শিক্ষকৰ গাফিলতিত ছাত্ৰ দুৰ্ঘটনাত আহত — দায়িত্বহীনতা আৰু বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ পৰিচালনাৰ ব্যর্থতাৰ জঘন্য নমুনা কলিয়াপানী মজদুৰ প্ৰাথমিক বিদ্যালয়ত ভয়ংকৰ দুৰ্ঘটনা, ৰাইজৰ তীব্ৰ প্ৰতিক্ৰিয়া শিক্ষাৰ মন্দিৰ বুলি কোৱা বিদ্যালয় এতিয়া দায়িত্বহীন শিক্ষকৰ কাৰ্যকলাপত শিশুৰ বাবে দুৰ্ঘটনাৰ মঞ্চ হৈ পৰিছে। ডিমৌ শিক্ষা খণ্ডৰ অন্তৰ্গত কলিয়াপানী মজদুৰ প্ৰাথমিক বিদ্যালয়ত আজি সংঘটিত ঘটনাই এই সত্যক পুনৰ প্রতিষ্ঠা কৰিছে। […]
পাকিস্তান চৰকাৰৰ পৰা দৰমহা লৈছিল গৌৰৱ গগৈৰ পত্নীয়ে
পাকিস্তান চৰকাৰৰ পৰা দৰমহা লৈছিল গৌৰৱ গগৈৰ পত্নীয়ে ✍️পাকিস্তান চৰকাৰৰ পৰা দৰমহা লৈছিল গৌৰৱ গগৈৰ পত্নীয়ে✍️গৌৰব গগৈৰ পত্নীয়ে পাকিস্তান চৰকাৰৰ পৰা দৰমহা লৈছিল বুলি ৰাজীৱ ভৱনত হোৱা সংবাদমেলত বিস্ফোৰক স্বীকাৰোক্তি দিছিল ৰিপুন বৰাই।✍️যদিহে ৰিপুন বৰাৰ কথা সঁচা হয় তেনেহলে এয়া ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি বুলি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাৰ।✍️তদন্তৰ বাবে ৰিপুন বৰাৰ ভাষ্য […]
ৰঙিয়াত পুৱতি নিশা হোৱা এখন বজাৰ
ৰঙিয়াত পুৱতি নিশা হোৱা এখন বজাৰ । আপুনি-মই শোৱাপাতিত থাকোতেই বেচা-কিনা সামৰণি পৰে এইখন বজাৰখনত । ৰঙিয়া নগৰৰ গাতে লাগি থকা বালাগাঁৱৰ এই মাছৰ বজাৰখনত বিভিন্ন প্ৰজাতিৰ মাছৰ পোনাই মনোমোহা সৃষ্টি কৰে পুৱতিনিশা। উত্তৰ পুৰ্বাঞ্চলৰ বিভিন্ন ঠাইৰ পৰা অহা ক্ৰেতা-বিক্ৰেতাই ভিৰ কৰেহি এই বজাৰখনত। ৰঙিয়াৰ বালাগাঁওত থকা এই মাছ পোনা বজাৰখনেই উত্তৰ পুৰ্বাঞ্চলৰ বহু নিবনুৱাক […]
শিক্ষাৰ্থীৰ কৰ্ম-কাণ্ডত লটিঘটি আৰক্ষীৰ
শিক্ষাৰ্থীৰ কৰ্ম-কাণ্ডত লটিঘটি আৰক্ষীৰ শিক্ষাৰ্থীৰ কৰ্ম-কাণ্ডত লটিঘটি আৰক্ষীৰ লগতে অঞ্চলবাসী জয়ন্তীপুৰ যোগেশ্বৰ বিদ্যাপীঠ হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্র তাৰিফুলৰ কৰ্ম কাণ্ডত লটিঘটি অঞ্চলবাসীৰ বিদ্যালয়লৈ যাম বুলি নিতৌ আহে ঘৰৰ পৰা। কিন্তু ঘৰৰ পৰাই ওলাই বপুৰাই সলনি কৰে মুড। বেগটো ক’ৰবাত লুকাই থৈ ঘুৰি থাকে পাঠদানৰ সময়খিনি পাঠদান শেষ কৰি অন্য শিক্ষাৰ্থী সকল ওভতাৰ সময়ত লুকাই থোবা […]
দুলীয়াজানলৈ গৈ থকাৰ অৱস্থাত ডিমৌ আৰক্ষীয়ে আটক কৰে শৃংখল চলিহাক
দুলীয়াজানলৈ গৈ থকাৰ অৱস্থাত ডিমৌ আৰক্ষীয়ে আটক কৰে শৃংখল চলিহাক দুলীয়াজানলৈ গৈ থকাৰ অৱস্থাত ডিমৌ আৰক্ষীয়ে আটক কৰে শৃংখল চলিহাক। কেইবাগৰাকীও আৰক্ষীৰ লোকে ধৰি-বান্ধি শৃংখলক আৰক্ষীৰ বাহনত তুলি লৈ যোৱাৰ পাছতে এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। আৰক্ষীয়ে ধৰি-বান্ধি আটক কৰাৰ সময়তে শৃংখল চলিহাৰ মন্তব্য – “অসমীয়াই কেতিয়াও ভয় নকৰে। মই আজি ঘৰৰ পৰা ওলাই […]
অসমীয়া জাতিক অপমান কৰা তনু শ্বাহীক গ্ৰেপ্তাৰৰ দাবীত কাইলৈ দুলীয়াজান বন্ধ ঘোষণা
