দীপলীনাৰ শিল্পী দিগন্ত ভাৰতীৰ লগত হোৱা ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া

ৰঙিয়াত কণ্ঠশিল্পী দীপলীনা ডেকাৰ সংগীতানুষ্ঠান ৰঙিয়াত উপস্থিত হৈ দীপলীনাৰ শিল্পী দিগন্ত ভাৰতীৰ লগত হোৱা ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ ‘যিগৰাকী ব্যক্তিক আমি গুৰু হিচাপে মানোঁ। তেখেতৰ হাজাৰ হাজাৰ ষ্টুডেন্ট।’ ‘তেখেতৰ সৃষ্টি আৰু দৃষ্টিৰে আজিলৈ যিখিনি কাম কৰিছে, অসমৰ সংস্কৃতিৰ পৃথিৱীখনত তেখেতৰ যিমানখিনি অৱদান আছে হয়তো তেখেতৰ সৃষ্টিৰেই বহুতো গায়ক-গায়িকাই বৰ্তমান মঞ্চ সমূহ শুৱনি কৰি আছে।’ ‘মই […]

ৰঙিয়াত বিশ্ব হিন্দু পৰিষদৰ উত্তৰ কামৰূপ জিলাৰ তীব্ৰ প্ৰতিবাদ

ৰঙিয়াত বিশ্ব হিন্দু পৰিষদৰ উত্তৰ কামৰূপ জিলাৰ তীব্ৰ প্ৰতিবাদ। ইটাৰ জবাব তৰোৱালেৰে দিয়া হ’ব। শেহতীয়াকৈ পশ্চিমবঙ্গত সংঘটিত হোৱা হিংসাত্মক ঘটনা আৰু মমতা বেনাৰ্জী চৰকাৰৰ অকৰ্মণ্যতাৰ অভিযোগ তুলি আজি বিশ্ব হিন্দু পৰিষদ কামৰূপ জিলাৰ সদস্য সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ৰঙিয়াৰ ৰাজপথত মমতা চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি পশ্চিমবঙ্গত অতি শীঘ্ৰে ৰাষ্ট্ৰপতি শাসন বলৱৎ কৰাৰ দাবী […]

ৰঙিয়াত কামৰূপ জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত ৰঙালী বিহু উৎযাপন

ৰঙিয়াৰ ঐতিহ্যমণ্ডিত কৃষক শ্বহীদ ভৱনত আজি দিনযোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈছে ৰঙালী বিহু। কাৰ্য্যসূচী অনুসৰি প্ৰাক্তন ছাত্ৰ নেতা সমন্বিতে ৰঙিয়াৰ কেবাগৰাকীও বিশিষ্ট ব্যক্তিক একোখনকৈ আৰ’নাইৰে সম্বৰ্দ্ধনা জনোৱা হয়। লগতে কনিষ্ঠজনে জেষ্ঠজনৰ শ্ৰীচৰণত সেৱা লয়। আনহাতে ৰঙালী বিহু উপলক্ষে কেবাটাও নৃত্য দলৰ দ্বাৰা বিভিন্ন জনগোষ্ঠীয় নৃত্যও প্ৰদৰ্শন কৰা হয়।

মুছলমান সমাজক মূৰ্খ বুলি চৰম অপমানেৰে তুচ্ছ- তাচিল্য স্বয়ম্ভু নেতা ইয়ুনুছ তামুলীৰ

মুছলমান সমাজক মূৰ্খ বুলি চৰম অপমানেৰে তুচ্ছ- তাচিল্য স্বয়ম্ভু নেতা ইয়ুনুছ তামুলীৰ। মুছলমান সমাজক মূৰ্খ বুলি চৰম অপমানেৰে তুচ্ছ- তাচিল্য স্বয়ম্ভু নেতা ইয়ুনুছ তামুলীৰ। বিতৰ্কিত মন্তব্যৰ বাবে শিৱসাগৰৰ জেঙনিকটীয়াৰ সচেতন মহিলাৰ এজাহাৰ। বিতৰ্কিত স্বয়ম্ভু নেতা ইয়ুনুছ তামূলীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ লগতে এজাহাৰ দাখিল। মুছলমান সমাজক মূৰ্খ বুলি চৰম অপমানেৰে তুচ্ছ- তাচিল্য -বিতৰ্কিত মন্তব্যৰ বাবে সচেতন […]

বায়টেকনলজিত শীৰ্ষস্থানেৰে সোণৰ পদক লাভ শিৱসাগৰৰ ৰাজশ্ৰীৰ

বায়টেকনলজিত শীৰ্ষস্থানেৰে সোণৰ পদক লাভ শিৱসাগৰৰ ৰাজশ্ৰীৰ বায়টেকনলজি বিভাগত বিশ্ববিদ্যালয়ৰ ভিতৰতে শীৰ্ষস্থান দখল কৰি সোণৰ পদক লাভ শিৱসাগৰৰ ৰাজশ্ৰীৰ। ৰাইজৰ অভিনন্দন। শিৱসাগৰ জিলাৰ ৰূপহীমুখ গাঁৱৰ গৌৰৱ ৰাজশ্ৰী দাসে যোৰহাটস্থিত কাজিৰঙা বিশ্ববিদ্যালয়ৰ বায়টেকনলজী বিভাগত স্নাতকোত্তৰ পৰীক্ষাত ৯০.৮৪% নম্বৰ অৰ্জন কৰি বিশ্ববিদ্যালয়ৰ ভিতৰত শীৰ্ষস্থান লাভ কৰাৰ লগতে সোণৰ পদক লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। ৰাজশ্ৰী দাস, […]

