IPL-2025ৰ চেম্পিয়ন হ’ল RCB

✍️IPL ৰ ইতিহাসত প্ৰথমবাৰলৈ ট্ৰফী জয় কৰিলে RCB য়ে
✍️১৮ বছৰীয়া অপেক্ষাৰ ফল এই জয়।
✍️IPL-2025ৰ চেম্পিয়ন হ’ল RCB
✍️পঞ্জাব কিংছক ৬ ৰাণত হৰুৱাই চেম্পিয়ন হ’ল RCB


✍️IPL ২০২৫ৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু।
✍️পঞ্জাব কিংছক ৬ ৰানত পৰাস্ত কৰি IPLৰ খিতাপ দখল RCBৰ।
✍️ দ্বিতীয়বাৰলৈ ফাইনেল খেলিও ট্ৰফী জয়ৰ আশা অপূৰ্ণ হৈ ৰ’ল পঞ্জাব কিংছৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top