ৰঙিয়াত ড্ৰাগছৰ বিৰুদ্ধে ওলাই আহিল সহস্ৰাধিক পুৰুষ মহিলা। ৰঙিয়াত ড্ৰাগছৰ বিৰুদ্ধে ওলাই আহিল সহস্ৰাধিক পুৰুষ মহিলা। ৰঙিয়াৰ ততাৰকুছি অঞ্চলত দীৰ্ঘদিনৰ পৰাই ভিনি ওৰফে মৰ্তোজাই চলাই আছে অবৈধ ড্ৰাগছৰ ৰমৰমীয়া বেহা। যাৰ ফলত অঞ্চলটোৰ নৱপ্ৰজন্ম ধংসৰ গৰাহত। ৰাইজে বাৰম্বাৰ ড্ৰাগছ মাফিয়া ভিনি ওৰফে মৰ্তোজাক বাধা প্ৰদান কৰাৰ ওপৰিও কেইবাবাৰো আৰক্ষীৰ জালত পৰিছিল যদিও মোহ এৰিব পৰা […]
ত্ৰিপুৰাত ২৫ এপ্ৰিলত বিশাল আয়োজনেৰে অনুষ্ঠিত হ’ব বৃহৎ মেগা সজাগতা কাৰ্যসূচী
ত্ৰিপুৰাত ২৫ এপ্ৰিলত বিশাল আয়োজনেৰে অনুষ্ঠিত হ’ব বৃহৎ মেগা সজাগতা কাৰ্যসূচী গুৱাহাটীঃ ত্ৰিপুৰাত ২৫ এপ্ৰিলত বিশাল আয়োজনেৰে অনুষ্ঠিত হ’ব বৃহৎ মেগা সজাগতা কাৰ্যসূচী। মূখ্য অতিথি হিচাপে উপস্থিত থাকিব NEIDC ৰ অধ্যক্ষ শৈলেন্দ্ৰ প্ৰতাপ সিঙ। টিইউআইআৰপিচিয়ে উত্তৰ-পূব ঔদ্যোগিক উন্নয়ন পৰিষদৰ (NEIDC) ৰ সহযোগত আগৰতলাৰ ৰবীন্দ্ৰ শত বাৰ্ষিকী ভৱনৰ হল নং ১ ত এক বৃহৎ সজাগতা কাৰ্যসূচীৰ […]
ৰঙিয়াৰ সংখ্যালঘু অঞ্চলসমূহত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ….
ৰঙিয়াৰ সংখ্যালঘু অঞ্চলসমূহত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ…. পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ৰঙিয়াৰ সংখ্যালঘু অঞ্চলসমূহত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভা । ৰঙিয়াত বিজেপিৰ জিলা পৰিষদৰ লগতে আঞ্চলিক পঞ্চায়তৰ সদস্য সকলৰ হৈ প্ৰচাৰ চলাইছে ৰঙিয়াৰ বিধায়ক তথা বিজেপিৰ প্ৰাক্তন সভাপতি ভবেশ কলিতাই ভবেশ কলিতাই অংশগ্ৰহণ কৰা কেইবাখনো সভাত কংগ্ৰেছ , এ আই ইউ ডি এফৰ অৰ্ধ শতাধিক লোকৰ বিজেপি দলত […]
শিৱসাগৰত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ তুংগত, বিজেপিৰ গাঁৱে গাঁৱে অভিযান
শিৱসাগৰত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ তুংগত, বিজেপিৰ গাঁৱে গাঁৱে অভিযান অসমত পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যজুৰি ৰাজনৈতিক তৎপৰতাই গতি লাভ কৰিছে। শিৱসাগৰ জিলাটোতো এই প্ৰচাৰৰ উত্তাপ তীব্ৰ ৰূপ লৈছে। জিলাখনৰ তিনিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত ১২ খন জিলা পৰিষদ, ৫ খন আঞ্চলিক পঞ্চায়ত আৰু ৮২ খন গাঁও পঞ্চায়তৰ বাবে দলসমূহে প্ৰাৰ্থী নিৰ্বাচন কৰি […]
ৰঙিয়াত পঞ্চায়তৰ নিৰ্বাচনী প্ৰচাৰ তুংগত
ৰঙিয়াত পঞ্চায়তৰ নিৰ্বাচনী প্ৰচাৰ তুংগত ৰঙিয়াত পঞ্চায়তৰ নিৰ্বাচনী প্ৰচাৰ তুংগত কংগ্ৰেছ দলে ৰঙিয়াৰ বিভিন্ন পঞ্চায়তত অনুষ্ঠিত কৰিছে নিৰ্বাচনী সভা ৯৮ নং কেকেনীকুছি মৰাণজানা আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী ৰুমা বেগমৰ হৈ এটি কাৰ্যলয় উদ্বোধন কৰাৰ লগতে নিৰ্বাচনী সভা অনুষ্ঠিত কৰে বিজেপি চৰকাৰৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ কথা ৰাইজে গম পাইছে, সেয়ে ৰাইজে কংগ্ৰেছ দলৰ প্ৰতি আকৃষ্ট হৈ ৰাইজ […]