দুদিনীয়া ভ্ৰমণ সূচীৰে আজি ডিফুত উপস্থিত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

দুদিনীয়া ভ্ৰমণ সূচীৰে আজি ডিফুত উপস্থিত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা দুদিনীয়া ভ্ৰমণ সূচীৰে কাৰ্বি আংলং জিলাৰ ডিফুত উপস্থিত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। উস্ম আদঁৰণি কাৰ্বি আংলং স্বাযত্ব শাসিত পৰিষদৰ চিইএম ড° তুলিৰাম ৰংহাং সঁহ সাংসদ ;বিধায়ক পৰিষদৰ ইএম এমএচি লগতে স্থানীয় গণ্যমান ব্যক্তি সকলৰ ডিফুত দুদিনীয়া ভ্ৰমণসূচীৰে অসমৰ মূখ্য মন্ত্ৰী ড° […]

বৰপেটা জিলাৰ চৌদিশে বলিছে ‌পঞ্চায়ত নিৰ্বাচনৰ বতাহ…

বৰপেটা জিলাৰ চৌদিশে বলিছে ‌পঞ্চায়ত নিৰ্বাচনৰ বতাহ… বৰপেটা জিলা সৰভোগ ভৱানীপুৰ সমষ্টিৰ চৌদিশে বলিছে ‌পঞ্চায়ত নিৰ্বাচনৰ বতাহ। উৎকণ্ঠা বৃদ্ধি পাইছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নিৰ্বাচনী প্ৰচাৰ । সৰভোগৰ ৭ নং নিচুকা গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৯ নং খণ্ডৰ সাহপুৰ সৰভোগ গাৱৰ ৰাইজৰ মনোনীত প্ৰাৰ্থী কুলছুম খাতুন নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে। নিচুকা পঞ্চায়তৰ ৰাইজৰ যথেষ্ট […]

ৰঙিয়াৰ জয়ন্তীপুৰত ব’হাগী উৎসৱ উদযাপন….

ৰঙিয়াৰ জয়ন্তীপুৰত ব’হাগী উৎসৱ উদযাপন…. ৰঙিয়াৰ জয়ন্তীপুৰত ৰূপহী ৰঙিয়াৰ উদ্যোগত ষষ্ঠ বাৰ্ষিক বহাগী উৎসৱ উদযাপন। অনুষ্ঠানৰ আৰম্ভণিতে বিভিন্ন খেল ধেমালি অনুষ্ঠিত হোৱাৰ লগতে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰে শাহুমাক বোৱাৰীৰ সেৱা প্ৰতিযোগিতা। আনহাতে বহাগী উৎসৱৰ মঞ্চ উদ্ধোধন কৰে অসম উদ্যোগিক উন্নয়ন‌ নিগমৰ সঞ্চালক প্ৰধান অমিত বৰুৱাই। অমিত বৰুৱা উপস্থিত হৈ অসমৰ বাপুতি সাহোন ৰঙালী বিহু […]

বাপতিসাহোন হেঁপাহৰ ৰঙালী বিহুত প্ৰতিগৰাকী চহা অসমীয়াৰ এপাক ককাল ভাঙি নাচিবৰ মন

বাপতিসাহোন হেঁপাহৰ ৰঙালী বিহুত প্ৰতিগৰাকী চহা অসমীয়াৰ এপাক ককাল ভাঙি নাচিবৰ মন। নিজৰ দায়িত্ব কৰ্মব্যস্ততাৰ মাজতে ৰঙিয়া থানাত আৰক্ষী সকলে পালন কৰিলে ৰঙালী বিহু । ৰঙিয়া আৰক্ষী থানা চৌহদত গৰু বিহুৰ দিনাই আৰক্ষী বিষয়াৰ লগতে সকলো কৰ্মচাৰীয়ে ককাল ভাঙি নাচিলে জেষ্ঠ সকলক বিহুৱান পিন্ধাই তথ সেৱা ল’লে লগতে দৈ বৰাচাউলেৰে কৰিলে আপ্যায়ন সঁচাকৈয়ে এক মনোমোহা […]

আজি পহিলা ব’হাগ। অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন…

🔸আজি পহিলা ব’হাগ। অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন।🔸হেঁপাহৰ বিহুটিত পৰম্পৰা অনুসৰি মানুহ বিহুৰ দিনটোত জ্যেষ্ঠজনৰ ভৰি চুই আশীৰ্বাদ ল’লে প্ৰতিগৰাকী অসমীয়াই।🔸নৱবৰ্ষৰ প্ৰথম দিনটোত সমাজৰ মংগল কামনাৰে মন্দিৰ-নামঘৰত সেৱা প্ৰতিগৰাকী অসমীয়াৰ🔸ঠায়ে ঠায়ে বোকা বিহুৰ আনন্দ।

Back To Top