ডিমৌ পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাত সমৰ্থকৰ হতাশা, মাইক যোগে ফলাফল ঘোষণা নোহোৱাত ক্ষোভ
ডিমৌ পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাত সমৰ্থকৰ হতাশা, মাইক যোগে ফলাফল ঘোষণা নোহোৱাত ক্ষোভ ডিমৌ সমজিলাৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাৰ সময়ত ভোট গণনা কেন্দ্ৰৰ বাহিৰত বহু সংখ্যক দৰ্শক আৰু সমৰ্থকে উলহ-মালহে ৰৈ থকা পৰিলক্ষিত হৈছে যদিও, গণনাৰ ফলাফল মাইক যোগে ঘোষণা নকৰাত সমৰ্থকসকলে গভীৰ নিৰাশা প্ৰকাশ কৰিছে। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, ফলাফল ঘোষণা সময়ত বাহিৰত ৰৈ থকা […]
বিজেপি প্ৰাৰ্থী বৃহৎ জয় লাভ
বিজেপি প্ৰাৰ্থী বৃহৎ জয় লাভ বিজেপি প্ৰাৰ্থীৰ বৃহৎ জয় লাভ। আনফালে ৫ খনকৈ আঞ্চলিক পঞ্চায়তত বিজেপি মিত্ৰ জোঁটত পৰাজয় বৰণ কৰাৰ বাবে আক্ষেপ ভৱেশ কলিতাৰ। ৰঙিয়া সমষ্টিৰ ৪ টাকৈ জিলা পৰিষদ বিজেপি প্ৰাৰ্থী বৃহৎ জয় লাভ। ইতিমধ্যে বিজেপিৰ প্ৰতি থকা মৰম আৰু আস্থা ৰাইজে দেখুৱাইছে। ‘ৰঙিয়া বাসী লোকসভাৰ নিৰ্বাচনৰ তুলনাত এইবাৰ পঞ্চায়ত সমূহত বেছি ভাল […]
পঞ্চায়তত বিজেপিৰ উত্থান
পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ উল্লাস।সংখ্যালঘু এলেকাতো বিজেপিৰ ভোট লাভ।পঞ্চায়তত বিজেপিৰ উত্থান শিৱসাগৰত পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ উল্লাস।সংখ্যালঘু এলেকাতো বিজেপিৰ ভোট লাভ।পঞ্চায়তত বিজেপিৰ উত্থান ১২ খনৰ ভিতৰত ১১ খন জিলা পৰিষদ বিজেপিৰ দখলত, এখন অগপৰ দখলত শিৱসাগৰ জিলাত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল বিজেপিৰ বাবে আনন্দ আৰু সন্তুষ্টি কঢ়িয়াই আনিছে। জিলা খনৰ ১২ খন জিলা পৰিষদৰ ভিতৰত ১১ খনতে বিজেপিয়ে […]
পাণ্ডুৰী জিলা পৰিষদৰ বিজেপি সমৰ্থিত প্ৰাৰ্থী নিপন ভূঞা বিজয় সাব্যস্ত
পাণ্ডুৰী জিলা পৰিষদৰ বিজেপি সমৰ্থিত প্ৰাৰ্থী নিপন ভূঞা বিজয় সাব্যস্ত। ৰঙিয়া সমষ্টিৰ অন্তৰ্গত পাণ্ডুৰী জিলা পৰিষদৰ বিজেপি সমৰ্থিত প্ৰাৰ্থী নিপন ভূঞা বিজয় সাব্যস্ত। বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত পৰাস্ত হৈছে বিৰোধী কংগ্ৰেছ। প্ৰায় দহ হাজাৰ ভোটৰ ব্যৱধানত বিজয় হৈছে পাণ্ডুৰী জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী নিপন ভূঞা।
যুদ্ধবিৰতি সন্দৰ্ভত আজি ভাৰত-পাকিস্তানৰ বৈঠক
যুদ্ধবিৰতি সন্দৰ্ভত আজি ভাৰত-পাকিস্তানৰ বৈঠক 🔸যুদ্ধবিৰতি সন্দৰ্ভত আজি ভাৰত-পাকিস্তানৰ বৈঠক🔸দুয়োখন দেশৰ DGMOৰ মাজত হ’ব বৈঠক🔸পাকিস্তানৰে মন্ত্ৰী-বিষয়া পৰ্যায়ৰ আলোচনা নকৰে ভাৰতে🔸দেওবাৰে এই কথা স্পষ্ট কৰিছে কেন্দ্ৰীয় চৰকাৰে🔸শনিবাৰে বিয়লি ৫ বজাৰ পৰা হৈছিল যুদ্ধবিৰতি🔸নিশালৈ যুদ্ধবিৰতি উলংঘা কৰিছিল পাক সেনাই
সামাজিক মাধ্যমত ‘Operation Sindoor ’ৰ পাছত প্ৰধানমন্ত্ৰী মোডীৰ প্ৰথমটো পোষ্ট…