শিৱসাগৰত পুত্ৰৰ দাৰ আক্ৰমণত পিতৃ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত, পুত্ৰ পলাতক…
শিৱসাগৰত পুত্ৰৰ দাৰ আক্ৰমণত পিতৃ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত, পুত্ৰ পলাতক শিৱসাগৰত পুত্ৰৰ দাৰ আক্ৰমণত পিতৃ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত, পুত্ৰ পলাতক শিৱসাগৰ জিলাৰ ১ নং চিন্তামণি গড় গাঁৱত এক শোকাবহ ঘটনা সংঘটিত হৈছে। নিজ পুত্ৰৰ দাৰ আক্ৰমণত সোমেশ্বৰ গোৱালা (৫৫) নামৰ এগৰাকী পিতৃ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ বৰ্তমান জয়সাগৰ অসামৰিক চিকিৎসালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। প্ৰাপ্ত তথ্য অনুসৰি, […]
শিৱসাগৰত নিৰ্বাচনী তৎপৰতা, নগৰ মহল গাঁও পঞ্চায়তত বিজেপিৰ ৰণডংকা…
শিৱসাগৰত নিৰ্বাচনী তৎপৰতা, নগৰ মহল গাঁও পঞ্চায়তত বিজেপিৰ ৰণডংকা… নগৰ মহলত পঞ্চায়ত নিৰ্বাচনৰ ভাটদাতা ৰাইজৰ চোতালে চোতালে ব্যাপক প্ৰচাৰ অভিযান ৰাজ্যজুৰি পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি শাসক আৰু বিৰোধী পক্ষৰ মাজত ব্যাপক প্ৰচাৰ তৎপৰতা পৰিলক্ষিত হোৱাৰ লগতে শিৱসাগৰ জিলাৰ নগৰ মহল গাঁও পঞ্চায়তো নিৰ্বাচনী হুংকাৰ দৃশ্যমান হৈ পৰিছে। বিভিন্ন আঁচনি, বিশেষকৈ আৱাস গৃহৰ প্ৰদান, পঞ্চায়ত পূঁজি […]
ৰঙিয়াত পঞ্চায়তৰ নিৰ্বাচনী প্ৰচাৰ তুংগত
ৰঙিয়াত পঞ্চায়তৰ নিৰ্বাচনী প্ৰচাৰ তুংগত ৰঙিয়াত পঞ্চায়তৰ নিৰ্বাচনী প্ৰচাৰ তুংগত বিধায়ক ভৱেশ কলিতাই ৰঙিয়াৰ বিভিন্ন পঞ্চায়তত অনুষ্ঠিত কৰিছে নিৰ্বাচনী সভা পাণ্ডুৰী জিলা পৰিষদৰ বিজেপি অগপ প্ৰাৰ্থী নিপন ভূঞাৰ হৈ মাৰাথন নিৰ্বাচনী প্ৰচাৰ বিধায়ক ভৱেশ কলিতাৰ কংগ্ৰেছে কিছু কিছু ঠাইত প্ৰাৰ্থী দিব নোৱাৰিলে, তেওঁলোকৰ সংগঠন নাই ,কোনো কাৰ্য্যকৰ্তা নাই কংগ্ৰেছৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ কথা ৰাইজে গম পাইছে, […]
ৰঙিয়াত চত্তিছগড়ৰৰ ৰাজ্যপাল ৰমেন ডেকাক সম্বৰ্দ্ধনা
ৰঙিয়াত চত্তিছগড়ৰৰ ৰাজ্যপাল ৰমেন ডেকাক সম্বৰ্দ্ধনা ৰঙিয়াত চত্তিছগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ সম্বৰ্দ্ধনা অনুষ্ঠান । ৰঙিয়াৰ প্ৰায় ৭০ টাকৈ দল সংগঠনে ৰঙিয়াৰ ঐতিহাসিক হৰদত্ত বীৰদত্ত ভৱনত সম্বৰ্দ্ধনা জনোৱা হয় ৰাজ্যপাল ৰমেন ডেকাক । ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যপাল ডেকাই কয় যে, পৰিৱৰ্তনশীল সময়ৰ গতিত সলনি হৈছে পৰিৱেশ । সলনি হৈছে জীৱন শৈলী । জীৱন বৰ […]
উন্নয়নৰ মুখ দেখিবলৈ ব্যৰ্থ ডিমৌৰ হালধীবাৰী লাইনৰ ৰাইজ
✍️কথাচহকী বিধায়ক সুশান্ত বৰগোহাঁইৰ শিৱসাগৰৰ ডিমৌ সমষ্টিৰ উন্নয়ন আৰু বিকাশৰ নামত ফোপোলা স্বৰূপ উন্মোচন✍️উন্নয়নৰ মুখ দেখিবলৈ ব্যৰ্থ ডিমৌৰ হালধীবাৰী লাইনৰ ৰাইজ✍️ৰাজনৈতিক বঞ্চনাৰ বলি এখন পিছপৰা চাহ বাগিচা কথাচহকী বিধায়ক সুশান্ত বৰগোহাঁইৰ শিৱসাগৰৰ ডিমৌ সমষ্টিৰ উন্নয়ন আৰু বিকাশৰ নামত ফোপোলা স্বৰূপ উন্মোচন উন্নয়নৰ মুখ দেখিবলৈ ব্যৰ্থ হালধীবাৰী লাইনৰ ৰাইজ, ৰাজনৈতিক বঞ্চনাৰ বলি এখন পিছপৰা চাহ বাগিচা। […]