নগাঁৱত নকল সোণৰ নাও সহ দুজনক গ্ৰেপ্তাৰ… নগাঁও আৰক্ষীয়ে এক গোপন সুত্ৰৰ পমখেদি বিয়লি নগাঁও চহৰৰ খুটিকটীয়া – বৰভেটি সংযোগী পথত দুখন নকল নাওসহ দুজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। নগাঁও নগৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত যোৱা আৰক্ষী দলে গোপন সুত্ৰৰ ভিত্তিত অভিযান চলাই এই সফলতা লাভ কৰে। আৰক্ষী সুত্ৰৰ পৰা জনা মতে বিহাৰৰ দুজন […]
বৃদ্ধি চাহৰ ৰপ্তানি ৯০০ মিলিয়ন ডলাৰলৈ….
বৃদ্ধি চাহৰ ৰপ্তানি ৯০০ মিলিয়ন ডলাৰলৈ…. বৃদ্ধি চাহৰ ৰপ্তানি ৯০০ মিলিয়ন ডলাৰলৈ ২০২৪-২৫ বৰ্ষত ২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰতে মধ্য এছিয়াৰ কেইবাখনো দেশ, ৰাছিয়া, আৰু ইউৰোপীয় ৰাষ্ট্ৰলৈ প্ৰায় ২৫ কোটি কিলোগ্ৰাম চাহ ৰপ্তানি কৰিছিল। ইয়াৰে ভিতৰত ১০ কোটি কিলোগ্ৰাম দক্ষিণ ভাৰতৰ পৰা ৰপ্তানি কৰা হৈছিল।চাহৰ চাহিদা বৃদ্ধি পাইছেদক্ষিণ ভাৰতৰ চাহৰ উচ্চ মানদণ্ডৰ বাবে । ২০২৩-২৪ বিত্তীয় […]
বোকাজানত কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে স্মাৰকপত্ৰ প্ৰদান বিজেপি
বোকাজানত কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে স্মাৰকপত্ৰ প্ৰদান বিজেপি বোকাজানত কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে স্মাৰকপত্ৰ প্ৰদান বিজেপি কৰ্মকৰ্তাৰ আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বোকাজানতো বিজেপি কৰ্মকৰ্তা সকলে কংগ্ৰেছ বিধায়ক গৰাকীৰ বিৰুদ্ধে প্ৰদান কৰে স্মাৰক পত্ৰ। বিধানসভাৰ পবিত্ৰ মজিয়াত অসম বিধানসভাৰ উপাধক্ষ্য ডঃ নোমল মমিনক আক্ৰমণ কৰাৰ পাছত ক্ষুদ্ধ হৈ পৰে বিজেপি কৰ্মী সকল। আজি […]
পশ্চিম কাৰ্বি আংলঙত বিজেপিৰ গৰাখহনীয়া…
পশ্চিম কাৰ্বি আংলঙত বিজেপিৰ গৰাখহনীয়া… খেৰণিত বিজেপি-এপিএইছএলচি দলৰ শতাধিক নেতা-কৰ্মীৰ দল ত্যাগ, কংগ্ৰেছত যোগদান পশ্চিম কাৰ্বি আংলং জিলাৰ ৭ নং কপিলী পৰিষদীয় সমষ্টিৰ বিজেপি আৰু আঞ্চলিক দল এপিএইছএলচিৰ শতাধিক পুৰুষ-মহিলাই আজি খেৰণিস্থিত দলীয কাৰ্যালয়ত আনুষ্ঠানিক ভাৱে কংগ্ৰেছত যোগদান কৰে ৷ কপিলী মহিলা মণ্ডল কংগ্ৰেছৰ নৱ- নিযুক্তি সভানেত্ৰী লাৰ্টা ৰংপিপীৰ সভাপতিত্বত অনুষ্ঠিত সভাত সমষ্টিতোৰ বিভিন্ন প্ৰান্তৰ […]
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ চাৰিদিনীয়া ডিব্ৰুগড় ভ্রমণৰ সামৰণি…
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ চাৰিদিনীয়া ডিব্ৰুগড় ভ্রমণৰ সামৰণি… গুৱাহাটীঃ চাৰিদিনীয়া ডিব্ৰুগড় ভ্রমণ সামৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। ঐতিহাসিক ডিব্ৰুগড়চহৰখনক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ ৰাজ্য চৰকাৰে প্ৰচেষ্টা গ্ৰহণ কৰিছে ৷ চৰকাৰ-প্রশাসনক ডিব্ৰুগড় আৰু এই অঞ্চলত বসবাস কৰা লোকসকলৰ ওচৰলৈ আগবঢ়াই নিয়াটোৱে ৰাজ্য চৰকাৰৰ উদ্দেশ্য। ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ে কেইটামান বিশেষ দিশত যথেষ্ট গুৰুত্বপূৰ্ণ […]