সামাজিক মাধ্যমত ‘Operation Sindoor ’ৰ পাছত প্ৰধানমন্ত্ৰী মোডীৰ প্ৰথমটো পোষ্ট… প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে নিজ এক্স হেণ্ডেলত তিনিটাকৈ টুইট কৰে। তেওঁ এক্স হেণ্ডেলযোগে ৰবাৰ্ট ফ্ৰান্সিছ প্ৰেভষ্টক নিউ পোপ হিচাপে নিৰ্বাচিত হোৱাৰ বাবে শুভেচ্ছা জনায়। তেওঁ এক্সত লিখিছে, “মই ভাৰতৰ জনসাধাৰণৰ হৈ পৰম পবিত্ৰ পোপ চতুৰ্দশ লিঅ’লৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো। কেথলিক গীৰ্জাৰ নেতৃত্বই […]
বেলুচ লিবাৰেশ্যন আৰ্মীয়ে উৰুৱালে পাকিস্তানী সেনাৰ বাহন..নিহত ১২ জন পাকিস্তান সেনাৰ জোৱান
বেলুচ লিবাৰেশ্যন আৰ্মীয়ে উৰুৱালে পাকিস্তানী সেনাৰ বাহন..নিহত ১২ জন পাকিস্তান সেনাৰ জোৱান বেলুচিস্তান প্ৰদেশত পাক সেনাৰ বাহনক লক্ষ্য কৰি আই ই ডি বিস্ফোৰণ বেলুচিস্তান প্ৰদেশত পাক সেনাৰ বাহনক লক্ষ্য কৰি আই ই ডি বিস্ফোৰণ। বিগত সপ্তাহত পাকিস্তানৰ নিৰাপত্তা বাহিনীয়ে বেলুচিস্তান প্ৰদেশত সংঘটিত কৰা দুটা পৃথক কাণ্ডত ১০টা সন্ত্ৰাসবাদী নিহত হোৱা বুলি কৰ্তৃপক্ষই সদৰি কৰিছে। বেলুচিস্তান […]
দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰিজাইডিং বিষয়া, নিৰাপত্তাৰক্ষীসহ পুলিং বিষয়াসকল ৰাওনা
৭ মে’ত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰিজাইডিং বিষয়া, নিৰাপত্তাৰক্ষীসহ পুলিং বিষয়াসকল ৰাওনা ৰঙিয়া সম জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা ভোট কেন্দ্ৰলৈ ৰাওনা হবলৈ ধৰিছে নিৰ্বাচনী বিষয়া সকল । ৰঙিয়া সম জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা ভোট কেন্দ্ৰলৈ ৰাওনা হবলৈ ধৰিছে নিৰ্বাচনী বিষয়া সকল । ৩১ নং ৰঙিয়া বিধানসভা সমষ্টিত ভোট গ্ৰহণ অনুষ্ঠিত কৰিবলৈ সমষ্টিটোৰ […]
“পাকিস্তানক সমৰ্থন কৰাৰ বাবে ৪০ জনক আটক কৰিব পাৰোঁ, গৌৰৱ গগৈ কোন?”
“পাকিস্তানক সমৰ্থন কৰাৰ বাবে ৪০ জনক আটক কৰিব পাৰোঁ, গৌৰৱ গগৈ কোন?” সাংসদ গৌৰৱ গগৈয়ে পাকিস্তান ভ্ৰমণ কৰা বিষয়কলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আক্ৰমণাত্মক তীব্ৰ বাণঅব্যাহত ৰাখিছে । দেওবাৰে জাগীৰোডত মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে গৌৰৱ গগৈয়ে পাকিস্তান ভ্ৰমণ কৰাটো অপৰাধ। ” পাকিস্তানক সমৰ্থন কৰাৰ বাবে যদি আমি চল্লিছ জনক আটক কৰিব পাৰোঁ, গৌৰৱ […]
ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ কটাক্ষ ভূপেন বৰাক…
ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ কটাক্ষ ভূপেন বৰাক… ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ৰঙিয়াৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন কৰি তীব্ৰ সমালোচনা কৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক । দিলীপ শইকীয়াই তীব্ৰ কটাক্ষ কৰি কয় যে, ভূপেন বৰাৰ পামচাৰ হোৱা গাড়ীত সকলোৱে চলি আছে । গাড়ীখনৰ পামচাৰ পামচাৰ মাৰক । ভূপেন বৰাই কমচেকম কোনোবা এটা […]