অসমীয়া জাতিক অপমান কৰা তনু শ্বাহীক গ্ৰেপ্তাৰৰ দাবীত কাইলৈ দুলীয়াজান বন্ধ ঘোষণা 🔸এজাহাৰত নাম নথকাকৈ কেনেকৈ গ্ৰেপ্তাৰ হ’ল শংকৰ জ্যোতি বৰুৱা?🔸অসমীয়া জাতিক অপমান কৰা তনু শ্বাহীক গ্ৰেপ্তাৰৰ দাবীত কাইলৈ দুলীয়াজান বন্ধ ঘোষণা জাতীয় দল-সংগঠনৰ।🔸তনুক গ্ৰেপ্তাৰ কৰিবলৈ বান্ধি দিলে ৪৮ ঘণ্টাৰ সময়সীমা।🔸যুৱতীগৰাকীক গ্ৰেপ্তাৰ নকৰিলে সৃষ্টি হ’ব পাৰে আইন-শৃংখলা জনিত পৰিস্থিতিৰ।🔸২৪ ঘণ্টাত তনু শ্বাহীৰ তিনিটা মন্তব্য🔸এজাহাৰত নাম […]
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলী মুকলি কৰিব নগাঁৱৰ হয়বৰগাঁও ৰে’ল ষ্টেচন
কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলী মুকলি কৰিব নগাঁৱৰ হয়বৰগাঁও ৰে’ল ষ্টেচন 🔸কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলী মুকলি কৰিব নগাঁৱৰ হয়বৰগাঁও ৰে’ল ষ্টেচন৷ 🔸পুনৰ অত্যাধুনীক ৰূপত ষ্টেচনটো মুকলি কৰাৰ পূৰ্বে কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ বিশেষ বাৰ্তা সামাজিক মাধ্যমত…
শিৱসাগৰৰ জয়সাগৰত ভয়ংকৰ ঘটনা! ঘটনাটো সংঘটিত হ’ল কিদৰে?
শিৱসাগৰৰ জয়সাগৰত ভয়ংকৰ ঘটনা! ঘটনাটো সংঘটিত হ’ল কিদৰে? শিৱসাগৰৰ জয়সাগৰত ভয়ংকৰ ঘটনা! ঘটনাটো সংঘটিত হ’ল কিদৰে? ভয়াবহ অগ্নিকাণ্ডৰ ফলত লক্ষাধিক টকাৰ ক্ষতিসাধন। শিৱসাগৰৰ জয়সাগৰত ভয়ংকৰ অগ্নিকাণ্ড, লক্ষাধিক টকাৰ ক্ষয়ক্ষতি শিৱসাগৰৰ জয়সাগৰত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডই সমগ্ৰ অঞ্চলত আতংক সৃষ্টি কৰিছে। নেকিবুদ্দিন আহমেদ নামৰ এজন ব্যক্তিৰ “এন অম অটোম’” নামৰ ইলেকট্ৰিক বাহন বিক্ৰী কৰা প্ৰতিষ্ঠানত এই […]
প্ৰেমিকৰ মানসিক নিৰ্যাতনৰ বলি ১৮ বছৰীয়া যুৱতী
প্ৰেমিকৰ মানসিক নিৰ্যাতনৰ বলি ১৮ বছৰীয়া যুৱতী প্ৰেমিকৰ মানসিক নিৰ্যাতনৰ বলি ১৮ বছৰীয়া যুৱতী। আত্মহত্যাৰ অভিযোগ, জিতু আলীৰ বিৰুদ্ধে পৰিয়ালৰ এজাহাৰ । ৰঙিয়াৰ কাছাৰী শৌলমাৰী অঞ্চলত এই হৃদয়বিদাৰক ঘটনা । ৰঙিয়াত প্ৰেমিকৰ মানসিক নিৰ্যাতনৰ বলি ১৮ বছৰীয়া যুৱতী । আত্মাহত্যাৰ অভিযোগ, জিতু আলীৰ বিৰুদ্ধে পৰিয়ালৰ এজাহাৰ । ৰঙিয়াৰ কাছাৰী শৌলমাৰী অঞ্চলত এটা হৃদয়বিদাৰক ঘটনা । […]
২০২৫ৰ পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ বাবে শিৱসাগৰত বিশেষ সম্বৰ্ধনা অনুষ্ঠান
২০২৫ৰ পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ বাবে শিৱসাগৰত বিশেষ সম্বৰ্ধনা অনুষ্ঠান ২০২৫ বৰ্ষৰ সদ্যঘোষিত উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে দৰবাৰ ৰোড যুৱ সমাজ আৰু দৰবাৰ ৰোড মছজিদ পৰিচালনা সমিতিয়ে। আজিৰ দিনটো শিৱসাগৰ জিলাৰ বাবে গৌৰৱৰ দিন হৈ পৰে, কিয়নো এই জিলা অন্তৰ্গত বহু কেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ হৈ […]