নগাবন্ধা গাঁও পঞ্চায়তৰ নিৰ্দলীয় প্ৰাৰ্থী আজহাৰ উদ্দিনৰ বৃহৎ ৰেলীৰে নিৰ্বাচনী প্ৰচাৰ মৰিগাঁও জিলাৰ লাহৰিঘাট সমষ্টিৰ নগাবন্ধা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ নিৰ্দলীয় প্ৰাৰ্থী আজহাৰ উদ্দিনৰ নিৰ্বাচনী প্ৰচাৰ ৰেলী আজি পুৱাৰ ভাগত সহস্রাধিক সমৰ্থকক লৈ বাইকেৰ ৰেলীৰ লগতে মটৰ গাড়ীৰে গোটেই গাঁও পঞ্চায়তৰ চাৰিওফালে শ্লোগান দি নিৰ্বাচনী প্ৰচাৰ উত্তাল কৰি তোলে। আঞ্চলিক সদস্য পদৰ নিৰ্দলীয় প্ৰাৰ্থী […]
শিৱসাগৰ জিলা কংগ্ৰেছত খহনীয়া। সাধাৰণ সম্পাদক হেমকান্ত গগৈৰ পদত্যাগ
শিৱসাগৰ জিলা কংগ্ৰেছত খহনীয়া। সাধাৰণ সম্পাদক হেমকান্ত গগৈৰ পদত্যাগ শিৱসাগৰ জিলা কংগ্ৰেছত এটা গুৰুত্বপূৰ্ণ ৰাজনৈতিক খহনীয়া সংঘটিত হৈছে। জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা নামতি আলি অঞ্চলৰ পৰা আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী হেমকান্ত গগৈয়ে দলৰ অভ্যন্তৰীণ নেতৃত্বৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰি পদত্যাগ কৰিছে। তেওঁ নিজৰ পদত্যাগ পত্ৰ জিলা কংগ্ৰেছৰ সভাপতিৰ ওচৰলৈ প্ৰেৰণ কৰিছে। হেমকান্ত গগৈ […]
শিৱসাগৰ দিচাংমুখ জেইলগাঁও বৰহোলাত গঁড়ৰ আতংক
শিৱসাগৰ দিচাংমুখ জেইলগাঁও বৰহোলাত গঁড়ৰ আতংক শিৱসাগৰ জিলাৰ দিচাংমুখ অঞ্চলৰ জেইলগাঁও বৰহোলাত আজি পুৱা পৰা সৃষ্টি হৈছে এক বিশেষ প্ৰকৃতিত আতংকজনক পৰিস্থিতি। গাঁৱত এটা গঁড়ে মুক্তভাৱে বিচৰণ কৰা দৃশ্যই স্থানীয় লোকসকলক বিস্মিত আৰু চিন্তিত কৰি তুলিছে। প্ৰত্যক্ষদৰ্শীৰ তথ্য অনুসৰি, গঁড়টোৱে ম’হৰ আশে পাশে মুক্ত বিচৰণ কৰি আছে। গঁড়টোৰ চলাফৰা সম্পূৰ্ণ স্বাভাৱিক হ’লেও, তাৰ হঠাৎ উপস্থিতিৰ […]
সমাগত পঞ্চায়ত নিৰ্বাচন, উৎকণ্ঠা বৃদ্ধি পাইছে প্ৰাৰ্থী সকলৰ মাজত….
সমাগত পঞ্চায়ত নিৰ্বাচন, উৎকণ্ঠা বৃদ্ধি পাইছে প্ৰাৰ্থী সকলৰ মাজত…. সমাগত পঞ্চায়ত নিৰ্বাচন, উৎকণ্ঠা বৃদ্ধি পাইছে প্ৰাৰ্থী সকলৰ মাজত। মাজত মাথো কেইটিমান দিন বাকী । সমাগত পঞ্চায়ত নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে সিমানেই উৎকণ্ঠা বৃদ্ধি পাইছে প্ৰাৰ্থী সকলৰ মাজত। ইপিনে ২ নং বগৰীগুৰী জিলা পৰিষদৰ এ আই ইউ ডি এফ দলৰ সদস্যা পদৰ প্ৰাৰ্থী জাহিদা […]
পুনৰ আৰক্ষীৰ জিম্মালৈ বীৰ লাচিত সেনাৰ শয়ম্ভু নেতা নিতু অসমক
পুনৰ আৰক্ষীৰ জিম্মালৈ বীৰ লাচিত সেনাৰ শয়ম্ভু নেতা নিতু অসমক বীৰ লাচিত সেনাৰ শয়ম্ভু নেতা চামচুল হক ওৰফে নিতু অসমক পুনৰ আৰক্ষীৰ জিম্মালৈ । কিছুদিন পূৰ্বে ৰঙিয়াৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ কৰ্মচাৰীক আঁঠু কঢ়াই ক্ষমা খুজিব দি ভিডিঅ’ কৰি ছচিয়েল মিডিয়াত এৰি দিছিল । পিছত চামচুল হক ওৰফে নিতু অসমৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ, ৰাষ্ট্ৰীয় বজৰংগ […]
শিৱসাগৰৰ দিচাংমুখত ভোট বৰ্জনৰ সিদ্ধান্ত !
