ডিমৌৰ মধুপুৰত পৰম্পৰাগত উৎসাহ-উল্লাসৰে গৰু বিহু উদযাপন
ডিমৌৰ মধুপুৰত পৰম্পৰাগত উৎসাহ-উল্লাসৰে গৰু বিহু উদযাপন আজি ৰাজ্যজুৰি আনন্দ-উল্লাসৰে পালিত হৈছে গৰু বিহু আজি ৰাজ্যজুৰি আনন্দ-উল্লাসৰে পালিত হৈছে গৰু বিহু। পুৱাৰ পৰা খেতিয়ক মানুহে নিজৰ পোহনীয়া গো- ধনক নুৱাই- ধুৱাই শ্ৰীবৃদ্ধিৰ কামনা কৰি উদযাপন কৰিছে এই পৰম্পৰাগত দিনটো। ডিমৌৰ মধুপুৰত দেখা গৈছে এক উলহ-মাখল পৰিৱেশ। অঞ্চলটোৰ ৰাইজে গাঁও-গাঁওত সাতামপুৰুষীয়া ৰীতি-নীতি অনুসৰি পালন কৰিছে গৰু […]
আজি উৰুকা… কাইলৈৰ পৰা অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু।
“আজি বিহুৰ উৰুকা কাইলৈ বিহুৰ ভুৰুকা ঐগামোচা কাটিবৰ হ’ল ,পুৱাতে উঠি লৈ গৰুক গা ধুৱামগৈ ঐতুমি দিয়া বিহুৱান লৈ… “ আজি উৰুকা… কাইলৈৰ পৰা অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু। আজি উৰুকা। কাইলৈৰ পৰা অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু। বিহুক আদৰিবলৈ ৰাজ্যজুৰি উখল-মাখল পৰিৱেশ। উজনিৰ পৰা নামনিলৈ ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি। চৌদিশ ৰজনজনাইছে ঢোল, পেঁপাৰ মাতে। ৰাইজাই কৰিছে […]
কংগ্ৰেছৰ সম্পাদিকা আৰু সাধাৰণ সম্পাদকক কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ….
কংগ্ৰেছৰ সম্পাদিকা আৰু সাধাৰণ সম্পাদকক কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ…. কংগ্ৰেছৰ সম্পাদিকা আৰু সাধাৰণ সম্পাদকক কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ কৰা হৈছে। কামৰূপ জিলা কংগ্ৰেছৰ সম্পাদিকা হীৰামনি কলিতা আৰু ৰঙিয়া ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক জীতেন কলিতাক কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ কৰা হৈছে । এই ঘটনা শনিবাৰৰ দিনটোত সংঘটিত হৈছে, যেতিয়া দুয়োজন কংগ্ৰেছ নেতাই দল ত্যাগ কৰি ভাৰতীয় […]
টোপনিয়ে কাল হ’ল এখন নাইট চুপাৰ বাছৰ বাবে….
টোপনিয়ে কাল হ’ল এখন নাইট চুপাৰ বাছৰ বাবে…. টোপনিয়ে কাল হ’ল এখন নাইট চুপাৰ বাছৰ বাবে । ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উদিয়ানাত গুৱাহাটী অভিমুখী পথ অতিক্ৰম কৰি ডিভাইদাৰেৰে চলালে বেংগালুৰুৰ পৰা অহা AS 01 SC 8209 নম্বৰৰ বাছখন । দুৰ্ঘটনাটোল ফলত ডিভাইদাৰৰ ওপৰত থকা গছবোৰ এফালৰ পৰা মহতিয়াই গ’ল বাছখনে । ফলত চুৰ্ণ বিচুৰ্ণ […]
আমগুৰি-নাজিৰা বিভিন্ন অঞ্চলত প্ৰকৃতিৰ তাণ্ডৱ
আমগুৰি-নাজিৰা বিভিন্ন অঞ্চলত প্ৰকৃতিৰ তাণ্ডৱ ধুমুহা আৰু বৰষুণে ঘৰুৱা সম্পত্তি, বিদ্যুৎযোগাযোগ আৰু চাহ বাগিচা অঞ্চলত ব্যাপক ক্ষয়ক্ষতি বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৬ বজাত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে নাজিৰা আৰু আমগুৰিৰ বিভিন্ন অঞ্চলত প্ৰকৃতিৰ আকস্মিক তাণ্ডৱত জনজীৱন বিঘ্নিত হয়। মুষলধাৰ বৰষুণৰ সৈতে অহা প্ৰচণ্ড ধুমুহাই বহু পৰিয়ালৰ ঘৰৰ চালি উৰুৱাই নিয়াৰ লগতে বস্তু-বাহানি- সম্পত্তি তচনচ কৰি পেলায়। […]
শিৱসাগৰৰ নিউ লুক একাডেমী গঢ়িলে শিক্ষা খণ্ডৰ নতুন অভিলেখ….
