকাৰী জনৰ নাম জিয়াৰুল আলী ৰঙিয়া আৰক্ষীয়ে জিয়াৰুল আলীৰ পৰা ৩৪ টা কন্টেনাৰ সহ ৬ গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় । জব্দকৃত ড্ৰগছখিনিৰ আনুমানিক মুল্য প্ৰায় ৫০ হাজাৰ টকা । সৰবৰাহকাৰী […]
গৌৰীসাগৰত অৰুণোদয় আঁচনিৰ অনিয়মৰ বিৰুদ্ধে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ তীব্ৰ প্ৰতিবাদ
গৌৰীসাগৰত অৰুণোদয় আঁচনিৰ অনিয়মৰ বিৰুদ্ধে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ তীব্ৰ প্ৰতিবাদ অৰুণোদয় আঁচনি ৰূপায়ন প্রক্রিয়াত ব্যাপক অনিয়ম আৰু বিসংগতিৰ অভিযোগ তুলি আজি গৌৰীসাগৰ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিত আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। প্ৰতিবাদী কাৰ্যসূচীত সংগঠনৰ বহু সংখ্যক কৰ্মী আৰু সমর্থকে অংশগ্ৰহণ কৰি “অৰুণোদয় আঁচনিত […]
প্ৰমোদ বড়োৰ কাৰ্যকাল ৩১ মাৰ্চত সমাপ্ত হ’ব-বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী
প্ৰমোদ বড়োৰ কাৰ্যকাল ৩১ মাৰ্চত সমাপ্ত হ’ব-বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী “প্ৰমোদ বড়োৰ কাৰ্যকাল ৩১ মাৰ্চত সমাপ্ত হ’ব। প্ৰমোদ বড়োৰ ‘ভেলিডিটি’ আৰু তিনিদিন আছে। তিনিদিনৰ ভিতৰত ‘সি’ ইচ্ছা কৰি কি কাম কৰে, কৰিব পাৰে। ইয়াৰ পাছত ‘তাৰ’ কাগজ-কলমৰ কাম নাই। এতিয়া এপ্ৰিলৰ পৰা ২০২৫-২৬ নতুন বিত্তীয় বৰ্ষ আৰম্ভ হ’ব। এই নতুন বিত্তীয় বৰ্ষৰ ‘পইচা’ত ‘সি’ হাত […]
শংকৰদেৱ নেত্ৰালয়,গুৱাহাটীৰ সহযোগত বিনামূলীয়া চকু পৰীক্ষা শিবিৰ….
শংকৰদেৱ নেত্ৰালয়,গুৱাহাটীৰ সহযোগত বিনামূলীয়া চকু পৰীক্ষা শিবিৰ…. বিহালীৰ বিহমাৰীত ”The Lighting Lamp Foundation”-ৰ উদ্যোগত শ্ৰী শংকৰদেৱ নেত্ৰালয়,গুৱাহাটীৰ সহযোগত বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আজি বিহালীৰ বিহমাৰী গাওঁ পঞ্চাতত ”দ্যা লাইটিং লেম্প ফাউণ্ডেশ্যন”-ৰ উদ্যোগত আৰু গুৱাহাটীৰ শ্ৰী শংকৰদেৱ নেত্ৰালয়ৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে বিনামূলীয়া চকু পৰীক্ষা শিৱিৰ অনুষ্ঠিত কৰা হয়। এই বিনামূলীয়া চকু পৰীক্ষা শিৱিৰটো মুকলি কৰে সমাজকৰ্মী […]
পশ্চিম কাৰ্বি আংলঙত কংগ্ৰেছ দলৰ তৎপৰতা….
পশ্চিম কাৰ্বি আংলঙত কংগ্ৰেছ দলৰ তৎপৰতা…. ২০২৬চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰতিলক্ষ্য ৰাখি পশ্চিম কাৰ্বি আংলঙত কংগ্ৰেছ দলৰ তৎপৰতা ডংকামোকামস্থিত কংগ্ৰেছ দলৰ কাৰ্য্যালয়ৰ জিলাৰ খনৰ ৯টা মণ্ডল সমিটি নেতা_পালি সকলৰ উপস্থিতিত মণ্ডল সম্নিলন কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰে সৰ্বভাৰতীয় কংগ্ৰেছ সমিটিৰ সম্পাদক মনোজ্য চৈহান সঁহ অসম প্ৰদেশ কংগ্ৰেছ সমিটি সম্পাদক ৰাণা কান্দ চুতীয়া ;পশ্চিম কাৰ্বি আংলংঙৰ যুৱ কংগ্ৰেছৰ […]
অসমত পৃথক সচিবালয়, পৃথক বাজেট, চৰ অঞ্চল উন্নয়নৰ দাবী আমছুৰ
অসমত পৃথক সচিবালয়, পৃথক বাজেট, চৰ অঞ্চল উন্নয়নৰ দাবী আমছুৰ বাজেটৰ জৰিয়তে বিজেপি চৰকাৰে মুছলমানৰ লগত ঘোৰ অন্যায় কৰিছে বুলি দাবী আমছুৰ অসমত পৃথক সচিবালয়, পৃথক বাজেট, চৰ অঞ্চল উন্নয়নৰ দাবী আমছুৰ। চৰ অঞ্চলৰ বাবে নিৰ্ধাৰিত ৪টা মেডিকেলৰ কোটা কৰ্তন কৰি শেহতীয়া বাজেটৰ বিৰোধীতা কৰি বিজেপিgv চৰকাৰে মুছলমানৰ লগত ঘোৰ অন্যায় কৰিছে বুলি আমছুয়ে দাবী […]
কামৰূপৰ কমলপুৰৰ দালাঙত তীব্ৰ উত্তেজনা…
কামৰূপৰ কমলপুৰৰ দালাঙত তীব্ৰ উত্তেজনা… কামৰূপৰ কমলপুৰৰ সমীপবৰ্তী দালাঙত এক উত্তেজনা । এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি এই উত্তেজনা । কামৰূপৰ কমলপুৰৰ সমীপবৰ্তী দালাঙত এক উত্তেজনা । এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি এই উত্তেজনা । একে গাৱৰে তিনি বন্ধু ক্ৰমে নয়ণ ডেকা ,পঙ্কজ ডেকা আৰু কমল ডেকাই মাছ ধৰিবলৈ গৈছিল যোৱা ১১ মাৰ্চত । কিন্তু […]