শিৱসাগৰৰ দিচাংমুখত ভোট বৰ্জনৰ সিদ্ধান্ত ! শিৱসাগৰৰ দিচাংমুখত ভোট বৰ্জনৰ সিদ্ধান্ত ! ৩৭২ টা অনুসূচিত জাতিৰ ভোট অন্য এলেকাত জাপি দিয়া অভিযোগ শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দিচাংমুখ গাঁও পঞ্চায়তৰ ৫ নং ৱাৰ্ডত ভোট অধিকাৰৰ ওপৰত এক গভীৰ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন হৈছে। ফলস্বৰূপে, স্থানীয় ৰাইজে একগোট হৈ ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই ঘটনাই অঞ্চলটোৰ ৰাজনৈতিক […]
মন্ত্ৰী পিয়ুষ হাজৰিকাৰ ৰঙিয়াত নিৰ্বাচনী প্ৰচাৰ….
মন্ত্ৰী পিয়ুষ হাজৰিকাৰ ৰঙিয়াত নিৰ্বাচনী প্ৰচাৰ…. ৰঙিয়াত পঞ্চায়ত নিৰ্বাচনৰ বাবে ব্যপক প্ৰচাৰ বিজেপিৰ মন্ত্ৰী পিয়ুষ হাজৰিকাই জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য সকলৰ হৈ ৰঙিয়াত নিৰ্বাচনী প্ৰচাৰ চলায় । ৰঙিয়াৰ তৰণি মিনি ষ্টেডিয়ামত অনুষ্ঠিত নিৰ্বাচনী সভাত অংশগ্ৰহন কৰি মন্ত্ৰী পিয়ুষ হাজৰিকাই কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰে আনহাতে মুখ্যমন্ত্ৰীৰ পাছত আজি মন্ত্ৰী পিয়ুষ হাজৰিকাই সাংসদ গৌৰৱ […]
বীৰ লাচিত সেনাৰ শয়ম্ভু নেতা নিতু অসম আৰক্ষীৰ জালত
বীৰ লাচিত সেনাৰ শয়ম্ভু নেতা নিতু অসম আৰক্ষীৰ জালত আলফাত যোগদান কৰিবলৈ যোৱা বীৰ লাচিত সেনাৰ শয়ম্ভু নেতা নিতু অসম আৰক্ষীৰ জালত। কিছুদিন পূৰ্বে ৰঙিয়াত এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ কৰ্মচাৰীক এক ঘটনাৰ বাবে আঁঠু কঢ়াই ক্ষমা খুজিব দি ভিডিঅ’ কৰি ছচিয়েল মিডিয়াত এৰি দিছিল । তাৰ পাছতে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ, ৰাষ্ট্ৰীয় বজৰংগ দলে এই নিতু আহমেদ […]
পঞ্চায়ত নিৰ্বাচন ২০২৫, আজি প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ
পঞ্চায়ত নিৰ্বাচন ২০২৫, আজি প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ আজি প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ। প্ৰথম পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া জিলা কেইখন ক্ৰমে – তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকানন্দি আৰু শ্ৰীভূমি। অহা ২ মে’ আৰু ৭ মে’ত অসমৰ ২৭খন জিলাত দুটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব […]
লাখুটি লৈ আহিল ৮০ বছৰীয়া আইতা…
লাখুটি লৈ আহিল ৮০ বছৰীয়া আইতা, ডিমৌত ভোটদান কৰি ক’লে – “বেলটত ভোট দি ভালেই লাগিল” আজিৰ পঞ্চায়ত নিৰ্বাচনত ডিমৌত দেখা গৈছে এক উৎসৱমুখৰ পৰিৱেশ। পুৱাৰ পৰাই বিভিন্ন ভোটকেন্দ্ৰত দীঘলীয়া শাৰী পাতি ৰৈছে বহু সংখ্যক ভোটাৰ। ভোটদানেৰে নিজৰ গণতান্ত্ৰিক অধিকাৰ প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়ি আহিছে সকলো বয়সৰ নাগৰিকে। তেনে এটা অনুকৰণীয় দৃশ্য দেখা গৈছে ডিমৌৰ ৰাইছাই […]