শিৱসাগৰৰ নিউ লুক একাডেমী গঢ়িলে শিক্ষা খণ্ডৰ নতুন অভিলেখ…. ১১ বছৰ ধৰি ১০০% প্রথম বিভাগত উত্তীৰ্ণৰ অনন্য ৰেকৰ্ড, ৰাজ্যিক পর্যায়তো এক আদৰ্শ প্ৰতিষ্ঠান শিৱসাগৰৰ নিউ লুক একাডেমী শিক্ষাৰ ক্ষেত্ৰত এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। বিগত ১১ বছৰ ধৰি মাধ্যমিক শিক্ষান্ত পৰীক্ষাত (HSLC) বিদ্যালয়খনৰ সকলো শিক্ষাৰ্থীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ ৰাজ্যিক পৰ্যায়তো এক অনন্য দৃষ্টান্ত […]
মমতা বেনাৰ্জীয়ে ৰক্ষা কৰিব মুছলমানৰ সম্পত্তি
ৱাকফ আইনক লৈ ডাঙৰ খবৰ 🔸’মমতা বেনাৰ্জীয়ে ৰক্ষা কৰিব মুছলমানৰ সম্পত্তি’🔶’ৱাকফ আইন মুছলমানৰ সম্পত্তি’🔶’কোনোপধ্যেই ৱাকফ আইন বলৱৎ কৰিব দিয়া নহয় ‘🔶’সম্পূৰ্ণৰূপে সুৰক্ষিত কৰি ৰখা হব মুছলমানৰ সম্পত্তি’🔶 মমতা বেনাৰ্জীৰ ডাঙৰ মন্তব্য ৱাকফ আইনক লৈ
ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু শাসক বিৰোধী পক্ষ….
ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু শাসক বিৰোধী পক্ষ। মংগলবাৰে ৰঙিয়াত কংগ্ৰেছ দলে আনুষ্ঠানিক ভাবে ঘোষণা কৰিলে জিলা পৰিষদৰ প্ৰাৰ্থীৰ তালিকা। ৰঙিয়াৰ ৰাজীৱ ভৱনত সংবাদ মেল যোগে ঘোষণা কৰিলে জিলা পৰিষদৰ প্ৰাৰ্থীৰ তালিকা। সংবাদ মেলত উপস্থিত থাকি কংগ্ৰেছ দলৰ জিলা পৰিষদৰ প্ৰাৰ্থী ডলী মহন্তই বিস্ফোৰক মন্তব্য কৰে ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাৰ বিৰুদ্ধে । কিয় হৰদত্ত বীৰদত্ত […]
পশ্চিম কাৰ্বি আংলঙত সমস্যা সমাধানৰ উদ্দেশ্যে ৰাইজৰ কাষত ড° তুলিৰাম ৰংহাং
পশ্চিম কাৰ্বি আংলঙত সমস্যা সমাধানৰ উদ্দেশ্যে ৰাইজৰ কাষত ড° তুলিৰাম ৰংহাং আলাপ আলোচনা মাজেৰে ৰাইজৰ সমস্যা সমাধানৰ আশ্বাস ড° তুলিৰাম ৰংহাঙৰ পশ্চিম কাৰ্বি আংলঙৰ ৯নং আমৰেং পৰিষদীয় সমষ্টি আৰনাম টেপ্লঙত ৰাইজৰ সমস্যা সমাধানৰ উদ্দেশ্য কাৰ্বি আংলং স্বাযত্ব শাসিত পৰিষদৰ চিইএম ড° তুলিৰাম ৰংহাং সঁহ সঁজাতী দলে ৰাইজৰ কাষত উপস্থিত হৈ মুকলি মতবিনিয় কৰি ৷ আলাপ […]
শিৱসাগৰত উত্তৰ পূৱ উদ্যোগী নাৰী সংস্থাৰ উদ্যোগত “বহাগী মেলা” অনুষ্ঠিত
শিৱসাগৰত উত্তৰ পূৱ উদ্যোগী নাৰী সংস্থাৰ উদ্যোগত “বহাগী মেলা” অনুষ্ঠিত অসমীয়াৰ কৃষ্টি-সংস্কৃতি আৰু মহিলাৰ স্বাৱলম্বী উদ্যোগক আগবঢ়াই নিয়াৰ পদক্ষেপ বহাগৰ প্ৰাকমুহূৰ্তত শিৱসাগৰৰ ৰাইজৰ হৃদয়ত আনন্দৰ ৰঙেৰে ৰঙীন হৈ উঠিছে “বহাগী মেলা”। উত্তৰ পূৱ উদ্যোগী নাৰী সংস্থাৰ উদ্যোগত নগৰৰ মাজমজিয়াৰ ৰেডক্ৰছ স্থিত কাৰ্যালয়ৰ প্ৰাঙ্গণত অনুষ্ঠিত হৈছে এই বহাগী মেলা। উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে সংস্থাৰ বিষয়ববীয়া কৰ্মী, […]