বৰ্ষাপাৰাত হ’ব ভাৰত-দক্ষিণ আফ্ৰিকাৰ মেচ…
অসমবাসীৰ বাবে এটা ভাল খবৰ। ২০২৫বৰ্ষটোত গুৱাহাটীত অনুষ্ঠিত হব কেইবাখনো আন্তৰাষ্ট্ৰীয় ক্ৰিকেট মেচ… আই পি এলৰ পিছত অসমবাসীৰ বাবে এটা ভাল খবৰ। ২০২৫বৰ্ষটোত গুৱাহাটীত অনুষ্ঠিত হব কেইবাখনো আন্তৰাষ্ট্ৰীয় ক্ৰিকেট মেচ। বৰ্ষাপাৰাত হ’ব ভাৰত-দক্ষিণ আফ্ৰিকাৰ মেচ। বি চি চি আইৰ সচিব দেৱজিত লন শইকীয়াই শেহতীয়াকৈ কৰিছে এই ঘোষণা। গুৱাহাটীঃ বি চি চি আইৰ সচিব দেৱজিত লন […]
গঠন হ’ল নগাঁও জিলাৰ বাৰ্তাজীৱি সংঘৰ নতুন সমিতি
নগাঁৱত অনুষ্ঠিত হ’ল অসম বাৰ্তাজীৱি সংঘৰ নগাঁও জিলা সমিতিৰ পঞ্চ দ্বি-বাৰ্ষিক অধিবেশন গঠন হ’ল নগাঁও জিলাৰ বাৰ্তাজীৱি সংঘৰ নতুন সমিতি।সভাপতি হিচাপে কনক হাজৰিকা আৰু সম্পাদক হিচাপে নিৰ্বাচিত হ’ল ভাস্কৰ মেধি দেওবাৰে নগাঁৱৰ নেহেৰু যুৱ কেন্দ্ৰত অনুষ্ঠিত হ’ল অসম বাৰ্তাজীৱি সংঘৰ নগাঁও জিলা সমিতিৰ অধিবেশন তথা পৰৱৰ্তী সমিতি নিৰ্বাচন প্ৰক্ৰিয়া। পুৱা পতাকা উত্তোলন আৰু প্ৰয়াত সাংবাদিক […]
ডিমৌ মধুপুৰত ৫০ লাখ টকাৰ অনুদান
ডিমৌ মধুপুৰত ৫০ লাখ টকাৰ অনুদান, টাই আহোম সংস্কৃতিৰ প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন “ভোট বিচাৰি আহিলেই নহ’ব, নিৰ্বাচনৰ পাছত ৰাইজৰ কাষলৈও আহিব লাগিব।”- ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা ডিমৌ মধুপুৰত ৫০ লাখ টকাৰ অনুদান, টাই আহোম সংস্কৃতিৰ প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন ডিমৌৰ মধুপুৰত টাই আৰু টাই ভাষা প্ৰচাৰ সমিতিৰ প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে ৫০ লাখ টকাৰ অনুদান আগবঢ়ালে কেন্দ্ৰীয় […]
শিৱসাগৰত অনাঅসমীয়া ভূ-মাফিয়াৰ দৌৰাত্ম্য অব্যাহত
শিৱসাগৰত অনাঅসমীয়া ভূ-মাফিয়াৰ দৌৰাত্ম্য শিৱসাগৰত অনাঅসমীয়া ভূ-মাফিয়াৰ দৌৰাত্ম্য অব্যাহত, অৱসৰপ্ৰাপ্ত বৃদ্ধক মৃত্যুৰ ভাবুকি প্ৰদানৰ লগতে ভূমি দখলৰ চেষ্টা শিৱসাগৰৰ জেঙনিকটীয়া অঞ্চলত অৱসৰপ্ৰাপ্ত ব্যক্তি চামচুৰ ৰহমান আৰু তেওঁৰ পৰিয়ালক গোপাল যোচী উপাধীৰ এজন অনাঅসমীয়া ভূ-মাফিয়াই ম্যাদি পত্তাৰ মাটি বলপূৰ্বক দখল কৰিবলৈ চেষ্টা কৰাৰ লগতে মৃত্যুৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে। ভুক্তভোগীৰ মতে, যোচী কৰ্মসূত্ৰে […]
বিধানসভাৰ মজিয়াত অভব্য আচৰণ বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ….
বিধানসভাৰ মজিয়াত অভব্য আচৰণ বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ…. বিৰোধী বিধায়কলৈ ৰূপজ্যোতি কুৰ্মীয়ে চোঁচা লোৱাত শিৱসাগৰত প্ৰতিবাদ । দৌলমুখ চাৰিআলিত ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিকৃতি দাহেৰে প্ৰতিবাদ। ৰূপজ্যোতি কুৰ্মীৰ এনে আচৰণৰ বিৰুদ্ধে শিৱসাগৰত ৰাইজৰ দলৰ প্ৰতিবাদ । বিধায়ক অখিল গগৈলৈ চোঁচা লোৱা আচৰণ সহ্য কৰা নহ’ব বুলি হুংকাৰ ৰাইজৰ দলৰ । শিৱসাগৰ দৌলমুখ চাৰিআলিত ৰূপজ্যোতি কুৰ্মী মুৰ্দাবাদ শ্লোগান […]